Class 11 Biology MCQ Chapter 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন

Class 11 Biology MCQ Chapter 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন

Chapter – 6

MULTIPLE CHOICE QUESTION ANSWER

১। উদ্ভিদৰ আভ্যন্তৰিক গঠন অধ্যয়ন কৰাক কি বুলি কোৱা হয়?

(ক) শাৰীৰিক বিদ্যা।

(খ) শাৰীৰিক শিক্ষা।

(গ) স্নায়ুবিদ্যা।

(ঘ) জৈৱবিদ্যা।

উত্তৰঃ (ক) শাৰীৰিক বিদ্যা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোষ সমূহ লগ লাগি কি গঠন কৰে?

(ক) অংগ।

(খ) কলা।

(গ) প্ৰটিন।

(ঘ) সেলুলোজ।

উত্তৰঃ (খ) কলা।

৩। স্থায়ী কলাসমূহক কেইটা ভাগত ভাগ কৰা হয়?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) দুটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) দুটা।

৪। উদ্ভিদৰ বৃদ্ধি ঘাইকৈ সক্রিয় কোষ বিভাজনত অংশ গ্রহণ কৰা অঞ্চলত সীমাবদ্ধক কি বুলি কোৱা হয়?

(ক) স্থায়ী কলা।

(খ) প্ৰজনন কলা।

(গ) ভাজক কলা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ভাজক কলা।

৫। প্রাথমিক আৰু গৌণ ভাজক কলাৰ নতুন কোষ সমূহে কি সৃষ্টি কৰে?

(ক) স্থায়ী কলা।

(খ) গৌণ কলা।

(গ) উপচর্মীয় কলা।

(ঘ) সংবহন কলা

উত্তৰঃ (ক) স্থায়ী কলা।

৬। জাইলেম বাহিকা কোষৰ মূল কার্য কি?

(ক) গ্যাস সঞ্চালন

(খ) খাদ্য সঞ্চয়।

(গ) পানী পৰিবহন।

(ঘ) শ্বেতৰক্ত কণিকা উৎপাদন।

উত্তৰঃ (গ) পানী পৰিবহন।

৭। জাইলেম কলাৰ কোষবোত কোনটো কোষ থাকে?

(ক) মৃত কোষ।

(খ) জীৱিত কোষ।

(গ) শোষণক্ষম কোষ।

(ঘ) শাখাযুক্ত কোষ।

উত্তৰঃ (ক) মৃত কোষ।

৮। জাইলেম কলাৰ বাহ্যিক উপাদান কি?

(ক) কিটিন।

(খ) লিগনিন।

(গ) সেলুলোজ।

(ঘ) হেমিসেলুলোজ।

উত্তৰঃ (খ) লিগনিন।

৯। জাইলেম বাহিকাৰ গুপ্তবীজি উদ্ভিদত কি কোষ থাকে?

(ক) কোষবিহীন।

(খ) ছিদ্ৰযুক্ত কোষ।

(গ) পটযুক্ত কোষ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ছিদ্ৰযুক্ত কোষ।

১০। কলাতন্ত্ৰ কেই প্ৰকাৰৰ?

(ক) এক।

(খ) দুই।

(গ) তিনি।

(ঘ) চাৰি।

উত্তৰঃ (গ) তিনি।

১১। বহিস্তকৰ বাহিৰফালে পানীৰ নির্গমনত বাধা দিব পৰা এখন মমজাতীয় ডাঠ আৱৰণে আৱৰি থাকে, তাক কি বোলা হয়?

(ক) উপচর্ম।

(খ) পাতল আৱৰণ।

(গ) শ্বেতসাৰ আৱৰণ।

(ঘ) কিউটিকল্।

উত্তৰঃ (ঘ) কিউটিকল্।

১২। পত্ৰৰন্ধ কেইটা বিনৰ বীজৰ আকৃতিৰ কোষৰ দ্বাৰা গঠিত হয়?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

১৩। পেৰেণকাইমা, ক’লেনকাইমা আৰু শ্লেৰেণকাইমা কলাবোৰ সাধাৰণতে ক’ত থাকে?

(ক) মজ্জা।

(খ) পৃষ্ঠতল।

(গ) ক’র্টেক্স।

(ঘ) পত্ৰৰন্ধ।

উত্তৰঃ (গ) ক’র্টেক্স।

১৪। পাতৰ আদিকলা কোনটো কোষ দ্বাৰা গঠিত হয়?

(ক) ক’লেনকাইমা কোষ।

(খ) শ্লেৰেণকাইমা কোষ।

(গ) পেৰেণকাইমা কোষ।

(ঘ) পত্রহৰিৎকণযুক্ত কোষ।

উত্তৰঃ (ঘ) পত্রহৰিৎকণযুক্ত কোষ।

১৫। কর্টেক্স কোষসমূহ কোনটো কোষেৰে গঠিত হয়?

(ক) পেৰেণকাইমা কোষ।

(খ) ক’লেনকাইমা কোষ।

(গ) শ্লেৰেণকাইমা কোষ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) পেৰেণকাইমা কোষ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top