SEBA Class 6 Charitra Path Chapter 11 মাটিৰ চাকিৰ মনৰ বতৰা

SEBA Class 6 Charitra Path Chapter 11 মাটিৰ চাকিৰ মনৰ বতৰা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 11 মাটিৰ চাকিৰ মনৰ বতৰা Solutions and select need one. SEBA Class 6 Charitra Path Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 11 মাটিৰ চাকিৰ মনৰ বতৰা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

মাটিৰ চাকিৰ মনৰ বতৰা

Chapter: 11

দ্বিতীয় খণ্ড

অনুশীলনী

১। মাটিৰ চাকিৰ মনটো কিয় ভাল লগা নাছিল?

উত্তৰঃ এল. ই. ডি. লাইট ওলোৱাৰ পৰা মানুহে মাটিৰ চাকি নিকিনাতেই, তাৰ মনটো ভাল লগা নাছিল।

২। মাটিৰ চাকিয়ে কিহৰ আশাত আছিল?

উত্তৰঃ যদি চাকিবোৰ ৰঙীন হ’লেহেঁতেন, মানুহে তেওঁলোকক ক্ৰয় কৰি দীপাৱলী পালনৰ অংশ হিচাপে ল’ব বুলি আশা কৰিছিল।

৩। দীপাৱলীৰ দিনা পুৱা মাটিৰ চাকিবোৰৰ অনুভৱ কি আছিল?

উত্তৰঃ দীপাৱলীৰ দিনা পুৱা চাকিবোৰ বৰ আনন্দিত হয়, কিয়নো ৰঙীন চাকি লৈ মানুহে তেওঁলোকক ক্ৰয় কৰিছিল।

৪। এই পাঠে আমাক কি শিকায়?

উত্তৰঃ এই পাঠে শিকায় যে পৰম্পৰাগত বস্তুসমূহৰো নিজৰ মুল্য আছে আৰু আমি সিহঁতৰ প্ৰতি সন্মান আৰু সহানুভূতি দেখুওৱা উচিত।

৫। মাটিৰ চাকিবোৰ কেনেকৈ বিক্ৰী কৰিছিল?

উত্তৰঃ তেওঁলোকে মাতিছিল- “আহক, আহক, ১০ টকাত ২০টা মাটিৰ চাকি।

খালী ঠাই পূৰ কৰা:

১। মাটিৰ চাকিবোৰ ১০ টকাত __________ টা বিক্ৰী হৈছিল।

উত্তৰঃ মাটিৰ চাকিবোৰ ১০ টকাত ২০ টা বিক্ৰী হৈছিল।

২। এল. ই. ডি. লাইট ওলোৱাৰ পৰা মানুহে ___________ নিকিনা হ’ল।

উত্তৰঃ এল. ই. ডি. লাইট ওলোৱাৰ পৰা মানুহে চাকি নিকিনা হ’ল।

৩। চাকিবোৰ যদি __________ হোৱাহেঁতেন, মানুহে হয়তো কিনিলেহেঁতেন।

উত্তৰঃ চাকিবোৰ যদি ৰঙীন হোৱাহেঁতেন, মানুহে হয়তো কিনিলেহেঁতেন।

৪। দীপাৱলীৰ __________ সময়ত চাকিবোৰ বিক্ৰী হ’বলৈ আৰম্ভ কৰিলে।

উত্তৰঃ দীপাৱলীৰ পুৱা সময়ত চাকিবোৰ বিক্ৰী হ’বলৈ আৰম্ভ কৰিলে।

৫। চাকিবোৰে শেষত __________ পোহৰাই তুলিব পাৰে বুলি আনন্দ পালে।

উত্তৰঃ চাকিবোৰে শেষত চৌপাশ পোহৰাই তুলিব পাৰে বুলি আনন্দ পালে।

শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা।

১। এল. ই. ডি. লাইট অহাৰ আগতে মাটিৰ চাকিবোৰৰ ভাল ব্যৱহাৰ আছিল।

উত্তৰঃ শুদ্ধ।

২। মাটিৰ চাকিয়ে নিজেই দীপাৱলী পালন কৰে।

উত্তৰঃ অশুদ্ধ।

৩। চাকিবোৰ ভাবিছিল, ৰঙীন হ’লে তেওঁলোকো বিক্ৰী হ’ব পাৰিলেহেঁতেন।

উত্তৰঃ শুদ্ধ।

৪। পাঠটোত মাটিৰ চাকি এটা জীৱন্ত বস্তু হিচাপে দেখুওৱা হৈছে।

উত্তৰঃ শুদ্ধ।

৫। মাটিৰ চাকিয়ে পোহৰ দিব পৰা সক্ষমতা থাকিলেও, মানুহে তাক গুৰুত্ব নিদিয়েই।

উত্তৰঃ শুদ্ধ।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
১০ টকাত ২০টা চাকিচাকি বিক্ৰী হোৱাৰ আনন্দ
এল. ই. ডি. লাইটচাকি জ্বলাই পোৱা উজ্জ্বলতা
ৰঙীন চাকিমাটিৰ চাকিৰ বিক্রী মূল্য
দীপাৱলীৰ পুৱামানুহৰ চকু আকৰ্ষণ কৰে
পোহৰমাটিৰ চাকিৰ বিকল্প আধুনিক বস্তু

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
১০ টকাত ২০টা চাকিমাটিৰ চাকিৰ বিক্রী মূল্য
এল. ই. ডি. লাইটমাটিৰ চাকিৰ বিকল্প আধুনিক বস্তু
ৰঙীন চাকিমানুহৰ চকু আকৰ্ষণ কৰে
দীপাৱলীৰ পুৱাচাকি বিক্ৰী হোৱাৰ আনন্দ
পোহৰচাকি জ্বলাই পোৱা উজ্জ্বলতা

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top