Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Social Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Join Telegram channel

Table of Contents

SEBA Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Social Science MCQ Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Chapter – 2

প্ৰথম খণ্ড : ইতিহাস

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্ন:

1. সম্রাট ঈৰংগজেৱৰ জন্ম কেতিয়া হৈছিল?

(ক) ১৭৫৮ চনত।

(খ) ১৬৫৮ চনত।

(গ) ১৫৫৮ চনত।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ১৬৫৮ চনত।

2. পলাচীৰ যুদ্ধত বংগৰ নবাব কোন আছিল?

(ক) নবাব চিৰাজুদ্দৌলা।

(খ) নবাব ৰহমতুল্লাহ।

(গ) নবাব আলী।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) নবাব চিৰাজুদ্দৌলা।

3. চিৰাজুদ্দৌলাৰ মৃত্যু কেতিয়া হৈছিল?

(ক) ১৭৬৮ চনত।

(খ) ১৬৫৭ চনত।

(গ) ১৭৫৭ চনত।

(ঘ) ১৯৫৭ চনত।

উত্তৰঃ (গ) ১৭৫৭ চনত ৷

4. পলাচীৰ যুদ্ধ কিমান চনত হৈছিল?

(ক) ১৫৫৭-৫৮ চন।

(খ) ১৬৫৭-৫৮ চন।

(গ) ১৮৫৭-৫৮ চন।

(ঘ) ১৭৫৬-৫৭ চন।

উত্তৰঃ (ঘ) ১৭৫৬-৫৭ চন।

5. ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিলে কাক বুজায়?

(ক) ১৯৪৭ চনৰ বিদ্রোহ।

(খ) ১৭৫৬ চনৰ বিদ্রোহ।

(গ) ১৯৪২ চনৰ বিদ্ৰোহ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ১৯৪৭ চনৰ বিদ্ৰোহ।

6. চিপাহী বিদ্রোহ কিমান চনত হৈছিল?

(ক) ১৬৫৭ চনত।

(খ) ১৭৫৭ চনত।

(গ) ১৮৫৭ চনত।

(ঘ) ১৯৫৭ চনত।

উত্তৰঃ (গ) ১৮৫৭ চনত।

7. ইউৰোপত নৱজাগৰণৰ সুচনা হৈছিল?

(ক) ষষ্টদশ শতিকাত।

(খ) অষ্টদশ শতিকাত।

(গ) পঞ্চদশ শতিকাত।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ষষ্টদশ শতিকাত।

8. আধুনিক শিক্ষাৰ অনুষ্ঠান প্রথমে গঢ়ি উঠে–

(ক) দাক্ষিণাত্যত।

(খ) উত্তৰ ভাৰতত।

(গ) পূৱ ভাৰত।

(ঘ) বংগদেশত।

উত্তৰঃ (ঘ) বংগদেশত।

9. ১৮৩৫ চনত পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল?

(ক) লর্ড ডাফৰিণ।

(খ) লৰ্ড মেক’লেই।

(গ) চালর্চ উডে।

(ঘ) এজনো নহয়।

উত্তৰঃ (খ) লর্ড মেক’লেই।

10. উত্তৰ প্ৰেৰণাপত্ৰ কিমান চনত?

(ক) ১৮৫৪ চন।

(খ) ১৯৫৪ চন।

(গ) ১৭৫৪ চন। 

(ঘ) ১৮৫৫ চন।

উত্তৰঃ (ক) ১৮৫৪ চন।

11. উডৰ প্ৰেৰণ পত্ৰত শিক্ষা বিস্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?

(ক) প্রাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰলৈ।

(খ) প্রাথমিক স্তৰৰ পৰা উচ্চ মাধ্যমিকলৈ।

(গ) প্রাথমিক স্তৰৰ পৰা উচ্চতৰ মাধ্যমিকলৈ।

(ঘ) প্রাথমিক স্তৰৰপৰা বিশ্ববিদ্যালয়লৈ।

উত্তৰঃ (ঘ) প্রাথমিক স্তৰৰপৰা বিশ্ববিদ্যালয়লৈ।

12. উডৰ প্ৰেৰণ পত্ৰক আন কি নামেৰে জনা যায়?

