Class 11 Biology MCQ Chapter 9 জৈৱ অণু

Class 11 Biology MCQ Chapter 9 জৈৱ অণু Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 9 জৈৱ অণু Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 9 জৈৱ অণু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

জৈৱ অণু

Chapter – 9

MULTIPLE CHOICE QUESTION ANSWER

১। পালমিটিক্ এছিডত কার্বক্সিল কাৰ্বনৰ সৈতে কেইটা কাৰ্বনৰ অণু থাকে?

(ক) 12 টা।

(খ) 14 টা।

(গ) 16 টা।

(ঘ) 18 টা।

উত্তৰঃ (গ) 16 টা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। এৰাকিড’নিক এছিডত কার্বক্সিল কাৰ্বনৰ সৈতে কেইটা কাৰ্বনৰ পৰমাণু থাকে?

(ক) 18 টা।

(খ) 19 টা।

(গ) 20 টা।

(ঘ) 30 টা।

উত্তৰঃ (গ) 20 টা।

৩। ফছফ’লিপিডবোৰ ক’ত পোৱা যায়?

(ক) ৰক্তত।

(খ) কোষাৱৰণত।

(গ) মাংসপেশীত।

(ঘ) হাড়ত।

উত্তৰঃ (খ) কোষাৱৰণত।

৪। তলৰ কোনটো ফছফ’লিপিডৰ এটা উদাহৰণ?

(ক) পাল্মিটিক এছিড।

(খ) লেচিথিন।

(গ) এবাকিড নিক এছিড।

(ঘ) গ্লিছাৰ’ল।

উত্তৰঃ (খ) লেচিথিন।

৫। DNA আৰু RNA ৰ দৰে নিউক্লিক এছিডত কি থাকে?

(ক) নিউক্লিয়’ছাইড।

(খ) নিউক্লিয়’টাইড।

(গ) ফছফেট থুপ।

(ঘ) গ্লিছাৰ’ল।

উত্তৰঃ (খ) নিউক্লিয়’টাইড।

৬। তলৰ কোনটো নাইট্ৰ’জেনীয় ক্ষাৰকৰ উদাহৰণ?

(ক) গ্লিছাৰ’ল।

(খ) এডিনিন।

(গ) ছাইটিডাইন্।

(ঘ) গুৱান’ছাইন্।

উত্তৰঃ (খ) এডিনিন।

৭। এছিড- অদ্রৱণীয় অংশত কেইপ্ৰকাৰৰ জৈৱ যৌগহ পোৱা যায়?

(ক) চাৰি প্ৰকাৰৰ।

(খ) দুই প্রকাৰৰ।

(গ) তিনি প্ৰকাৰৰ।

(ঘ) এক প্ৰকাৰৰ।

উত্তৰঃ (ক) চাৰি প্ৰকাৰৰ।

৮। এছিডত দ্রবীভূত নোহোৱা অংশত পোৱা যৌগবোৰক কি বুলি কোৱা হয়?

(ক) জৈৱবৃহদাণু।

(খ) অজৈৱবৃহদাণু।

(গ) অম্লজাতীয় যৌগ।

(ঘ) ইলেক্ট্রোলাইট।

উত্তৰঃ (ক) জৈৱবৃহদাণু।

৯। জীৱৰক্ষেত্ৰত পোৱা ৰাসায়নিক যৌগবোৰ কেই প্ৰকাৰৰ হোৱা দেখা যায়?

(ক) চাৰি প্ৰকাৰৰ।

(খ) পাঁচ প্রকাৰৰ।

(গ) তিনি প্ৰকাৰৰ।

(ঘ) দুই প্ৰকাৰৰ।

উত্তৰঃ (ঘ) দুই প্ৰকাৰৰ।

১০। লিপিডবোৰৰ বাহিৰে, অদ্ৰৱণীয় অংশত পোৱা অনুবোৰ কি বুলি কোৱা হয়?

(ক) বহুযোজী পদার্থ।

(খ) প্ৰ’টিন।

(গ) ভিটামিন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বহুযোজী পদার্থ।

১১। প্ৰ’টিনবোৰ কি? 

(ক) বহুযোজী পদার্থ।

(খ) ছাইটিডাইন্।

(গ) ভিটামিন।

(ঘ) বহুপেপ্ টাইড্।

উত্তৰঃ (ক) বহুযোজী পদার্থ।

১২। চেলুল’জ এবিধ কি?

(ক) বহুযোজী দ্রব্য।

(খ) সমবহুযোজী দ্রব্য।

(গ) ইলেক্ট্রোলাইট।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) সমবহুযোজী দ্রব্য।

১৩। ইনুলিন ফুক্ট’জৰ এবিধ কি?

(ক) সমবহুযোজী দ্রব্য।

(খ) বহুযোজী দ্রব্য।

(গ) ইলেক্ট্রোলাইট।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বহুযোজী দ্রব্য।

১৪। উদ্ভিদৰ কোষবেৰবোৰ কিহেৰে গঠিত?

(ক) চেলুল’জ।

(খ) কাইটিন।

(গ) প্ৰ’টিন।

(ঘ) লিপিড।

উত্তৰঃ (ক) চেলুল’জ।

১৫। জৈৱিক কলাৰ এছিড অদ্ৰৱনীয় অংশত পোৱা আন এবিধ বৃহদাণুটো কি?

(ক) নিউক্লিক্ এছিড।

(খ) প্ৰ’টিন।

(গ) চেলুল’জ।

(ঘ) ভিটামিন।

উত্তৰঃ (ক) নিউক্লিক্ এছিড।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top