⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Assamese Chapter 15 মহো-হো গীত

Class 6 Assamese Chapter 15 মহো-হো গীত Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 15 মহো-হো গীত Solutions and select need one. Class 6 Assamese Chapter 15 মহো-হো গীত Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 15 মহো-হো গীত

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 15

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) মহ খেদিবলৈ ল’ৰাহঁতে হাতে হাতে কি লৈছে?

(ক) সোণৰ নাঙল।

(খ) আধেলি।

(গ) বাঁহৰ পাত।

(ঘ) টাঙোন।

উত্তৰঃ (ঘ) টাঙোন।

(ii) গৃহস্থই মহ খেদিবলৈ যোৱা ল’ৰাহঁতক চাউলৰ সলনি কি দিছে?

(ক) কড়ি।

(খ) লোণ।

(গ) সিকি।

(ঘ) টকা।

উত্তৰঃ (ক) কড়ি।

২। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) “টেপোলত নহল নুন” -ইয়াত টেপোল শব্দৰ অৰ্থ কি?

উত্তৰঃ ইয়াত টেপোল শব্দৰ অৰ্থ হ’ল- টেপৰ (টেঙা)।

(খ) মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম কি?

উত্তৰঃ মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম হ’ল– বুঢ়াদিয়া।

(গ) গীতটোত ভাল হক, কুশল হক বুলি কোনে কাক আশীর্বাদ কৰিছে?

উত্তৰঃ গীতটোত ভাল হক, কুশল হক বুলি মহো-হো গীত গোৱা লোকসকলে গৃহস্থক আশীর্বাদ কৰিছে।

(ঘ) গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে?

উত্তৰঃ গীতটোত ভাখৰী শব্দই ভঁৰালক বুজাইছে।

৩। মহো-হো গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি আঁকা।

উত্তৰঃ মহো-হো গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম হ’ল- নাঙল আৰু মৈ।

(i) নাঙল।

(ii) মৈ।

৪। মহো-হো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাচি উলিয়াই লিখা।

উদাহৰণ- হো – লোঁ

উত্তৰঃ নুন-দোন, ক’ড়ি-চ’ৰি, যাওঁতে-বাওঁতে, ফাল-হাল, পাটে-ঘাটে, মকা-টকা, মিকি-সিকি।

ভাষা-অধ্যয়ন

৫। পাঠটোত তোমালোকে চিকি-মিকি, চকা-মকা আদি যুৰীয়া শব্দ পাইছা। এনেধৰণৰ আৰু পাঁচটা যুৰীয়া শব্দ লিখা।

উত্তৰঃ ভাল-ভুল, মহো-হো, আই-বোপাই,ভাল-বেয়া, আহে-যায়।

৬। বাক্য ৰচনা কৰা-

(i) ভঁৰাল।

উত্তৰঃ আমি ভঁৰালত ধান ৰাখোঁ।

(ii) মৈ।

উত্তৰঃ খুৰায়ে পথাৰত মৈ মাৰি আছে।

(iii) হাল।

উত্তৰঃ দেউতাই ৰাতিপুৱা হাল বাই আছিল।

(iv) চাউল।

উত্তৰঃ ৰামে দোকানৰ পৰা চাউল কিনি আনিলে।

(v) গোহালি।

উত্তৰঃ গোহালিত আমি গাই গৰু বান্ধো।

৭। মহো-হো গীতটোত থকা পাঁচটা বিশেষ্য পদ আৰু পাঁচটা ক্রিয়া পদ বাছি উলিয়াই তাৰ মান্যৰূপবোৰ লিখা।

বিশেষ্য পদমান্যৰূপক্ৰিয়া পদমান্যৰূপ

উত্তৰঃ

বিশেষ্য পদমান্যৰূপক্ৰিয়া পদমান্যৰূপ
ভাখ্ৰীৰভঁৰালৰখেইদ্বাখেদিবলৈ
গোলিৰগোহালিৰক’ইল্লুকৰিলোঁ
নুনলোণদিবাকদিবলৈ
আধেলিপঞ্চাশ পইচাৰ মুদ্ৰা নেদিনিদি
সিকিপঁচিশ পইচাৰ মুদ্ৰালোঁল