(ক) শিক্ষা নিৰাময় আঁচনি।

(খ) শিক্ষা গ্রহণ আঁচনি।

(গ) শিক্ষা সংস্কাৰ আঁচনি।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) শিক্ষা সংস্কাৰ আঁচনি।

13. আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ’ল—

(ক) বংকিম চন্দ্র চট্টোপাধ্যায়।

(খ) ৰবিন্দ্ৰনাথ ঠাকুৰ।

(গ) ইকবাল।

(ঘ) এজনো নহয়।

উত্তৰঃ (ক) বংকিম চন্দ্র চট্টোপাধ্যায়।

14. সাৰে জাহাছে আচ্ছা, হিন্দুস্তান হামাৰা গীতৰ ৰচয়িতা হ’ল—

(ক) আকবৰ।

(খ) ইকবাল।

(গ) কবিৰ।

(ঘ) ভগত সিং।

উত্তৰঃ (খ) ইকবাল।

15. গ্ৰেণ্ড ট্রাস্ক ৰোড কিমান চনত নিৰ্মাণ কৰা হৈছিল?

(ক) ১৭৩৯ চনত।

(খ) ১৯৩৯ চনত।

(গ) ১৮৩৯ চনত।

(ঘ) ১৮৩৮ চনত।

উত্তৰঃ (গ) ১৮৩৯।

16. ভাৰতবৰ্ষত প্রথমে ৰেল যাতায়ত সূচনা হৈছিল?

(ক) ১৮৫৩ চন।

(খ) ১৮৮২ চন।

(ঘ) ১৮৯০ চন।

(গ) ১৯৫৩ চন।

উত্তৰঃ (ক) ১৮৫৩ চন।

17. ভাৰতত প্ৰথমখন ৰেলসেৱা কোন ঠাইৰ পৰা কোন ঠাইলৈ চলিছিল?

(ক) গুৱাহাটী আৰু কলিকতাৰ মাজত।

(খ) দিল্লী আৰু মুম্বাইৰ মাজত।

(গ) হাইদৰবাদ আৰু কেৰেলাৰ মাজত।

(ঘ) মুম্বাই আৰু থানেৰ মাজত।

উত্তৰঃ (ঘ) মুম্বাই আৰু থানেৰ মাজত।

18. অসমত প্রথম ৰেল চলাচল কৰে?

(ক) ১৮৮০ চন।

(খ) ১৯৮০ চন।

(গ) ১৮৮৩ চন।

(ঘ) ১৮৫৪ চন।

উত্তৰঃ (গ) ১৮৮৩ চন।

19. সাৰে জাহাচে আচ্ছা কোনখন আলোচনীত প্রকাশ হৈছিল?

(ক) ইত্তেহাদ আলোচনী।

(খ) মায়া আলোচনীত।

(গ) তৃষ্ণাতুৰ আলোচনীত।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ইত্তেহাদ আলোচনী।

20. ভাৰতবৰ্ষত প্রথম টেলিগ্রাফ সেৱাৰ প্ৰৱৰ্ত্তন হয়?

(ক) ১৯৩৯ চনত।

(খ) ১৭৩৯ চনত।

(গ) ১৮৫০ চনত। 

(ঘ) ১৮৩৯ চনত।

উত্তৰঃ (ঘ) ১৮৩৯ চনত।

21. ভাৰতত জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি হ’ল—

(ক) স্বামী দয়ানন্দ সৰস্বতী।

(খ) গোবিন্দ ৰাণাডে।

(গ) ৰাজাৰামমোহন ৰায়।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) ৰাজাৰামমোহন ৰায়।

22. ৰাজা ৰামমোহমন ৰায়ৰ মৃত্যু কেতিয়া হৈছিল?

