Class 9 Social Science MCQ Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ

Class 9 Social Science MCQ Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ

Join Telegram channel

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 7 বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ুপ্ৰবাহ

Chapter – 7

দ্বিতীয় খণ্ড : ভূগোল

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. বায়ু আমাৰ কোনফালে আছে?

(ক) চাৰিওফালে।

(খ) দুফালে।

(গ) ওপৰফালে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) চাৰিওফালে।

2. চাৰিওফালে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক কি বোলে?

(ক) স্থলমণ্ডল।

(খ) শিলামণ্ডল।

(গ) জলমণ্ডল।

(ঘ) বায়ুমণ্ডল।

উত্তৰঃ (ঘ) বায়ুমণ্ডল।

3. পৃথিৱীপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত?

(ক) ১০০০ কিলোমিটাৰ।

(খ) ১০,০০০ কিলোমিটাৰ।

(গ) ১১,০০০ কিলোমিটাৰ।

(ঘ) ৫০০ কিলোমিটাৰ।

উত্তৰঃ (খ) ১০,০০০ কিলোমিটাৰ।

4. অশ্মমণ্ডল বুলিলে কি বুজা?

(ক) পানীৰে পৰিপূৰ্ণ।

(খ) মাটি আৰু পানী।

(গ) মাটি আৰু বায়ু।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) মাটি আৰু পানী।

5. সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান কি?

(ক) নিম্ন স্থান।

(খ) স্থান নাই।

(গ) সর্বোচ্চ।

(ঘ) কোনাটোৱে নহয়।

উত্তৰঃ (গ) সর্বোচ্চ।

6. শতকৰা হিচাপত নাইট্ৰ’জেনৰ আয়তন কিমান?

(ক) ০.০৩

(খ) ২০.৯৪

(গ) ০.০১৪

(ঘ) ৭৮.০৮

উত্তৰঃ (ঘ) ৭৮.০৮

7. শতকৰা হিচাপত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান?

(ক) ২০.৯৪

(খ) ০.৯৩

(গ) ৭৮.০৮

(ঘ) ০.০৩৬

উত্তৰঃ (ক) ২০.৯৪

8. নাইট্ৰ’জেনৰ ৰাসায়নিক সংকেত কি?

(ক) NE

(খ) N₂

(গ) Xe

(ঘ) Kr

উত্তৰঃ (খ) N₂

9. বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি?

(ক) অক্সিজেন।

(খ) আর্গন।

(গ) নাইট্ৰ’জেন।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) নাইট্ৰ’জেন।

10. পৃথিৱীত জীৱ-জন্তু তথা উদ্ভিদ জীয়াই থকাৰ প্রয়োজনীয় উষ্ণতা হৈছে–

(ক) ১৫° ছেণ্টিগ্রেড।

(খ) ২০° ছেণ্টিগ্রেড।

(গ) ০° ছেণ্টিগ্রেড।

(ঘ) ৫° ছেণ্টিগ্রেড।

উত্তৰঃ (ক) ১৫° ছেণ্টিগ্রেড।

11. বায়ুমণ্ডলৰ কোনটো গেছে জীৱ-জগতক বিপদৰ পৰা ৰক্ষা কৰে?

(ক) নাইট্ৰ’জেন।

(খ) অ’জন।

(গ) অক্সিজেন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) অ’জন।

12. বায়ুমণ্ডলৰ গেছীয় গঠন কিমান কিলোমিটাৰ লৈ আছে?

(ক) ১০০০ কিলোমিটাৰ।

(খ) ৫,০০০ কিলোমিটাৰ।

(গ) ১ কিলোমিটাৰ।

(ঘ) ১০,০০০ কিলোমিটাৰ।

উত্তৰঃ (ঘ) ১০,০০০ কিলোমিটাৰ৷

13. বিজ্ঞানীসকলে বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

14. আনৱিক ভৰ অনুসৰি বায়ুমণ্ডলৰ তৰপ কেইটা—

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (গ) চাৰি।

15. ভূ-পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো?

