🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 6 Charitra Path Chapter 12 দুজন বাটৰুৱা

SEBA Class 6 Charitra Path Chapter 12 দুজন বাটৰুৱা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 12 দুজন বাটৰুৱা Solutions and select need one. SEBA Class 6 Charitra Path Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 12 দুজন বাটৰুৱা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

দুজন বাটৰুৱা

Chapter: 12

দ্বিতীয় খণ্ড

অনুশীলনী

১। কোনটো কালত দুজন বাটৰুৱা এটা ধূলিময় পথেৰে গৈ আছিল?

উত্তৰঃ গ্ৰীষ্মকালত দুজন বাটৰুৱা এটা ধূলিময় পথেৰে গৈ আছিল।

২। দুজন বাটৰুৱা ক’ত জিৰণি ল’লে?

উত্তৰঃ দুজন বাটৰুৱা গছজোপাৰ ছাঁত।

৩। গছজোপাৰ মন কিয় বেয়া লাগিল?

উত্তৰঃ গছজোপাৰ মন বেয়া লাগিল কিয়নো বাটৰুৱাজনে তাক অকামৰ গছ বুলি ক’লে।

৪। গছজোপাই কি কৈ উত্তৰ দিলে?

উত্তৰঃ গছজোপাই কৈছিল— “অকৃতজ্ঞ! মই তোমালোকক ছাঁ দিছো, আৰু তুমি মোক অকামৰ গছ বুলি কৈছা!”

৫। পাঠটোৰ মূল শিক্ষা কি?

উত্তৰঃ পাঠটোৱে কৃতজ্ঞতাৰ মূল্য শিকায়।

খালী ঠাই পূৰ কৰা:

১। দুজন বাটৰুৱা এটা __________ পথেদি গৈ আছিল।

উত্তৰঃ দুজন বাটৰুৱা এটা ধূলিময় পথেদি গৈ আছিল।

২। দুজন বাটৰুৱাই গছজোপাৰ __________ জিৰণি ল’লে।

উত্তৰঃ দুজন বাটৰুৱাই গছজোপাৰ ছাঁত জিৰণি ল’লে।

৩। বাটৰুৱাজনে কয়— “এই গছটোত এটা __________ নাই।”

উত্তৰঃ বাটৰুৱাজনে কয়— “এই গছটোত এটা ফলো নাই।”

৪। গছজোপাই কয়— “তোমালোকে মোৰ __________ লৈছা।”

উত্তৰঃ গছজোপাই কয়— “তোমালোকে মোৰ ছাঁ লৈছা।”

৫। পাঠটোৱে __________ মানৱিক গুণৰ প্ৰয়োজনীয়তা বুজায়।

উত্তৰঃ পাঠটোৱে কৃতজ্ঞতা মানৱিক গুণৰ প্ৰয়োজনীয়তা বুজায়।

শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা।

১। বাটৰুৱাজনে গছজোপাৰ ছাঁত জিৰণি ল’লে।

উত্তৰঃ শুদ্ধ।

২। গছজোপা বাটৰুৱাজনৰ কথাত দুখ পাইছিল।

উত্তৰঃ শুদ্ধ।

৩। বাটৰুৱাজনে গছজোপাক ধন্যবাদ জনাইছিল।

উত্তৰঃ অশুদ্ধ।

৪। গছজোপা ফল দি আছিল।

উত্তৰঃ অশুদ্ধ।

৫। পাঠটোৰ শেষত বাটৰুৱাজনে ক্ষমা খোজে।

উত্তৰঃ শুদ্ধ।

‘ক’ অংশৰ লগত ‘খ’ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
গ্রীষ্মকালকৃতজ্ঞতাৰ মূল্য বুজালে
গছজোপাৰ ছাঁসূৰ্যৰ প্ৰচণ্ড উত্তাপ
ফল নোহোৱা গছগছৰ সহায় লৈ অকৃতজ্ঞ কথা ক’লে
বাটৰুৱাজনজিৰণিৰ ঠাই
গছজোপাঅকামৰ বুলি ভাবিছিল বাটৰুৱা

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
গ্রীষ্মকালসূৰ্যৰ প্ৰচণ্ড উত্তাপ
গছজোপাৰ ছাঁজিৰণিৰ ঠাই
ফল নোহোৱা গছঅকামৰ বুলি ভাবিছিল বাটৰুৱা
বাটৰুৱাজনগছৰ সহায় লৈ অকৃতজ্ঞ কথা ক’লে
গছজোপাকৃতজ্ঞতাৰ মূল্য বুজালে
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top