(ক) ১৮৮৩ চনত। 

(খ) ১৮৩৩ চনত।

(গ) ১৭৭২ চনত।

(ঘ) ১৯৩৩ চনত।

উত্তৰঃ (খ) ১৮৩৩ চনত।

23. ব্রাহ্মসভা স্থাপন কৰিছিল?

(ক) ১৮২৮ চনত।

(খ) ১৮৩০ চনত।

(গ) ১৯২৮ চনত।

(ঘ) ১৭২৮ চনত।

উত্তৰঃ (ক) ১৮২৮ চনত।

24. হিন্দু ধৰ্মৰ মূল গ্রন্থ হ’ল—

(ক) কোৰাণ।

(খ) ত্রিপিটক।

(গ) বেদ।

(ঘ) বাইবেল।

উত্তৰঃ (গ) বেদ।

25. ৰাজা ৰামমোহন ৰায়ে কি প্রথা বন্ধ কৰিছিল?

(ক) বিধৱা বিবাহ।

(খ) বাল্য বিবাহ।

(গ) অসৱৰ্ণ বিবাহ।

(ঘ) সতীদাহ বিবাহ।

উত্তৰঃ (ঘ) সতীদাহ বিবাহ।

26. কলিকতাত হিন্দু কলেজ প্রতিষ্ঠা হৈছিল—

(ক) ১৮১৭ চন।

(খ) ১৮২০ চন।

(গ) ১৯১৭ চন।

(ঘ) ১৯২১ চন।

উত্তৰঃ (ক) ১৮১৭ চন।

27. আর্য সমাজ প্রতিষ্ঠাতা আছিল—

(ক) ৰামমোহন ৰায়।

(খ) দয়ানন্দ সৰস্বতী।

(গ) গোবিন্দ ৰাণাডে।

(ঘ) এজনে নহয়।

উত্তৰঃ (খ) দয়ানন্দ সৰস্বতী।

28. প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন–

(ক) কেশৱ চন্দ্ৰ সেন।

(খ) ৰামমোহন ৰায়।

(গ) পৰম হংস।

(ঘ) এজনো নহয়।

উত্তৰঃ (ক) কেশৱ চন্দ্ৰ সেন।

29. নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ বাবে নৈশ বিদ্যালয় কোনে স্থাপন কৰিছিল?

(ক) পৰমহংস।

(খ) ৰামমোহন ৰায়।

(গ) দয়ানন্দ সৰস্বতী।

(ঘ) কেশৱ চন্দ্ৰ সেনে।

উত্তৰঃ (ঘ) কেশৱ চন্দ্ৰ সেনে।

30. ৰামকৃষ্ণ পৰমহংসই কি মিছন গঢ়ি তুলিছিল?

(ক) সংস্কাৰ মিছন।

(খ) ৰামকৃষ্ণ মিছন।

(গ) শিক্ষা মিছন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ৰামকৃষ্ণ মিছন।

31. থিয়’ছফিকেল ছ’চাইটি প্রতিষ্ঠা হৈছিল?

(ক) ডি-হেন চহৰত। 

(খ) নতুন দিল্লীত।

(গ) বাগদাদ চহৰত।

(ঘ) নিউইয়র্ক চহৰত।

উত্তৰঃ (ঘ) নিউইয়র্ক চহৰত।

32. হোম ৰুল লীগ প্রতিষ্ঠা হৈছিল?

(ক) ১৯১৭ চনত।

(খ) ১৯১৮ চনত।

(গ) ১৮১৭ চনত।

(ঘ) ১৮২০ চনত।

উত্তৰঃ (ক) ১৯১৭ চনত।

33. হোম ৰুল লীগ প্রতিষ্ঠ কৰিছিল?

(ক) মদন মোহনে।

(খ) এনি বেছাণ্টে।

(গ) বিবেকানন্দই।

(ঘ) নৰেন্দ্ৰ মোদীয়ে।

উত্তৰঃ (খ) এনি বেছাণ্টে।

34. জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্রী কোন আছিল?

