SEBA Class 3 Environment Chapter 7 আমাৰ খাদ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.
SEBA Class 3 Environment Chapter 7 আমাৰ খাদ্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.
আমাৰ খাদ্য
Chapter: 7
ক্রিয়া-কলাপ – ১
তলৰ ছবিবোৰ চাই প্রাণী আৰু উদ্ভিদৰ পৰা পোৱা খাদ্যসমূহ চিনাক্ত কৰি তালিকাখন পূৰোৱা-
উত্তৰঃ
| প্ৰাণীৰপৰা পোৱা | উদ্ভিদৰপৰা পোৱা |
ক্রিয়া-কলাপ – ২
তলত কিছুমান খাদ্যৰ ছবি দিয়া হৈছে। এইবোৰ উদ্ভিদৰ কোন কোন অংশ তাক তলৰ তালিকাখনত লিখা (শিক্ষকৰ সহায় ল’বা।)-
| পাত | কাণ্ড বা গা-গছ | ফল | গুটি/বীজ | শিপা |
উত্তৰঃ
| পাত | কাণ্ড বা গা-গছ | ফল | গুটি/বীজ | শিপা |
ক্রিয়া-কলাপ – ৩
তোমালোকে খোৱা খাদ্যবোৰৰ কোনবোৰ ৰান্ধি বা কেঁচাই খোৱা তলৰ তালিকাখনত লিখা-
| ৰান্ধি খোৱা খাদ্য | কেঁচাই খোৱা খাদ্য | কেঁচাই আৰু ৰান্ধি খাব পৰা খাদ্য |
উত্তৰঃ
| ৰান্ধি খোৱা খাদ্য | কেঁচাই খোৱা খাদ্য | কেঁচাই আৰু ৰান্ধি খাব পৰা খাদ্য |
| ভাত, ডাইল, তৰকাৰি, মাছ, মাংস, পিঠা | মূলা, বিলাহী, গাজৰ, তিয়ঁহ, বন্ধাকবি, কেঁচা মটৰ | মূলা, গাজৰ, ফুলকবি, বিলাহী, পালেং, কেঁচা মটৰ |
ক্রিয়া-কলাপ – ৫
তোমালোকে ঘৰত প্ৰায়েই কি কি আহাৰ খোৱা তলৰ তালিকাখনত লিখা-
| ৰাতিপুৱা | দুপৰীয়া | আবেলি | ৰাতি |
উত্তৰঃ
| ৰাতিপুৱা | দুপৰীয়া | আবেলি | ৰাতি |
| ৰুটি | ভাত | চাহ | ভাত |
| আলু ভাজি | দাইল | বিস্কুট | মাছ/মাংস |
| গাখীৰ | তৰকাৰি | কল বা অন্য ফল | ডাইল |
| অনুশীলনী |
১। উত্তৰ লিখা-
(ক) শৰীৰক শক্তি যোগোৱা দুবিধ খাদ্যৰ নাম।
উত্তৰঃ ভাত আৰু ৰুটি।
(খ) শৰীৰ বৃদ্ধি হোৱাত সহায় কৰা দুবিধ খাদ্যৰ নাম।
উত্তৰঃ কণী আৰু গাখীৰ।
(গ) আমাক বেমাৰ-আজাৰৰপৰা ৰক্ষা কৰা দুবিধ খাদ্যৰ নাম।
উত্তৰঃ আমলখি আৰু শিলিখা।
(ঘ) শৰীৰৰ বাবে অপকাৰী দুবিধ খাদ্যৰ নাম।
উত্তৰঃ চিপছ আৰু আইচক্ৰীম।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