(ক) ষ্টেট’স্ফিয়েৰ।

(খ) ট্র’প’স্ফিয়েৰ।

(গ) থামস্ফিয়েৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ট্র’প’স্ফিয়েৰ।

অতি চমু প্রশ্ন উত্তৰ:

1. বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?

উত্তৰঃ ১০,০০০ কিঃমিঃ উচ্চতালৈ বিস্তৃত।

2. হম’স্ফিয়েৰ আৰু হেটেস্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?

উত্তৰঃ মেছ’পজ।

3. ফেৰেলৰ সূত্র কি?

উত্তৰঃ উত্তৰ গোলার্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলার্ধত বায়ু বাওঁফালে সলনি হৈ প্রবাহিত হয়। ইয়াকে ফেৰেলৰ সূত্ৰ বোলে।

4. অ’জন গেছৰ স্তৰটো ক’ত অৱস্থিত?

উত্তৰঃ ষ্ট্ৰেট’স্ফিয়েত।

5. বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন থাকে?

উত্তৰঃ ২০.৯৪ শতাংশ।

6. বায়ুপ্রবাহৰ মূল কাৰণটো কি?

উত্তৰঃ চাপৰ তাৰতম্য।

7. বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰঃ এনিম’মিটাৰ।

8. বতাহৰ গতিবেগৰ এককটো কি?

উত্তৰঃ নট।

9. মৌচুমী বতাহ কোন শ্রেণীৰ অন্তৰ্গত?

উত্তৰঃ গৌণ বতাহ।

10. প্রশান্ত মহাসাগৰৰ ঘূর্ণীবতাহৰ নাম কি?

উত্তৰঃ হাৰিকেন।

11. ট্রপ’স্ফিয়েৰৰ উৰ্দ্ধ সীমাৰ নাম কি?

উত্তৰঃ ট্রপ’পজ।

12. ষ্ট্ৰেট’স্ফিয়েৰৰ উৰ্দ্ধসীমাটোৰ নাম কি?

উত্তৰঃ ষ্ট্ৰেট’পজ।

13. মেছ’স্ফিয়েৰৰ নিম্নসীমাৰ নাম কি?

উত্তৰঃ মেছ’পজ।

14. মেছ’স্ফিয়েৰৰ নিম্ন সীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান?

উত্তৰঃ ১০০° ছেণ্টিগ্রেড।

15. বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন গেছ আছে?

উত্তৰঃ ষ্টেটস্ফিয়েৰত।

16. বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰটোৰ নাম কি?

উত্তৰঃ এক্স’স্ফিয়েৰ।

17. চাম মানে কি ?

উত্তৰঃ প্রতি একক ক্ষেত্ৰত বায়ুৱে প্ৰয়োগ কৰা বলৰ মান।

18. বায়ুৰ চাপ কিহেৰে জোখা হয়?

উত্তৰঃ বেৰ’মিটাৰ৷

19. ১ ইঞ্চি উচ্চতাৰ পৰাস্তম্ভৰ চাপৰ মান কিমান?

উত্তৰঃ ৩৩.৯ মিলিবাৰ ৷

20. বতাহৰ গতিবেগ কোনটো শক্তিৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ চাপতি শক্তিৰ ওপৰত।

21. এক্স’স্ফিয়েৰত বায়ুৰ উষ্ণতা কিমান বৃদ্ধি পায়?

উত্তৰঃ ৫৫৫০° ছেণ্টিগ্রেডলৈ বৃদ্ধি পায়।

22. বায়ু উত্তপ্ত হ’লে কোন দিশলৈ গতি কৰে?

উত্তৰঃ উর্দ্ধগামী।

23. বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ কেইটা?

উত্তৰঃ দুটা।

24. বতাহ কাক বোলে?

উত্তৰঃ বায়ুৱে চাপ কম থকা ঠাইলৈ গতি কৰে। বায়ুৰ গতিকে বতাহ বোলে।

25. মুখ্য বায়ুপ্রবাহ কাক বোলে?

উত্তৰঃ সমগ্র পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাক মুখ্য বায়ুপ্রবাহ বোলে।

26. বায়ুৰাশি কাক বোলে?

উত্তৰঃ উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা দ্বীপপুঞ্জক বায়ুৰাশি বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top