(ক) সৰোজিণী নাইডু।

(খ) ছোনিয়া গান্ধী।

(গ) প্রিয়ঙ্কা গান্ধী। 

(ঘ) এনি বেছাণ্ট।

উত্তৰঃ (ঘ) এনি বেছাণ্টে।

35. আলীগড় মুছলিম বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?

(ক) আব্দুল কালাম আজাদ।

(খ) ফাৰুক আবুল্লাহু।

(গ) ছাৰ ছৈয়দ আহমদ খান।

(ঘ) খান আব্দুল গফুৰ খান।

উত্তৰঃ (গ) ছাৰ ছৈয়দ আহমদ খান।

36. লর্ড লিটনে কি আইন জাৰি কৰিছিল?

(ক) লোণ আইন।

(খ) অস্ত্র আইন।

(গ) অস্বাৰোহী আইন।

(ঘ) বস্ত্র আইন।

উত্তৰঃ (খ) অস্ত্র আইন।

37. বংগদেশক দুটা ভাগ কোনে কৰিছিল?

(ক) লর্ড কার্জনে।

(খ) লর্ড লিটনে।

(গ) মৰ্লে মিন্টোৱে।

(ঘ) এজনো নহয় ৷

উত্তৰঃ (ক) লর্ড কার্জনে।

38. বংগদেশক কিমান চনত ভাগ কৰিছিল?

(ক) ১৯০৪ চন।

(খ) ১৯১৫ চন।

(গ) ১৯০০ চন।

(ঘ) ১৯০৫ চন।

উত্তৰঃ (ঘ) ১৯০৫ চন।

39. সম্রাট ঔৰংগজেৱৰ মৃত্যু কেতিয়া হৈছিল?

(ক) ১৬০৯

(খ) ১৭০৯

(গ) ১৮০৯

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) ১৭০৯ চনত।

40. চাৰ্লচ উডৰ জন্ম কোন চনত হৈছিল?

(ক) ১৯০০

(খ) ১৭০০

(গ) ১৮০২

(ঘ) ১৮০০

উত্তৰঃ (ঘ) ১৮০০ চনত।

41. ভাপ কলৰ ৰেল যোগাযোগ কেতিয়াৰ পৰা হয়?

(ক) ১৭৩২

(খ) ১৯৩২

(গ) ১৮৩২

(ঘ) এটাও নহয়।

উত্তৰঃ ১৮৩২ চনত।

42. মোম্বাই আৰু থানেৰ মাজৰ দুৰত্ব কিমান আছিল?

(ক) ২১ কিঃমিঃ।

(খ) ২০ কিঃমিঃ।

(গ) ৩০ কিঃমিঃ।

(ঘ) ৪০ কিঃমিঃ।

উত্তৰঃ (ক) ২১ কিঃমিঃ।

43. ১৮৩৯ খ্রীষ্টাব্দত বেচৰকাৰী খণ্ডত টেলিগ্রাফ ব্যৱস্থাৰ প্ৰচলন কোন ঠাইৰ মাজত হৈছিল?

(ক) মুম্বাই আৰু দিল্লী।

(খ) দিল্লী আৰু গুৱাহাটী।

(গ) গুৱাহাটী আৰু হাৰবাৰ।

(ঘ) কলিকতা আৰু ডায়মণ্ড হাৰবাৰ।

উত্তৰঃ (ঘ) কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত।

44. শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা কেতিয়া স্থাপন কৰিছিল?

(ক) ১৭৯৭

(খ) ১৭৯৮

(গ) ১৬৭৯

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ১৭৯৭ চনত।

45. লর্ড ডেলহাউচীয়ে টেলিগ্রাফ সেৱা কেতিয়া চৰকাৰী নিয়ন্ত্ৰনলৈ আনে?