৮। তলৰ পদবোৰত কি কি বিভক্তি চিন যোগ হৈছে লিখা।

পদবিভক্তি
মাকক
টেপৰত
ৰূপৰ
সীৰলুত
সোণৰ
বুঢ়াদিয়াৰ
ঘাটেৰে

উত্তৰঃ 

পদবিভক্তি
মাককক
টেপৰতত
ৰূপৰৰ
সীৰলুতত
সোণৰৰ
বুঢ়াদিয়াৰৰ
ঘাটেৰেৰে
জ্ঞান-সম্প্ৰসাৰণ

৯। ‘মহো-হো’ৰ বাহিৰে নিজ নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰঃ বহাগ বিহু, যাক ৰঙালী বিহু বুলি জনা যায়, অসমৰ আটাইতকৈ আনন্দময় আৰু জনপ্রিয় লোক উৎসৱ। এই বিহু অসমীয়া নববৰ্ষৰ আৰম্ভণি চিহ্নতি কৰে আৰু সাধাৰণতে এপ্রিল মাহৰ দ্বিতীয় সপ্তাহত উদযাপন কৰা হয়। মূলত কৃষি-প্ৰধান সমাজৰ লাকসকলে এই উৎসৱ খেতি-বাতি, গৰু-পোহনীয়া, আৰু সামাজিক বন্ধনক লৈ উদযাপন কৰে।

বিহুৰ প্ৰথম দিনটো গৰু বিহু নামেৰে জনা যায়। এই দিনা গৰুবোৰক ধুই, গামোচা বান্ধি, জাউ খুৱাই সন্মান জনোৱা হয়। দ্বিতীয় দিনটো মানুহৰ বিহু, য’ত মানুহে নতুন পোছাক পিন্ধে, আচল-কপৌ ফুল লগাই বিহুগীত গায় আৰু বিহু নাচে। যুৱক-যুৱতীয়ে বিহু নাচ-গানত অংশ লয়, গাঁওবাসীয়ে একেলগ ভোজ কৰে।

১০। তলত দিয়া শব্দবোৰৰ তোমালোকৰ অঞ্চলত ব্যৱহাৰ হোৱা কথিত ৰূপবোৰ লিখা।

(i) টাঙোন।

উত্তৰঃ টাঙনি।

(ii) লোণ।

উত্তৰঃ নুন।

(iii) পো।

উত্তৰঃ পুৱা।

(iv) জোঁৱাই।

উত্তৰঃ জোঁৱাই।

(v) গোহালি।

উত্তৰঃ গোহালি।

(vi) ভঁৰাল।

উত্তৰঃ ভঁৰাল।

১১। মহ খেদিবলৈ মহো-হো গীত গায়। ঠিক তেনেদৰে পথাৰৰ ধান খাবলৈ অহা বটা চৰাইক হুৰাই দি গায়-

‘হুৰ হুৰ বটা চৰাই

মোৰ ধান নেখাবি

তোক দিম গোটা কৰাই।’

তোমালোকে চৰাই-চিৰিকটি, জীৱ-জন্তু আদিক মাতিবলৈ বা খেদি পঠিয়াবলৈ গোৱা গীত সংগ্ৰহ কৰি লিখা আৰু গোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১২। মহে আমাৰ কি কি উপকাৰ সাধন কৰে লিখা।

উত্তৰঃ মহে আমাৰ কৃষিক বহুত উপকাৰ কৰে। মহে পথাৰত হাল বাবলৈ সহায় কৰে। আগতে মানুহে নিজেই হাল ধৰি খেতি কৰিছিল, কিন্তু এতিয়া মহে এই কাম সহজ কৰি দিয়ে। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top