Class 12 Assamese Important Chapter 13 কাঠমিস্ত্ৰীৰ ঘৰ

Class 12 Assamese Important Chapter 13 কাঠমিস্ত্ৰীৰ ঘৰ Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.

Class 12 Assamese Important Chapter 13 কাঠমিস্ত্ৰীৰ ঘৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.

Chapter: 13

গোট – ২: পদ্য
IMPORTANT QUESTION AND ANSWER

১। কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ কবি কোন?

উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত।

২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি ১৯৩৯ চনত ৰচনা কৰিছিল।

৩। ‘কাঠমিস্ত্রী ঘৰ’ শীর্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কি কবিতাপুথিৰ পৰা লোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰিৰ ঘৰ শীৰ্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত অভিযান আৰু অন্যান্য কবিতা নামৰ কবিতা পুথিৰ পৰা লোৱা হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত উল্লেখ তথা বিশ্ব শিল্পীগৰাকী কোন?

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত উল্লেখ তথা বিশ্ব শিল্পীগৰাকী হৈছে কাঠমিস্ত্ৰি।

৫। ‘বিশ্ব শিল্পী মহা বিশ্বৰ’ – কবিয়ে কাক ‘বিশ্ব শিল্পী’ বুলি অভিহিত কৰিছে?

উত্তৰঃ ‘বিশ্ব শিল্পী মহা বিশ্বৰ’ – কবিয়ে ‘কাঠমিস্ত্ৰীক ‘বিশ্ব শিল্পী’ বুলি অভিহিত কৰিছে।

৬। “কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথম ক’ত প্রকাশ হৈছিল?

উত্তৰঃ কাঠমিস্ত্রীৰ ঘৰ কবিতাটি প্ৰথম প্ৰকাশ হৈছিল ১৯৩৯ চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ‘মিলন’ত।

৭। ‘ঝাণ্ডা’ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ ‘ঝাণ্ডা’ শব্দৰ অৰ্থ হ’ল- পতাকা।

৮। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম হ’ল- ‘অভিযান’।

৯। ‘অভিযান’ কাব্যগ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ ‘অভিযান’ কাব্যগ্ৰন্থৰ ৰচক ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত।

১০। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত হৈছিল।

১১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দেউতাকৰ ঘৰ ক’ত আছিল?

উত্তৰঃ ধীৰেন্দ্ৰ চন্দ্র দত্তৰ দেউতাকৰ ঘৰ আছিল বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্রমপুৰত।

১২। অসমীয়া সাহিত্যত প্রগতিবাদৰ ধাৰাটো কেতিয়াৰ পৰা আৰম্ভ?

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰগতিৰ বাদৰ ধাৰাটো কুৰি শতিকাৰ পঞ্চম দশকৰ পৰা আৰম্ভ হয়।

১৩। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ পিতৃ কোন আছিল?

উত্তৰঃ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ পিতৃ ডাঃ শৰৎ চন্দ্ৰ দত্ত আছিল।

১৪। কেতিয়াৰপৰা কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই দেশৰ কামত যোগদান কৰিছিল?

উত্তৰঃ ১৯২৮ চনৰ পৰা কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই দেশৰ কামত যোগদান কৰিছিল।

১৫। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু কেতিয়া ঘটিছিল?

উত্তৰঃ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ১৯৭২ চনৰ ২২অক্টোবৰত মৃত্যু ঘটিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top