(ক) ১৮৫০

(খ) ১৮৫১

(গ) ১৮৬০

(ঘ) ১৮৬৫

উত্তৰঃ (খ) ১৮৫১ চনত।

46. ১৮১৫ খ্রীষ্টাব্দত কলিকতাত কি সভা স্থাপন কৰিছিল?

(ক) ব্রাহ্মসভা।

(খ) আত্মীয়সভা।

(গ) ৰাজসভা।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) আত্মীয় সভা।

47. কু-প্রথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি কোনে ঘটাইছিল?

(ক) উইলিয়াম কেৰি।

(খ) লিনলিথগ’।

(গ) উইলিয়াম বেণ্টিংক।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) উইলিয়াম বেণ্টিংক।

48. প্রেছিডেন্সি কলেজ কিমান চনত প্রেচিডেন্সি ইউনিভাৰচিটিলৈ উন্নীত হয়?

(ক) ২০০০ চন।

(খ) ২০১০ চন।

(গ) ২০২০ চন।

(ঘ) ২০০৩ চন।

উত্তৰঃ (খ) ২০১০ চন।

49. তলৰ কোনজন প্রেচিডেন্সি কলেজৰ বিখ্যাত ছাত্র।

(ক) বাবুল কালাম।

(খ) কবিৰ।

(গ) অমর্ত্য সেন।

(ঘ) তৰুণ গগৈ।

উত্তৰঃ (গ) অমর্ত্য সেন।

50. আর্য সমাজ প্রতিষ্ঠা কৰিছিল?

(ক) ১৯১৭

(খ) ১৮১৭

(গ) ১৮৩০

(ঘ) ১৮৭৫

উত্তৰঃ (ঘ) ১৮৭৫ চনত।

51. বন্দে মাতৰম গীতৰ ৰচয়িতা হ’ল—

(ক) ইকবাল।

(খ) বংকিম চন্দ্র চট্টোপাধ্যায়।

(গ) আকবৰ।

(ঘ) তানসেন।

উত্তৰঃ (খ) বংকিম চন্দ্র চট্টোপাধ্যায়৷

52. ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল?

(ক) স্বামী বিবেকানন্দ।

(খ) ৰাজা ৰামমোহন ৰায়।

(গ) পৰমহংস।

(ঘ) এজনো নহয়।

উত্তৰঃ (ক) স্বামী বিবেকানন্দ।

53. চিকাগো চহৰ কোন দেশত অৱস্থিত?

(ক) ভাৰত।

(খ) ইংলেণ্ড।

(গ) চীন।

(ঘ) আমেৰিকা।

উত্তৰঃ (ঘ) আমেৰিকাত।

54. স্বামী বিবেকানন্দ চিকাগো চহৰত কিমান চনত ভাষণ দিছিল?

(ক) ১৮৯৩

(খ) ১৮৯০

(গ) ১৮৯২

(ঘ) ১৯৮৯

উত্তৰঃ (ক) ১৮৯৩ চনত।

55. থিয়’ছফিকেল ছ’চাইটি এটা ___অনুষ্ঠান।

(ক) ৰাজ্যিক।

(খ) ৰাষ্ট্ৰীয়।

(ঘ) জিলাভিত্তিক।

(গ) আন্তঃৰাষ্ট্ৰীয়।

উত্তৰঃ (গ) আন্তঃৰাষ্ট্ৰীয়।

56. “Arise awake, and stop not till the goal is reached” এইষাৰ কাৰ দৰ্শন আছিল?

(ক) ৰবিন্দ্ৰনাথ ঠাকুৰ।

(খ) মহাত্মা গান্ধী।

(গ) জৱাহৰলাল নেহেৰু।

(ঘ) স্বামী বিবেকানন্দ।

উত্তৰঃ (ঘ) স্বামী বিবেকানন্দ।

57. চেণ্ট্ৰেল হিন্দু স্কুলখন কাৰ পৃষ্ঠপোষকতাত বেনাৰ্চ হিন্দু বিশ্ববিদ্যালয়লৈ পৰিণত হয়?

