Class 9 Assamese Chapter 12 লোক সংস্কৃতি | অসমীয়া Class 9 লোক সংস্কৃতি

Class 9 Assamese Chapter 12 লোক সংস্কৃতি | অসমীয়া Class 9 লোক সংস্কৃতি, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 12 লোক সংস্কৃতি can be of great value to excel in the examination.

Join Telegram Groups

Class 9 Assamese Chapter 12 লোক সংস্কৃতি

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 12 লোক সংস্কৃতি – সমাধান for All Subject, You can practice these here…

লোকসংস্কৃতি

১/ লোক পৰিৱেশ্য কলা বুলিলে কি বুজা?

উত্তৰঃ লোক পৰিৱেশ্য কলা লোক জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু অন্তিম কলা । লোক সমাজৰ পৰম্পৰাগত সংগীত, নৃত্য আৰু নাট, লোক-বাদ্যযন্ত্ৰ আৰু সমুদায় পৰিবেশন  কৰা ব্যবস্থাটোকে বুজায় ।

২/ লোক সংস্কৃতিৰ বিষয়বস্তুক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগ কেইটা কি কি ?

উত্তৰঃ লোক সংস্কৃতিৰ বিষয়বস্তুক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি । ভাগবোৰ হ’ল- (ক) লোক – সাহিত্য আৰু (খ) লোক জীৱন ।

৩/ সমাজৰ পৰিবৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে “- তোমাৰ পাঠৰ আলমত কথাষাৰ বুজাই লিখা

উত্তৰঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ধ্যান- ধাৰণা চিন্তা-ধৰা, ৰুচিবোধ আদি যেনেকৈ পৰিৱৰ্তন হয়, পৰিৱৰ্তন হয় যুগ যুগ ধৰি প্ৰচলিত হৈ অহা লোক সংস্কৃতিৰ উপদানসমূহৰ । আগৰ সমাজ ব্যৱস্থা আছিল নিৰক্ষৰ হোজা – সেই- সময়ত লোক হিংস্কৃতি মানুহে যিভাৱে পালন কৰি আছিল; শিক্ষিত সমাজ বা আধুনিক সমাজত ইয়াৰ পৰিৱৰ্তন হোৱাটো তেনেই স্বাভাৱিক । সেয়ে হ’লেও লোক সংস্কৃতিয়ে কিন্তু নিজস্ব নেহেৰুৱে;মাত্ৰ পৰিৱৰ্তিত সমাজত ইয়াৰ কায়িকৰূপ সলনি হয় ।

৪/ ঐক্য সাধনৰ ক্ষেত্ৰত কি কি ভাৰতীয় গ্ৰন্থই সহায় কৰি আহিছে?

উত্তৰঃ ভাৰতৰ প্ৰাচীন কালৰে পৰা আদৰ্শৰ ক্ষেত্ৰত ঐক্য ভাব দেখা যায় । বৈচিত্ৰৰ মাজত ঐক্য হ’ল ভাৰতীয় সংস্কৃতিৰ আধাৰ । প্ৰাচীন কালৰে পৰা মুঠতে কেইখনমান গ্ৰন্থই ভাৰতীয় ঐক্য-সংহতি বজাই ৰখাত বিশেষ সহায় কৰি আহিছে । সেই কেইখন হ’ল- বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ,মহাভাৰত আদি ।

৫/ লোক কৃষ্টি বুলিলে কি বুজা?

উত্তৰঃ কোনো এখন সমাজৰ বা জাতিৰ আচাৰ-ব্যৱহাৰ,খোৱা-লোৱা, উৎসৱ-পৰ্ব, পূজা-পাতল, ৰীতি-নীতি আদিৰ সমষ্টিকে লোক কৃষ্টি বোলা হয় ।

৬/ সামাজিক আচাৰ – অনুষ্ঠান মানে কি?

উত্তৰঃ মৌখিক সাহিত্যই পৰম্পৰাগত সাহিত্য, পৰম্পৰাগত জীৱন আৰু মৌখিক সাহিত্য । এটি মুদ্ৰাৰ ইপিটি-সিপিঠিস্বৰূপ । সমাজ জীৱনত পালন কৰা জন্ম-বিবাহ, কৃষি, মৃত্যু বিষয়ত ৰীতি-নীতি, আচাৰ-অনুষ্ঠান । লোক বিশ্বাসো ইয়াৰ ওপৰত নিৰ্ভৰশীল ।

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18 বৈচিত্র্যময় অসম

Leave a Reply

error: Content is protected !!
Scroll to Top