Class 11 Biology MCQ Chapter 8 কোষ: জীৱৰ একক

Class 11 Biology MCQ Chapter 8 কোষ: জীৱৰ একক Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 8 কোষ: জীৱৰ একক Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 8 কোষ: জীৱৰ একক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

কোষ: জীৱৰ একক

Chapter – 8

MULTIPLE CHOICE QUESTION ANSWER

১। বাৰ্ট ব্রাউনে কি আৱিষ্কাৰ কৰিছিল?

(ক) কোষকেন্দ্ৰ।

(খ) ৰাইব’জ’ম।

(গ) নিউক্লিয়াছ।

(ঘ) মাইটোকণ্ড্ৰিয়া।

উত্তৰঃ (ক) কোষকেন্দ্ৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কিমান চনত মেথিয়াচ শ্লেইডনে কোষৰ অধ্যয়ন কৰিছিল?

(ক) ১৮২০ চনত।

(খ) ১৮৩৮ চনত।

(গ) ১৮৪৫ চনত।

(ঘ) ১৮৫০ চনত।

উত্তৰঃ (খ) ১৮৩৮ চনত।

৩। কিমান চনত  থিওডৰ ছোৱানে কোষৰ অধ্যয়ন কৰিছিল?

(ক) ১৮৩১ চনত।

(খ) ১৮৩২ চনত।

(গ) ১৮৩৯ চনত।

(ঘ) ১৮৪২ চনত

উত্তৰঃ (গ) ১৮৩৯ চনত।

৪। কোষৰ বহিঃ আৱৰণক কি বুলি জনা যায়?

(ক) সাইটোপ্লাজম।

(খ) নিউক্লিয়।

(গ) মাইটোকণ্ড্রিয়া।

(ঘ) প্লাজমা আৱৰণ।

উত্তৰঃ (ঘ) প্লাজমা আৱৰণ।

৫। কিমান চনত কড’লল্ফ ভিৰশ্বও কোষ মতবাদৰ চূড়ান্ত ৰূপ প্ৰদান কৰিছিল?

(ক) ১৮৫৫ চনত।

(খ) ১৮৫৭ চনত।

(গ) ১৮৬২ চনত।

(ঘ) ১৮৬৮ চনত।

উত্তৰঃ (ক) ১৮৫৫ চনত।

৬। প্রত্যেক কোষৰ অর্ন্তভাগত ঘন নাইবা ডাঠ আৱৰণৰ দ্বাৰা আবৃত গঠনটোক কি বোলা হয়?

(ক) সাইটোপ্লাজম।

(খ) নিউক্লিয়াচ।

(গ) প্লাজমা মেমব্ৰেন।

(ঘ) মাইটোকণ্ড্রিয়া।

উত্তৰঃ (খ) নিউক্লিয়াচ।

৭। কোষকেন্দ্ৰৰ বাহিৰেও সংকোষকেন্দ্রীয় কোষত আনকিছুমান আৱৰণৰ দ্বাৰা আবৃত সুস্পষ্ট গঠন আছে তাক কি বোলা হয়?

(ক) কোষকেন্দ্ৰ।

(খ) কোষমণ্ডল।

(গ) কোষাঙ্গ।

(ঘ) কোষচাপ।

উত্তৰঃ (গ) কোষাঙ্গ।

৮। বেক্টেৰিয়াৰ প্ৰধান আকৃতি কেইটা?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

৯। সংকোষকেন্দ্রীয় কোষত কি আৱৰণ পোৱা যায়?

(ক) মাইট’কন্ড্রিয়া।

(খ) চাইট’প্লাজম।

(গ) নিউক্লিয়।

(ঘ) কোষকেন্দ্র।

উত্তৰঃ (গ) নিউক্লিয়।

১০। কোষটো পূর্ণ কৰি ৰাখা জুলীয়া মেট্রিক্সখিনিৰ নাম কি?

(ক) সাইটোপ্লাজম।

(খ) নিউক্লিয়াচ।

(গ) চাইট’প্লাজম।

(ঘ) মাইটোকণ্ড্রিয়া।

উত্তৰঃ (গ) চাইট’প্লাজম।

১১। ১৮৩৮ চনত কোনে কোষৰ অধ্যয়ন কৰিছিল?

(ক) মেথিয়াচ শ্লেইডেন।

(খ) কড’লল্ফ ভিৰশ্বও।

(গ) এৰিষ্টটল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) মেথিয়াচ শ্লেইডেন।

১২। কোষ আৱৰণীৰ বহিঃ ভাগত কি থাকে?

(ক) কোষবেৰ।

(খ) গ্লাইককেলিক্স।

(গ) প্লাজমা আৱৰণ।

(ঘ) নিউক্লিয়াছ।

উত্তৰঃ (খ) গ্লাইককেলিক্স।

১৩। যিবোৰ বেক্টেৰিয়া গ্ৰাম্বঞ্জকৰ দ্বাৰা অভিৰঞ্জিত হয়, তাক কি বোলা হয়?

(ক) গ্রাম্ ঋণাত্মক।

(খ) গ্ৰাম্ ধনাত্মক।

(গ) প্লাজমিড।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) গ্রাম্ ঋণাত্মক।

১৪। বেক্টেৰিয়াসমূহক কেইটা ভাগত শ্রেণীবদ্ধ কৰা হৈছে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

১৫। ৰাইব’জমৰ আকাৰ কিমান?

(ক) ২০-৩০ নেন ‘মিটাৰ।

(খ) ৩০-৪০ নেন ‘মিটাৰ।

(গ) ৫০-৬০ নেন ‘মিটাৰ।

(ঘ) ১৫-২০ নেন ‘মিটাৰ।

উত্তৰঃ (ঘ) ১৫-২০ নেন ‘মিটাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top