Class 11 Biology MCQ Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন

Class 11 Biology MCQ Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

প্ৰাণীৰ গাঁঠনিক সংগঠন

Chapter – 7

MULTIPLE CHOICE QUESTION ANSWER

১। আচ্ছাদক কলা কেইধৰণৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোষৰ সাংগাঠনিক ৰূপান্তৰণৰ ওপৰত ভিত্তি কৰি সৰল আচ্ছাদক কলাক কেইটা ভাগত বিভক্ত কৰা হৈছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

৩। বহল অর্থত কলাক কেইটা শ্রেণীত ভগোৱা হৈছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

৪। তলৰ কোনটো কোমল কলাৰ উদাহৰণ?

(ক) অস্থি।

(খ) কোমলাস্থি।

(গ) মেদকলা।

(ঘ) শিথিল সংযোজক কলা।

উত্তৰঃ (খ) কোমলাস্থি।

৫। স্তম্ভাকৃতি বা ঘনকাকাৰ কোষৰ কিছুমানে নিঃসৰণ কাৰ্যত পাৰদৰ্শিতা দেখুৱায় বাবে সেইবোৰক কি বোলা হয়?

(ক) যোজক কলা।

(খ) পেশী কলা।

(গ) গ্রন্থিয় আচ্ছাদক কলা।

(ঘ) স্নায়ুক কলা।

উত্তৰঃ (গ) গ্রন্থিয় আচ্ছাদক কলা।

৬। নিয়মিত আৰ্হিয়ে কোনটো কলা গঠন কৰে?

(ক) স্নায়ুক কলা।

(খ) ঘন অনিয়মিত কলা।

(গ) পেশী কলা।

(ঘ) ঘন নিয়মিত কলা।

উত্তৰঃ (ঘ) ঘন নিয়মিত কলা।

৭। অনিয়মিত আৰ্হিয়ে কোনটো কলা গঠন কৰে?

(ক) সংযোজক কলা।

(খ) ঘন নিয়মিত কলা।

(গ) ঘন অনিয়মিত কলা।

(ঘ) গ্রন্থিয় আচ্ছাদক কলা।

উত্তৰঃ (গ) ঘন অনিয়মিত কলা।

৮। বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত মৌলিক কলাসমূহ লগ হৈ কি সৃষ্টি কৰে?

(ক) কলা।

(খ) অংগ।

(গ) কোষ।

(ঘ) পেশী।

উত্তৰঃ (খ) অংগ।

৯। হৃদযন্ত্র কেইবিধ কলাৰে গঠিত?

(ক) এবিধ।

(খ) দুবিধ।

(গ) তিনিবিধ।

(ঘ) চাৰিবিধ।

উত্তৰঃ (ঘ) চাৰিবিধ।

১০। কেঁচুৰ দেহটো কেইটা খণ্ডত বিভক্ত?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।

১১। কেঁচুৰ দেহৰ ১৮ নং খণ্ডৰ অংকীয় পার্শ্বীয় দিশত কি থাকে?

(ক) পুংজনন ছিদ্র।

(খ) শুক্রবাহক ছিদ্র।

(গ) স্ত্রী জননছিদ্ৰ।

(ঘ) নেফিডিঅ’প’ৰ।

উত্তৰঃ (ক) পুংজনন ছিদ্র।

১২। কেঁচুৰ দেহৰ বহিঃতলত ক্ষুদ্র ৰন্ধবোৰক কি বোলা হয়?

(ক) প্ৰমেখলা।

(খ) শুক্রবাহক।

(গ) জনাংগ ছিদ্ৰ।

(ঘ) বৃক্কক ৰন্ধ।

উত্তৰঃ (ঘ) বৃক্কক ৰন্ধ।

১৩। মাটিত মিহলি হৈ থকা পঁচা পাত, জৈৱ পদার্থ আদি কোনে খাদ্য হিচাপে গ্ৰহণ কৰে?

(ক) কুকুৰে।

(খ) কেঁচুৱে।

(গ) মাছে।

(ঘ) চৰাইয়ে।

উত্তৰঃ (খ) কেঁচুৱে।

১৪। ৰেচন অংগবোৰ খণ্ডিতভাৱে সজ্জিত হৈ থকা কুণ্ডলীকৃত নলিকাক কি বোলা হয়?

(ক) বৃক্কক।

(খ) গিজাৰ্ড।

(গ) মূত্ৰাশয়।

(ঘ) পাকস্থলী।

উত্তৰঃ (ক) বৃক্কক।

১৫। বৃক্কক কেই প্ৰকাৰৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (খ) তিনি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top