⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 6 Assamese MCQ Chapter 1 আমাৰ দেশ

SEBA Class 6 Assamese MCQ Chapter 1 আমাৰ দেশ Question Answer to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese MCQ Solutions and select need one. SEBA Class 6 Assamese MCQ Question Answers Download PDF. SCERT Assamese MCQ Class 6 Solutions.

SEBA Class 6 Assamese MCQ Chapter 1 আমাৰ দেশ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 1

MCQ

১। কিমান চনত অতুলচন্দ্ৰ হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল?

(ক) ১৯৫৯ চনত।

(খ) ১৯৬৯ চনত।

(গ) ১৯৮২ চনত।

(ঘ) ১৯৭১ চনত।

উত্তৰঃ (ক) ১৯৫৯ চনত।

২। অতুলচন্দ্ৰ হাজৰিকাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

(ক) টিকেন্দ্ৰজিৎ।

(খ) মঞ্চলেখা।

(গ) নন্দ দুলাল।

(ঘ) ফেইজালি।

 উত্তৰঃ (খ) মঞ্চলেখা।

৩। কিমান চনত অতুলচন্দ্ৰ হাজৰিকাক ‘সাহিত্যাচাৰ্য’ উপাধি দিয়া হৈছিল?

(ক) ১৯৫৯ চনত।

(খ) ১৯৬৯ চনত।

(গ) ১৯৮২ চনত।

(ঘ) ১৯৭১ চনত।

উত্তৰঃ (গ) ১৯৮২ চনত।

৪। কিমান চনত অতুলচন্দ্ৰ হাজৰিকাক ভাৰত চৰকাৰৰ পৰা ‘পদ্মশ্রী’ সন্মান দিয়া হৈছিল?

(ক) ১৯৫৯ চনত।

(খ) ১৯৭১ চনত।

(গ) ১৯৮২ চনত।

(ঘ) ১৯৬৯ চনত।

উত্তৰঃ (খ) ১৯৭১ চনত।

৫। কিমান খ্রীষ্টাব্দত অতুলচন্দ্ৰ হাজৰিকাৰ মৃত্য হৈছিল?

(ক) ১৯৭৯ খ্রীষ্টাব্দ।

(খ) ১৯৮৪ খ্রীষ্টাব্দ।

(গ) ১৯৮২ খ্রীষ্টাব্দ।

(ঘ) ১৯৮৬ খ্রীষ্টাব্দ।

উত্তৰঃ (ঘ) ১৯৮৬ খ্রীষ্টাব্দ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top