SEBA Class 6 Charitra Path Chapter 10 চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 10 চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা Solutions and select need one. SEBA Class 6 Charitra Path Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.
SEBA Class 6 Charitra Path Chapter 10 চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.
চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা
Chapter: 10
দ্বিতীয় খণ্ড
অনুশীলনী
১। ইণ্টাৰনেট কি?
উত্তৰঃ ইন্টাৰনেট হ’ল আধুনিক যুগৰ এক যুগান্তকাৰী উদ্ভাৱন।
২। ছ’ছিয়েল নেটৱর্কিং ছাইট ব্যৱহাৰ কৰাৰ সময়ত কিহৰ নিয়ম প্রণালী মানি চলিব লাগে।
উত্তৰঃ ছ’ছিয়েল নেটৱর্কিং ছাইট ব্যৱহাৰ কৰাৰ সময়ত ভাষাৰ ব্যৱহাৰৰ সঠিক নিয়ম প্রণালী (প্র’টকল) মানি চলিব লাগে।
৩। Netiquette বুলিলে কি বুজায়?
উত্তৰঃ Netiquette বুলিলে অনলাইনত অন্য ব্যক্তি বা সংস্থাৰ প্ৰতিও সম্মানজনক আচৰণ আৰু শিষ্টাচাৰ বজাই ৰখাক বুজায়, যাক ইণ্টাৰনেট শিষ্টাচাৰো কোৱা হয়।
৪। চাইবাৰ জগত বুলি কি বুজায়?
উত্তৰঃ চাইবাৰ জগত হৈছে অনলাইন তথা ডিজিটেল পৰিৱেশত কৰা সকলো কাম, যেন ইণ্টাৰনেট ব্যৱহাৰ, তথ্য আদান-প্ৰদান, অনলাইন গেম, ছ’চিয়েল মিডিয়া আদি।
৫। চাইবাৰ জগতত আচৰণৰ নিয়মক কি বুলি কোৱা হয়?
উত্তৰঃ চাইবাৰ জগতত আচৰণৰ নিয়মক Netiquette (Internet etiquette) বুলি কোৱা হয়।
খালি ঠাই পূৰ কৰা:
১। __________ হ’ল আধুনিক যুগৰ এক যুগান্তকাৰী উদ্ভাৱন।
উত্তৰঃ ইন্টাৰনেট হ’ল আধুনিক যুগৰ এক যুগান্তকাৰী উদ্ভাৱন।
২। আনৰ আবেগক আঘাত দিব পৰা কোনো ধৰণৰ __________ দিব নালাগে।
উত্তৰঃ আনৰ আবেগক আঘাত দিব পৰা কোনো ধৰণৰ প’ষ্ট (Post) দিব নালাগে
৩। ব্যক্তিগত তথ্য যেনে নাম, ঠিকনা, আৰু _________ গোপন ৰখা উচিত।
উত্তৰঃ ব্যক্তিগত তথ্য যেনে নাম, ঠিকনা, আৰু জন্ম তাৰিখ গোপন ৰখা উচিত।
৪। বিভিন্ন তথ্য, ছফট্ৰেৰ, গেমছ, চিনেমা, সংগীত বা অন্য ভিডিঅ’ ডাউনল’ড কৰাৰ সময়ত __________ স্বত্বাবলী মানি চলা উচিত।
উত্তৰঃ বিভিন্ন তথ্য, ছফট্ৰেৰ, গেমছ, চিনেমা, সংগীত বা অন্য ভিডিঅ’ ডাউনল’ড কৰাৰ সময়ত Cyber copyright স্বত্বাবলী মানি চলা উচিত।
৫। সহজ ভাষাত চাইবাৰ জগত বুলি ক’লে আমি অনলাইনত কৰা বিভিন্ন কাম, বিশেষকৈ ___________ ব্যৱহাৰ আৰু ডিজিটেল পৰিৱেশত তথ্যৰ আদান-প্রদানক বুজোঁ।
উত্তৰঃ সহজ ভাষাত চাইবাৰ জগত বুলি ক’লে আমি অনলাইনত কৰা বিভিন্ন কাম, বিশেষকৈ ইন্টাৰনেটৰ ব্যৱহাৰ আৰু ডিজিটেল পৰিৱেশত তথ্যৰ আদান-প্রদানক বুজোঁ।
শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা।
১। চাইবাৰ নিৰাপত্তা মানে অনলাইনত তথ্যৰ সুৰক্ষা।
উত্তৰঃ শুদ্ধ।
২। অন্যৰ ব্যক্তিগত তথ্য অনলাইনে বিনা অনুমতিত প্ৰকাশ কৰা উচিত।
উত্তৰঃ অশুদ্ধ।
৩। Netiquette বুলিলে অনলাইন শিষ্টাচাৰ বুজায়।
উত্তৰঃ শুদ্ধ।
৪। সন্দেহজনক লিংকত ক্লিক কৰাটো সুৰক্ষিত।
উত্তৰঃ অশুদ্ধ।
৫। আনৰ আৱেগক আঘাত দিব পৰা কোনো ধৰণৰ প’ষ্ট (Post) দিব নালাগে।
উত্তৰঃ শুদ্ধ।
‘ক’অংশৰ লগত ‘খ’ অংশ মিলোৱা।
| ‘ক’ অংশ | ‘খ’ অংশ |
| চাইবাৰ নিৰাপত্তা | ইণ্টাৰনেটত শিষ্টাচাৰ বজাই ৰখা |
| Netiquette | নাম, ঠিকনা, জন্ম তাৰিখ |
| ব্যক্তিগত তথ্য | সামাজিক যোগাযোগ মাধ্যম |
| কপিৰাইট | তথ্য আৰু যোগাযোগ প্রযুক্তিৰ সুৰক্ষা |
| ছ’চিয়েল মিডিয়া | তথ্যৰ সৃষ্টিৰ স্বত্ব সংৰক্ষণ |
উত্তৰঃ
| ‘ক’ অংশ | ‘খ’ অংশ |
| চাইবাৰ নিৰাপত্তা | তথ্য আৰু যোগাযোগ প্রযুক্তিৰ সুৰক্ষা |
| Netiquette | ইণ্টাৰনেটত শিষ্টাচাৰ বজাই ৰখা |
| ব্যক্তিগত তথ্য | নাম, ঠিকনা, জন্ম তাৰিখ |
| কপিৰাইট | তথ্যৰ সৃষ্টিৰ স্বত্ব সংৰক্ষণ |
| ছ’চিয়েল মিডিয়া | সামাজিক যোগাযোগ মাধ্যম |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

