Class 11 Biology MCQ Chapter 10 কোষ চক্ৰ আৰু কোষ বিভাজন

Class 11 Biology MCQ Chapter 10 কোষ চক্ৰ আৰু কোষ বিভাজন Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 10 কোষ চক্ৰ আৰু কোষ বিভাজন Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 10 কোষ চক্ৰ আৰু কোষ বিভাজন

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

কোষ চক্ৰ আৰু কোষ বিভাজন

Chapter – 10

MULTIPLE CHOICE QUESTION ANSWER

১। কোষচক্ৰক কেইটা স্তৰত ভগোৱা হৈছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

২। সমীকৰণ বিভাজনক কেইটা দশাত ভগোৱা হৈছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

৩। মাইট’ছিছৰ প্ৰথম দশা কি?

(ক) মেটাফেজ।

(খ) প্ৰ’ফেজ।

(গ) এনাফেজ।

(ঘ) টেলোফেজ।

উত্তৰঃ (খ) প্ৰ’ফেজ।

৪। চেন্ট্রমিয়াৰৰ ওপৰিভাগত থকা সৰু থালৰ আকৃতিৰ গঠনক কি বোলা হয়?

(ক) কাইনেট’ক’ৰ।

(খ) কোষ চক্ৰ।

(গ) চেন্ট্রিওল

(ঘ) নিউক্লিয়াছ।

উত্তৰঃ (ক) কাইনেট’ক’ৰ।

৫। মেটাফেজ দশাত ক্রম’জ’মৰ শাৰীবদ্ধ বিন্যাসক কি বোলা হয়?

(ক) চেন্ট্রমিয়াৰ।

(খ) মেটাফেজ ফলক।

(গ) আনাফেজ বিন্যাস।

(ঘ) কাইনেট’ক’ৰ।

উত্তৰঃ (খ) মেটাফেজ ফলক।

৬। মেটাফেজৰ প্ৰধান বৈশিষ্ট্য কেইটা।

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৭। কি আৰম্ভ হোৱাৰ লগে লগে মেটাফেজ ফলকত সজ্জিত হোৱা প্রত্যেকডাল ক্রম’জ’ম পৃথক হৈ যায়?

(ক) টেল’ফেজ দশা।

(খ) প্ৰ’ফেজ দশা।

(গ) মেটাফেজ দশা।

(ঘ) এনাফেজ দশা।

উত্তৰঃ (গ) মেটাফেজ দশা।

৮। উদ্ভিদকোষ সমূহত কোষবেৰৰ গঠন ক্ৰিয়া ক’ত আৰম্ভ হয়?

(ক) কোষৰ মধ্য অঞ্চলত।

(খ) কোষৰ বাহিৰত।

(গ) কোষকেন্দ্ৰত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কোষৰ মধ্য অঞ্চলত।

৯। বহুকোষী জীৱৰ বৃদ্ধি কি প্ৰথাৰ কাৰণে হয়?

(ক) নিউক্লিঅ’লাছৰ প্ৰথাৰ।

(খ) মেই’ছিছ প্ৰথাৰ।

(গ) প্লাষ্টিডৰ বিভাজন প্ৰথাৰ।

(ঘ) মাইট’ছিছ প্ৰথাৰ।

উত্তৰঃ (ঘ) মাইট’ছিছ প্ৰথাৰ।

১০। মাইট’ছিছৰ এটা অতি গুৰুত্বপূৰ্ণ অৱদান কি?

(ক) কোষৰ বৃদ্ধি।

(খ) কোষৰ মেৰামতিকৰণ।

(গ) কোষকেন্দ্ৰৰ গঠন।

(ঘ) কোষ বিভাজনৰ হ্ৰাস।

উত্তৰঃ (খ) কোষৰ মেৰামতিকৰণ।

১১। সন্তান উৎপন্ন কৰা যৌন প্রজনন প্রক্রিয়াত কেইটা জনন কোষৰ মিলন হয়?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

১২। জনন কোষবোৰ কিহৰ পৰা সৃষ্টি হয়?

(ক) একগুণাত্মক কোষৰ পৰা।

(খ) মাইট’কন্ড্ৰিয়াৰ পৰা।

(গ) দ্বিগুণাত্মক কোষৰ পৰা।

(ঘ) নিউক্লিঅ’লাছৰ পৰা।

উত্তৰঃ (গ) দ্বিগুণাত্মক কোষৰ পৰা।

১৩। দ্বিতীয় মিঅ’ছিছ বিভাজনৰ অন্তত কেইটা এগুণাত্মক কোষৰ গঠন হয়?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (খ) চাৰিটা।

১৪। লেপ্ট’টিন স্তৰত ক্ৰম’জ’মবোৰ ক্ৰমান্বয়ে সাধাৰণ কিহৰ তলত দৃশ্যমান হয়?

(ক) খালি চকুত।

(খ) দূৰবীক্ষণ যন্ত্ৰৰ।

(গ) অনুবীক্ষণ যন্ত্ৰৰ।

(ঘ) সূৰ্য ৰশ্মিৰ।

উত্তৰঃ (গ) অনুবীক্ষণ যন্ত্ৰৰ।

১৫। প্ৰথম প্র’ফেজ দশাৰ দ্বিতীয় স্তৰ কোনটো?

(ক) জাইগ’টিন।

(খ) পেকিটিন।

(গ) লেপ্ট’টিন।

(ঘ) ডাই’কাইনিছ।

উত্তৰঃ (ক) জাইগ’টিন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top