SEBA Class 6 Assamese MCQ Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ Question Answer As Per SEBA/SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Multiple Choice Solutions and select need one. SEBA Class 6 Assamese Objective Type Question Answers Download PDF. SCERT Assamese MCQ Class 6 Solutions. Assam SCERT Board Class 6 Assamese MCQs Question Answer. Class 6 Unmesh MCQ Question Answer.
SEBA Class 6 Assamese MCQ Chapter 6 বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese MCQ Question Answer for All Chapters, You can practice these here.
বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ
Chapter: 6
MCQ |
১। বৈজ্ঞানিক মানসিকতাই কি বুজায়?
(i) অন্ধবিশ্বাস।
(ii) মনোৰঞ্জন।
(iii) যুক্তিপূৰ্ণ পৰ্যালোচনা।
(iv) কল্পনা।
উত্তৰঃ (iii) যুক্তিপূৰ্ণ পৰ্যালোচনা।
২। অন্ধবিশ্বাসী চিন্তা-চৰ্চাই সমাজত কি সৃষ্টি কৰে?
(i) পুৰণি ধাৰণাৰ প্ৰভাৱ।
(ii) সমাজৰ পিছপৰা অৱস্থা।
(iii) বিজ্ঞান বিকাশ।
(iv) উচ্চ শিক্ষা লাভ।
উত্তৰঃ (ii) সমাজৰ পিছপৰা অৱস্থা।
৩। কু-সংস্কাৰে কি প্ৰভাৱ পেলাই?
(i) সমাজৰ ক্ষতি।
(ii) সমাজৰ উন্নতি।
(iii) স্বাস্থ্যৰ উন্নতি।
(iv) জ্ঞানৰ বৃদ্ধি।
উত্তৰঃ (i) সমাজৰ ক্ষতি।
৪। বৈজ্ঞানিক মানসিকতাৰ অন্যতম লক্ষণ কি?
(i) অন্ধবিশ্বাস।
(ii) যুক্তিবাদিতা।
(iii) পুৰণি নিয়ম মানি চলা।
(iv) দৈনিক ৰাশিফল।
উত্তৰঃ (ii) যুক্তিবাদিতা।
৫। ৰাশিফল বিশ্বাস কৰা কিহৰ পৰিচায়ক?
(i) বৈজ্ঞানিক মানসিকতা।
(ii) উৎসাহ।
(iii) জ্ঞানৰ অভাৱ।
(iv) অন্ধবিশ্বাস।
উত্তৰঃ (iv) অন্ধবিশ্বাস।
৬। কোনজন কল্পকাহিনী লেখকে বিজ্ঞানৰ প্ৰগতিত প্ৰজ্ঞাৰ অভাৱক আক্ষেপ কৰিছে?
(i) আইজাক এছিম’ভ।
(ii) অ্যালবাৰ্ট আইনষ্টাইন।
(iii) ষেকচপিয়ৰ।
(iv) ৰবীন্দ্ৰনাথ ঠাকুৰ।
উত্তৰঃ (i) আইজাক এছিম’ভ।
৭। সমাজত বৈজ্ঞানিক মানসিকতা গঢ়াৰ বাবে কিহৰ প্রয়োজন?
(i) উচ্চ শিক্ষা।
(ii) কল্পনা।
(iii) অন্ধবিশ্বাস।
(iv) যুক্তিবাদী চিন্তা।
উত্তৰঃ (ii) যুক্তিবাদী চিন্তা।
৮। বৈজ্ঞানিক মানসিকতাৰ বিকাশত কিহে বাধা সৃষ্টি কৰে?
(i) কু-সংস্কাৰ।
(ii) উচ্চ শিক্ষা।
(iii) বিজ্ঞান সভা।
(iv) যুক্তিবাদিতা।
উত্তৰঃ (i) কু-সংস্কাৰ।
৯। বৈজ্ঞানিক মানসিকতাৰ মূখ্য বৈশিষ্ট্য কি?
(i) কল্পনা।
(ii) অন্ধবিশ্বাস।
(iii) কু-সংস্কাৰ।
(iv) যুক্তিপূৰ্ণ চিন্তা।
উত্তৰঃ (iv) যুক্তিপূৰ্ণ চিন্তা।
১০। আমাৰ সমাজত অসুখ-বিসুখ হ’লে কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল?
(i) বেজ বা বৈদ্যৰ।
(ii) ডাক্তৰৰ।
(iii) ঘৰুৱা চিকিৎসকৰ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (i) বেজ বা বৈদ্যৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.