(ক) এনিবেচান্ত।

(খ) মদন মোহন মালব্য।

(গ) এ. পি. জে. আব্দুল কালাম।

(ঘ) ৰাধাকৃষ্ণণ।

উত্তৰঃ (খ) মদন মোহন মালব্য।

58. আলিগড় মুছলিম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

(ক) ১৮৭০

(খ) ১৮৮০

(গ) ১৮৯০

(ঘ) ১৮৭৫

উত্তৰঃ (ঘ) ১৮৭৫ চনত।

59. লর্ড ওৱেলছলিয়ে বাতৰি কাকতৰ বাধা-নিষেধ ওফৰাই কিহৰ যোগেদি স্বাধীনতা হৰণ কৰিছিল?

(ক) প্ৰেছমিট।

(খ) প্ৰেছ ৰেগুলেচন।

(গ) প্রেচক্রাইব।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) প্ৰেছ ৰেগুলেচন।

60. কিমান চনত ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱত দুর্বিক্ষৰ কবলত পৰি মানুহৰ মৃত্যু হৈছিল?

(ক) ১৮৬১

(খ) ১৮৬০

(গ) ১৮৬২

(ঘ) ১৮৭০

উত্তৰঃ (ক) ১৮৬১ চনত।

61. লর্ড ৰিপনে কাক কলিকতা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত নিয়োগ কৰিছিল?

(ক) ছাৰ জগদীশ।

(খ) ছাৰ আইজাক।

(গ) ছাৰ ৰমেশচন্দ্র মিত্র।

(ঘ) এজনো নহয়।

উত্তৰঃ (গ) ছাৰ ৰমেশচন্দ্ৰ মিত্ৰ।

62. ইণ্ডিয়ান এছছিয়েচনে কি নাম দি কলিকতাত এখন জনসভাৰ আয়োজন কৰিছিল?

(ক) জাতীয় কংগ্ৰেছ।

(খ) জাতীয় চেতনা।

(গ) জাতীয় সভা।

(ঘ) জাতীয় সন্মিলন।

উত্তৰঃ (ঘ) জাতীয় সন্মিলন।

63. কোনখন অধিবেশনত কংগ্ৰেছ দুটা শিবিৰত ভাগ হয়?

(ক) কলকাতা।

(খ) চুৰাট।

(গ) নাগপুৰ।

(ঘ) লক্ষ্ণৌ।

উত্তৰঃ (খ) চুৰাট।

64. চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছৰ ভাগ দুটা কি আছিল?

(ক) আমোলা আৰু মন্ত্ৰী।

(খ) গৰম আৰু সেমেকা।

(গ) নৰম আৰু চৰম পন্থী।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) নৰম আৰু চৰম পন্থী।

65. লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল আছিল—

(ক) নৰম পন্থী।

(খ) চৰম পন্থী।

(গ) এটাও নহয়।

উত্তৰঃ (ক) নৰম পন্থী।

66. দাদাভাই নৌৰজী কোনখন সমষ্টিৰ পৰা দ্বিতীয়বাৰ নিৰ্বাচনত জয়ী হৈছিল?

(ক) দলগাওঁ সমষ্টি। 

(খ) ৰায়বৰেলি সমষ্টি।

(গ) যমুনামুখ সমষ্টি।

(ঘ) মধ্য ফিন্সবাৰি সমষ্টি।

উত্তৰঃ (ঘ) মধ্য ফিন্সবাৰি সমষ্টি।

67. দাদাভাই নৌৰজীৰ জন্ম হৈছিল—

(ক) ১৮২০

(খ) ১৮২৫

(গ) ১৮৩০

(ঘ) ১৮৩২

উত্তৰঃ (খ) ১৮২৫ চনত।

68. দাদাভাই নৌৰৰ্জী কেইবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল?

