Class 9 Assamese Chapter 12 লোক সংস্কৃতি | অসমীয়া Class 9 লোক সংস্কৃতি, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 12 লোক সংস্কৃতি can be of great value to excel in the examination.
Class 9 Assamese Chapter 12 লোক সংস্কৃতি
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 12 লোক সংস্কৃতি – সমাধান for All Subject, You can practice these here…
লোকসংস্কৃতি
১/ লোক পৰিৱেশ্য কলা বুলিলে কি বুজা?
উত্তৰঃ লোক পৰিৱেশ্য কলা লোক জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু অন্তিম কলা । লোক সমাজৰ পৰম্পৰাগত সংগীত, নৃত্য আৰু নাট, লোক-বাদ্যযন্ত্ৰ আৰু সমুদায় পৰিবেশন কৰা ব্যবস্থাটোকে বুজায় ।
২/ লোক সংস্কৃতিৰ বিষয়বস্তুক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগ কেইটা কি কি ?
উত্তৰঃ লোক সংস্কৃতিৰ বিষয়বস্তুক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি । ভাগবোৰ হ’ল- (ক) লোক – সাহিত্য আৰু (খ) লোক জীৱন ।
৩/ “সমাজৰ পৰিবৰ্তনৰ লগে লগে লোক– সংস্কৃতিৰো পৰিৱৰ্তন ঘটে ।“- তোমাৰ পাঠৰ আলমত কথাষাৰ বুজাই লিখা ।
উত্তৰঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ধ্যান- ধাৰণা চিন্তা-ধৰা, ৰুচিবোধ আদি যেনেকৈ পৰিৱৰ্তন হয়, পৰিৱৰ্তন হয় যুগ যুগ ধৰি প্ৰচলিত হৈ অহা লোক সংস্কৃতিৰ উপদানসমূহৰ । আগৰ সমাজ ব্যৱস্থা আছিল নিৰক্ষৰ হোজা – সেই- সময়ত লোক হিংস্কৃতি মানুহে যিভাৱে পালন কৰি আছিল; শিক্ষিত সমাজ বা আধুনিক সমাজত ইয়াৰ পৰিৱৰ্তন হোৱাটো তেনেই স্বাভাৱিক । সেয়ে হ’লেও লোক সংস্কৃতিয়ে কিন্তু নিজস্ব নেহেৰুৱে;মাত্ৰ পৰিৱৰ্তিত সমাজত ইয়াৰ কায়িকৰূপ সলনি হয় ।
৪/ ঐক্য সাধনৰ ক্ষেত্ৰত কি কি ভাৰতীয় গ্ৰন্থই সহায় কৰি আহিছে?
উত্তৰঃ ভাৰতৰ প্ৰাচীন কালৰে পৰা আদৰ্শৰ ক্ষেত্ৰত ঐক্য ভাব দেখা যায় । বৈচিত্ৰৰ মাজত ঐক্য হ’ল ভাৰতীয় সংস্কৃতিৰ আধাৰ । প্ৰাচীন কালৰে পৰা মুঠতে কেইখনমান গ্ৰন্থই ভাৰতীয় ঐক্য-সংহতি বজাই ৰখাত বিশেষ সহায় কৰি আহিছে । সেই কেইখন হ’ল- বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ,মহাভাৰত আদি ।
৫/ লোক কৃষ্টি বুলিলে কি বুজা?
উত্তৰঃ কোনো এখন সমাজৰ বা জাতিৰ আচাৰ-ব্যৱহাৰ,খোৱা-লোৱা, উৎসৱ-পৰ্ব, পূজা-পাতল, ৰীতি-নীতি আদিৰ সমষ্টিকে লোক কৃষ্টি বোলা হয় ।
৬/ সামাজিক আচাৰ – অনুষ্ঠান মানে কি?
উত্তৰঃ মৌখিক সাহিত্যই পৰম্পৰাগত সাহিত্য, পৰম্পৰাগত জীৱন আৰু মৌখিক সাহিত্য । এটি মুদ্ৰাৰ ইপিটি-সিপিঠিস্বৰূপ । সমাজ জীৱনত পালন কৰা জন্ম-বিবাহ, কৃষি, মৃত্যু বিষয়ত ৰীতি-নীতি, আচাৰ-অনুষ্ঠান । লোক বিশ্বাসো ইয়াৰ ওপৰত নিৰ্ভৰশীল ।
S.L. No. | Contents |
পাঠ-1 | শিশুলীলা |
পাঠ-2 | মানৱ বন্ধনা |
পাঠ-3 | গীত আৰু ছবি |
পাঠ-4 | প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক |
পাঠ-5 | মোৰ দেশ |
পাঠ-6 | অন্যৰ প্ৰতি ব্যৱহাৰ |
পাঠ-7 | সময় |
পাঠ-8 | অন্ধবিশ্বাস আৰু কু-সংস্কাৰ. |
পাঠ-9 | ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য |
পাঠ-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন |
পাঠ-11 | যুঁজ |
পাঠ-12 | লোক সংস্কৃতি |
পাঠ-13 | হনুমন্তৰ লংকা দৰ্শন |
পাঠ-14 | সুখ |
পাঠ-15 | চোৰধৰা |
পাঠ-16 | সন্মান |
পাঠ-17 | ঋজু ভাৰতী |
পাঠ-18 | বৈচিত্র্যময় অসম |

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.