SEBA Class 6 Assamese MCQ Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে

SEBA Class 6 Assamese MCQ Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে Question Answer As Per SEBA/SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Multiple Choice Solutions and select need one. SEBA Class 6 Assamese Objective Type Question Answers Download PDF. SCERT Assamese MCQ Class 6 Solutions. Assam SCERT Board Class 6 Assamese MCQs Question Answer. Class 6 Unmesh MCQ Question Answer.

SEBA Class 6 Assamese MCQ Chapter 5 ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 5

MCQ

১। ৰিম ঝিম ৰিম ঝিম বৰষুণ আহে কবিতাটোৰ কবিৰ নাম কি?

(ক) শ্ৰী শ্ৰী মাধৱ দেৱ।

(খ) লক্ষ্মীনাথ বেজবৰুৱা।

(গ) সত্যনাথ বৰা।

(ঘ) নৱকান্ত বৰুৱা।

উত্তৰঃ (ঘ) নৱকান্ত বৰুৱা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বৰষুণ কেনেকৈ আহে?

(ক) ৰিম ঝিম।

(খ) ঝম ঝম।

(গ) ঝাৰ ঝাৰ।

(ঘ) ঠম ঠম।

উত্তৰঃ (ক) ৰিম ঝিম।

২। পূবালী বতাহে কি কৰে?

(ক) নাচে।

(খ) উৰি যায়।

(গ) ধূলি উৰুৱায়।

(ঘ) গছৰ পাত খসায়।

উত্তৰঃ (ক) নাচে।

৩। তলৰ কোনটো আকাশৰ চকুপানী?

(ক) বতাহ।

(খ) বৰষুণ।

(গ) বৰফ।

(ঘ) গছৰ পাত।

উত্তৰঃ (খ) বৰষুণ।

৪। কোনে ওফোন্দ পাতে?

(ক) বতাহে।

(খ) বৰষুণে।

(গ) ডাৱৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ডাৱৰে।

৫। বিজুলীয়ে কি কৰে?

(ক) হাঁহে।

(খ) কান্দে।

(গ) গীত গায়।

(ঘ) উৰি যায়।

উত্তৰঃ (ক) হাঁহে।

৬। বৰষুণ দিয়াৰ সময়ত কোনে নাচে?

(ক) পূবালী বতাহ।

(খ) পূৱৰ মেঘ।

(গ) গছৰ পাত।

(ঘ) ঘাঁহ।

উত্তৰঃ (ক) পূবালী বতাহ।

৭। আকাশৰ চকুপানীক কি বুলি কোৱা হয়?

(ক) ডাৱৰ।

(খ) বৰষুণ।

(গ) বিজুলী।

(ঘ) ৰ’দ।

উত্তৰঃ (খ) বৰষুণ।

৮। কোনটো উপন্যাসৰ বাবে নৱকান্ত বৰুৱাই ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল?

(ক) শিয়ালী পালেগৈ।

(খ) ককাদেউতাৰ হাড়।

(গ) মাখনৰ কুকুৰা পোৱালী।

(ঘ) মই টুর্নীয়ে টুনটুনালো।

উত্তৰঃ (খ) ককাদেউতাৰ হাড়।

৯। কিমান চনত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল?

(ক) ১৯১৫ চনত।

(খ) ১৯১৭ চনত।

(গ) ১৯২০ চনত।

(ঘ) ১৯১৬ চনত।

উত্তৰঃ (ঘ) ১৯১৬ চনত।

১০। ভাৰত চৰকাৰে নৱকান্ত বৰুৱাক কোনখন সন্মানেৰে বিভুষিত কৰিছিল?

(ক) মাখনৰ কুকুৰা পোৱালি।

(খ) সাহিত্য অকাডেমি।

(গ) পদ্মভূখন।

(ঘ) অসম প্ৰকাশন পৰিষদ বঁটা।

উত্তৰঃ (গ) পদ্মভূখন।

১১। কিমান চনত নৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল?

(ক) ১৯২৬ চনত।

(খ) ২০০২ চনত।

(গ) ১৯৯৮ চনত।

(ঘ) ২০১০ চনত।

উত্তৰঃ (খ) ২০০২ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top