(ক) দুবাৰ।

(খ) চাৰিবাৰ।

(গ) পাঁচবাৰ।

(ঘ) তিনিবাৰ।

উত্তৰঃ (ঘ) তিনিবাৰ।

অতি চমু প্রশ্ন উত্তৰ:

1. ভাৰতত পোন প্রথমে ছপাশাল কেতিয়া আৰু কত স্থাপন হৈছিল?

উত্তৰঃ ১৭৯৭ চনত শ্ৰীৰামপুৰত।

2. প্রেছিডেন্সি কলেজ প্রথমে কি নামেৰে প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ হিন্দু কলেজ নামেৰে ৷

3. ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনখন?

উত্তৰঃ বেংগল গেজেট।

4. ছাৰে জাহাছে আস্থা ___গীতৰ গীতিকাৰ কোন?

উত্তৰঃ মহম্মদ ইকবাল।

5. ভাৰতত পোনপ্ৰথমে ক’ৰ পৰা ক’লৈ ৰেলৰ যাতায়ত হয়?

উত্তৰঃ বোম্বে আৰু থানেৰ মাজত ১৮৫৩ চনত।

6. ভাৰতত পোন প্ৰথম টেলিগ্রাফ ব্যৱহাৰৰ সূচনা কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৯ চনত।

7. ভাৰতত পোন প্রথমে ছপাশাল কেতিয়া আৰু ক’ত স্থাপন হৈছিল?

উত্তৰঃ ১৭৯৭ চনত, শ্ৰীৰামপুৰত ৷

8. আনন্দ মঠ উপন্যাসৰ ৰচয়িতা কোন?

উত্তৰঃ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়।

9. কোনে প্রথমে স্বদেশপ্রেম কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল?

উত্তৰঃ ঈশচন্দ্ৰ গুপ্তই।

10. ‘বন্দেমাত্ৰৰ্ম’ কোনখন উপন্যাসৰ পৰা লোৱা?

উত্তৰঃ ‘আনন্দমঠ’।

11. গ্ৰেণ্ড ট্রাস্ক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ ১৮৩৯ খ্ৰীঃত।

12. কিমান চনত মাদ্ৰাজত ৰেলপথ কাম আৰম্ভ কৰিছিল?

উত্তৰঃ ১৮৫৪ চনত।

13. অসমত ৰেল যোগাযোগ ব্যৱস্থা কেতিয়াৰ পৰা হয়?

উত্তৰঃ ১৮৮৩ খ্ৰীষ্টাব্দৰ পৰা।

14. কোনে টেলিগ্রাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল?

উত্তৰঃ লর্ড ডেলহাউচীয়ে।

15. ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্রথমজন ব্যক্তি কোন?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়।

16. ব্রাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়।

17. ব্রাহ্মসভা কেতিয়া স্থাপন কৰিছিল?

উত্তৰঃ ১৮২৮ খ্রীষ্টাব্দত।

18. কাক প্ৰথম গৰাকী জাতীয়তাবাদী বুলি কোৱা হয়?

উত্তৰঃ হেনৰি ভিভিয়ান ড্ৰিজিয়ক।

19. আর্য সমাজৰ ধৰ্মান্তকৰণ ব্যৱস্থাটোৰ নাম কি?

উত্তৰঃ শুদ্ধিকৰণ ৷

20. শুদ্ধিকৰণ ব্যৱস্থাটো কোনে প্রচলন কৰিছিল?

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতী।

21. কি কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল?

উত্তৰঃ নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে।

22. প্ৰাৰ্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল?

উত্তৰঃ জাষ্টিচ মহাদেৱ গোবিন্দ ৰাণাড়ে।

23. স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি?

উত্তৰঃ নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত।

24. এনি বেছান্ত কোন দেশৰ মহিলা?

উত্তৰঃ আয়াৰলেণ্ডৰ।

25. হোমৰোল লীগ কোনে আৰু কেতিয়া প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৯১৬ চনত, এনি বেছান্তে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top