Class 9 Social Science MCQ Chapter 8 ভাৰতবৰ্ষৰ ভূগোল

Class 9 Social Science MCQ Chapter 8 ভাৰতবৰ্ষৰ ভূগোল, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 8 ভাৰতবৰ্ষৰ ভূগোল Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 8 ভাৰতবৰ্ষৰ ভূগোল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 8 ভাৰতবৰ্ষৰ ভূগোল Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 8 ভাৰতবৰ্ষৰ ভূগোল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতবৰ্ষৰ ভূগোল

Chapter – 8

দ্বিতীয় খণ্ড : ভূগোল

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত?

(ক) দক্ষিণ গোলাৰ্ধ।

(খ) উত্তৰ গোলাৰ্ধ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) পূৱ গোলাৰ্ধ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) উত্তৰ গোলাৰ্ধ।

2. ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত?

(ক) এছিয়া।

(খ) ইউৰোপ।

(গ) আফ্রিকা।

(ঘ) অষ্ট্ৰেলিয়া।

উত্তৰঃ (ক) এছিয়া মহাদেশৰ।

3. ভাৰতবৰ্ষ এখন ____ ৰাষ্ট্ৰ। (খালী ঠাইত কি বহিব)?

(ক) খণ্ড।

(খ) দিখণ্ডিত।

(গ) অখণ্ড।

(ঘ) ৰাজতন্ত্র।

উত্তৰঃ (গ) অখণ্ড।

4. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?

(ক) আফ্রিকা।

(খ) উত্তৰ আমেৰিকা।

(গ) ইউৰোপ।

(ঘ) এছিয়া।

উত্তৰঃ (ঘ) এছিয়া।

5. পূৱা-পশ্চিমাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড হৈছে–

(ক) ২৯৩৩ কি.মি. বিস্তৃত।

(খ) ৩২১৪ কি.মি. বিস্তৃত।

(গ) ১৫,২০০ কি.মি. বিস্তৃত।

(ঘ) ৫০০০ কি.মি. বিস্তৃত।

উত্তৰঃ (ক) ২৯৩৩ কি.মি. বিস্তৃত।

6. আয়তনৰ দিশত ভাৰতৰ স্থান কিমান?

(ক) সপ্তদশ।

(খ) দ্বিতীয়।

(গ) সপ্তম।

(ঘ) নৱম।

উত্তৰঃ (গ) সপ্তম।

7. ভাৰতবৰ্ষত থকা মৰুভূমিখনৰ নাম কি?

(ক) থৰ।

(খ) ছাহাৰা।

(গ) গোবী।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) থৰ।

8. থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত?

(ক) অসম।

(খ) ৰাজস্থান।

(গ) বিহাৰ।

(ঘ) গোজৰাট।

উত্তৰঃ (খ) ৰাজস্থান।

9. অসমৰ কোনখন উত্তৰ ভাৰতৰ নদী?

(ক) নর্মদা।

(খ) কৃষ্ণা।

(গ) কাবেৰী।

(ঘ) গঙ্গা।

উত্তৰঃ (ঘ) গঙ্গা।

10. ভাৰতবৰ্ষত কেইটা প্রাকৃতিক ভাগত ভাগ কৰিছে?

(ক) চাৰিটা।

(খ) তিনিটা।

(গ) দুটা।

(ঘ) এটা।

উত্তৰঃ (ক) চাৰিটা।

11. পৃথিৱীৰ সৰ্বোচ্চ পর্বতমালা কোনখন?

(ক) পামিৰ।

(খ) কাঞ্চনজংঘা।

(গ) শ্রীসূর্য।

(ঘ) হিমালয়।

উত্তৰঃ (ঘ) হিমালয়।

12. হিমালয় পর্বতমালাৰ পৰা বৈ অহা নদী তিনিখন হৈছে— ব্ৰহ্মপুত্ৰ, গঙ্গা আৰু ____

(ক) ধনশ্রী।

(খ) পাগলাদিয়া।

(গ) নর্মদা।

(ঘ) সিন্ধু।

উত্তৰঃ (ঘ) সিন্ধু।

13. উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বাৰ্ষিক গড়ে কিমান বৰষুণ হয়?

(ক) ১০০ ছেণ্টিমিটাৰৰ পৰা ২০০ ছে.মি.।

(খ) ১০০ ছেণ্টিমিটাৰৰ পৰা ৩০০ ছে.মি.।

(গ) ২০০ ছেণ্টিমিটাৰৰ পৰা ৪০০ ছে.মি.।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ১০০ ছেণ্টিমিটাৰৰ পৰা ২০০ ছে.মি.।

14. ভাৰতবৰ্ষত ঋতুকেইটা অনুভূত হয়?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) ছয়।

উত্তৰঃ (গ) চাৰি।

15. জনসংখ্যাৰ দিশত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান?

(ক) প্রথম।

(খ) দ্বিতীয়।

(গ) তৃতীয়।

(ঘ) চতুর্থ।

উত্তৰঃ (খ) দ্বিতীয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top