SEBA Class 6 Charitra Path Chapter 13 প্ৰকৃতিৰ সৈতে বন্ধুত্ব

SEBA Class 6 Charitra Path Chapter 13 প্ৰকৃতিৰ সৈতে বন্ধুত্ব Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 13 প্ৰকৃতিৰ সৈতে বন্ধুত্ব Solutions and select need one. SEBA Class 6 Charitra Path Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 13 প্ৰকৃতিৰ সৈতে বন্ধুত্ব

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

প্ৰকৃতিৰ সৈতে বন্ধুত্ব

Chapter: 13

দ্বিতীয় খণ্ড

অনুশীলনী

১। প্রকৃতিৰ লগত আমাৰ কেনেকুৱা সম্পৰ্ক আছে?

উত্তৰঃ আমি খাদ্য, বস্ত্র, বাসস্থান আদিৰ বাবে প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল, সেয়ে আমি প্রকৃতিৰ লগত বন্ধুত্ব আৰু সহানুভূতি ৰাখিব লাগিব।

২। মৌ-মাখিয়ে কেনেকৈ মৌচাক সাজে?

উত্তৰঃ মৌ-মাখিয়ে একেলগে কঠোৰ পৰিশ্ৰম কৰি বহু ফুলৰ পৰা ৰস আহৰণ কৰি মৌচাক সাজে।

৩। চৰাইবোৰে গৰু-ম’হৰ কেনেকৈ উপকাৰ কৰে?

উত্তৰঃ চৰাইবোৰে গৰু-ম’হৰ পিঠিত থকা পৰজীৱীবোৰ খাই উপকাৰ কৰে।

৪। পাঠটোৱে শিক্ষার্থীসকলক গছ-বনৰ বিষয়ে কেনেকৈ শিক্ষা দিবলৈ কয়?

উত্তৰঃ গছ-বনৰ গুণ, বৈশিষ্ট্য আৰু জীৱ-জন্তুৰ লগত সম্পৰ্ক অধ্যয়ন কৰি সহানুভূতি আৰু বন্ধুত্বৰ ভাব গঢ়িবলৈ কয়।

৫। পৰুৱাৰ আচৰণৰ পৰা কি শিক্ষা ল’ব পাৰি?

উত্তৰঃ পৰুৱাৰ পৰা আমি অধ্যৱসায়, একাগ্ৰতা, দলীয় সহযোগিতা আৰু একতাৰ গুণ শিকিব পাৰো।

খালী ঠাই পূৰ কৰা:

১। আমাৰ খাদ্য, বস্ত্র আৰু বাসস্থানৰ বাবে আমি ___________ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ আমাৰ খাদ্য, বস্ত্র আৰু বাসস্থানৰ বাবে আমি প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল।

২। মৌ-মাখিয়ে একেলগে কাম কৰি ___________ সাজে।

উত্তৰঃ মৌ-মাখিয়ে একেলগে কাম কৰি মৌচাক সাজে।

৩। চৰাই-চিৰিকটিয়ে গৰু-ম’হৰ পিঠিত থকা ___________ খাই উপকাৰ কৰে।

উত্তৰঃ চৰাই-চিৰিকটিয়ে গৰু-ম’হৰ পিঠিত থকা পৰজীৱী খাই উপকাৰ কৰে।

৪। পৰুৱাবোৰে একেলগে কাম কৰি ___________ সংগ্ৰহ কৰে।

উত্তৰঃ পৰুৱাবোৰে একেলগে কাম কৰি খাদ্য সংগ্ৰহ কৰে।

৫। গছৰ পৰা আমি _________ লাভ কৰো।

উত্তৰঃ গছৰ পৰা আমি অক্সিজেন লাভ কৰো।

শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা।

১। মানুহ প্রকৃতিৰ এটা অংশ।

উত্তৰঃ শুদ্ধ।

২। প্রকৃতিৰ গছ-বন, জীৱ-জন্তু আদি আমাৰ বাবে অপকাৰী।

উত্তৰঃ অশুদ্ধ।

৩। আমি যিমান সম্ভৱ হয় প্রকৃতিৰ অনিষ্ট নোহোৱাকৈ আমাৰ দৈনন্দিন জীৱনৰ কামবোৰ কৰিবলৈ যত্ন কৰিব নালাগে।

উত্তৰঃ অশুদ্ধ।

৪। চৰাইবোৰে গৰু-ম’হ আদিৰ গাত থকা চিকৰা জাতীয় পৰজীৱীবোৰ খাই উপকাৰ সাধন কৰে।

উত্তৰঃ শুদ্ধ।

৫। আমি জীয়াই থাকিবলৈ প্রকৃতিৰপৰাই সম্পদবোৰ আহৰণ কৰি লওঁ।

উত্তৰঃ শুদ্ধ।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
মৌ-মাখিগৰু-ম’হৰ পিঠিত পৰজীৱী খায়
চৰাই-চিৰিকটি অধ্যৱসায় আৰু দলীয় সহযোগিতাৰ প্ৰতীক
গছবনগছবনৰ গুণ-ব্যৱস্থা আৰু জীৱ-জন্তুৰ লগত সম্পৰ্ক অধ্যয়ন কৰে
পৰুৱাঅক্সিজেন দিয়ে আৰু ছাঁ প্ৰদান কৰে
শিক্ষার্থীএকেলগে কাম কৰি মৌচাক সাজে

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
মৌ-মাখিএকেলগে কাম কৰি মৌচাক সাজে
চৰাই-চিৰিকটি গৰু-ম’হৰ পিঠিত পৰজীৱী খায়
গছবনঅক্সিজেন দিয়ে আৰু ছাঁ প্ৰদান কৰে
পৰুৱাঅধ্যৱসায় আৰু দলীয় সহযোগিতাৰ প্ৰতীক
শিক্ষার্থীগছবনৰ গুণ-ব্যৱস্থা আৰু জীৱ-জন্তুৰ লগত সম্পৰ্ক অধ্যয়ন কৰে
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top