Class 11 Education MCQ Chapter 4 (খ) শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

Class 11 Education MCQ Chapter 4 (খ) শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 4 (খ) শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.

Class 11 Education MCQ Chapter 4 (খ) শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

(খ) শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

Chapter – 4

MULTIPLE CHOICE QUESTION ANSWER

১। কোনজন শিক্ষাবিদক শিক্ষামনোবিজ্ঞানৰ জন্মদাতা পিতৃস্বৰূপ বুলি গণ্য কৰা হয়?

(ক) জে. এইচ পেস্তালজী।

(খ) জঁ জাক ৰুছো।

(গ) উইলিয়াম জেমস।

(ঘ) বি. এফ. স্কিনাৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) জে. এইচ পেস্তালজী।

২। জে. এইচ পেস্তালজী কোন দেশৰ বিখ্যাত দাৰ্শনিক আছিল?

(ক) জাৰ্মানী।

(খ) ফ্ৰান্স।

(গ) ছুইজাৰলেণ্ড।

(ঘ) ইটালী।

উত্তৰঃ (গ) ছুইজাৰলেণ্ড।

৩। শিক্ষামনোবিজ্ঞান কেইটা শব্দৰ সমষ্টি?

(ক) দুটা।

(খ) তিনিটা।

(গ) এটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৪। শিক্ষামনোবিজ্ঞানৰ দুটা শব্দৰ সমষ্টিৰ নাম লিখা?

(ক) শিক্ষা’ আৰু ‘মনোবিজ্ঞান।

(খ) বিজ্ঞান আৰু কলা।

(গ) শিক্ষা আৰু সমাজ।

(ঘ) মনোবিজ্ঞান আৰু দর্শন।

উত্তৰঃ (ক) শিক্ষা’ আৰু ‘মনোবিজ্ঞান।

৫। যিকোনো শিক্ষাব্যৱস্থাৰ ঘাই কাম কি?

(ক) শিক্ষণ আৰু শিক্ষাদান।

(খ) পৰীক্ষা আৰু মুল্যাংকন।

(গ) পৰিচালনা আৰু নিয়ন্ত্ৰণ।

(ঘ) বিনোদন আৰু ক্ৰীড়া।

উত্তৰঃ (ক) শিক্ষণ আৰু শিক্ষাদান।

৬। কোনে কৈছিল শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা প্রক্রিয়া গ্রহণ কৰি থকা মানৱৰ আচৰণসমূহ?

(ক) পিটাৰ চেণ্ডিফোর্ড।

(খ) জন ডিউই।

(গ) লেভ ভিগোটস্কি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) পিটাৰ চেণ্ডিফোর্ড।

৭। কোন বিখ্যাত মনোবিদে শিক্ষা- মনোবিজ্ঞানৰ দুটা মনকৰিবলগীয়া সংজ্ঞা আগবঢ়াইছে?

(ক) স্কীনাৰ। 

(খ) সিগমুন্ড ফ্রয়েড।

(গ) জঁ পিয়াজে।

(ঘ) জন ডিউই

উত্তৰঃ (ক) স্কীনাৰ।

৮। শিক্ষামনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ এক ঘাই বিষয়বস্তু কি?

(ক) শিক্ষাৰ পৰিসৰ।

(খ) শিক্ষকসকলৰ মনোবিজ্ঞান।

(গ) শিক্ষাৰ উদ্দেশ্য।

(ঘ) শিক্ষার্থী।

উত্তৰঃ (ঘ) শিক্ষার্থী।

৯। শিক্ষাক কেই পক্ষীয় প্রক্রিয়া বুলি কোৱা হয়।

(ক) এপক্ষীয়।

(খ) দ্বিপক্ষীয়।

(গ) ত্রিপক্ষীয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ত্রিপক্ষীয়।

১০। তলৰ কোনটো ত্রিপক্ষীয় প্ৰক্ৰিয়া?

(ক) পাঠ্যসূচী।

(খ) পৰীক্ষা।

(গ) শিক্ষক।

(ঘ) অভিভাৱক।

উত্তৰঃ (গ) শিক্ষক।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top