Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

SEBA Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Chapter – 6

দ্বিতীয় খণ্ড : ভূগোল

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. পৃথিৱীৰ উপৰিভাগ কিহেৰে গঠিত?

(ক) পানী আৰু বায়ু।

(খ) মহাদেশ আৰু দেশ।

(গ) পানী আৰু মাটি।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) পানী আৰু মাটি।

2. পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ–

(ক) দেশ আৰু মহাদেশ।

(খ) পানী আৰু বতাহ।

(গ) পানী আৰু মাটি।

(ঘ) মহাদেশ আৰু মহাসাগৰ।

উত্তৰঃ (ঘ) মহাদেশ আৰু মহাসাগৰ ৷

3. পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীৰে আগুৰা?

(ক) ৭১ শতাংশ।

(খ) ২৯ শতাংশ।

(গ) ৯৯ শতাংশ।

(ঘ) ১০০ শতাংশ।

উত্তৰঃ (ক) ৭১ শতাংশ।

5. পৃথিৱীৰ খোলাটো কিহেৰে গঠিত?

(ক) পানী।

(খ) মাটি।

(গ) ফলক।

(ঘ) বায়ু।

উত্তৰঃ (গ) ফলক।

6. ভূ-পৃষ্ঠৰ বাহ্যিক কাৰকবোৰ মূলতঃ ক’ৰ পৰা ক্রিয়া কৰে?

(ক) ওপৰৰ পৰা।

(খ) বাহিৰৰ পৰা।

(গ) ভিতৰৰ পৰা।

(ঘ) মাজৰ পৰা।

উত্তৰঃ (খ) বাহিৰৰ পৰা।

7. নিম্নলিখিত কোনটো বাহ্যিক কাৰক?

(ক) বৰষুণ।

(খ) ভূমিকম্প।

(গ) সাগৰ।

(ঘ) নদী।

উত্তৰঃ (ক) বৰষুণ।

8. হিমযুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰাখিছিল?

(ক) শিল।

(খ) ডাৱৰ।

(গ) তুষাৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) তুষাৰ ৷

9. নদীৰ পানীৰ এটা উৎস হৈছে—

(ক) পুখুৰীৰ পানী।

(খ) সাগৰৰ পানী।

(গ) বৰষুণৰ পানী।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বৰষুণৰ পানী।

10. নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।

11. অসমৰ কোনটো নদীৰ এটা কাৰ্য?

(ক) খনন।

(খ) চলন।

(গ) স্খলন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) খনন।

12. উৎসৰ পৰা মোহনালৈকে যি পথেৰে নদীয়ে গতি কৰে তাক কি বোলে?

(ক) নদীৰ খনন।

(খ) পৰিবহন।

(ঘ) নদীৰ গতিপথ।

(গ) জমাকৰণ।

উত্তৰঃ (ঘ) নদীৰ গতিপথ।

13. উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ—

(ক) নিম্ন।

(খ) ক্ষীপ্র।

(ঘ) প্রবল।

(গ) মন্থৰ।

উত্তৰঃ (ঘ) প্রবল

14. ভৈয়াম অঞ্চলত নদীৰ গভীৰতা—

(ক) বৃদ্ধি।

(খ) হ্রাস পায়।

(গ) গহীন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) হ্রাস পায়।

15. পার্শ্বখনন বুলিলে–

(ক) স্খলন।

(খ) খনন।

(গ) দমন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) খনন।

1 thought on “Class 9 Social Science MCQ Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top