Class 11 Biology MCQ Chapter 11 উদ্ভিদৰ পৰিবহন Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 11 উদ্ভিদৰ পৰিবহন Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.
Class 11 Biology MCQ Chapter 11 উদ্ভিদৰ পৰিবহন
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
উদ্ভিদৰ পৰিবহন
Chapter – 11
MULTIPLE CHOICE QUESTION ANSWER
১। ব্যাপনৰ দ্বাৰা হোৱা পৰিবহনক কি বুলি কোৱা হয়?
(ক) পৰোক্ষ পৰিবহন।
(খ) গতি পৰিবহন।
(গ) শক্তি পৰিবহন।
(ঘ) নিষ্ক্ৰিয় পৰিবহন।
উত্তৰঃ (ক) পৰোক্ষ পৰিবহন।
২। যেতিয়া এটি অণু আন অণুৰ ওপৰত নিৰ্ভৰ নকৰি এখন আৱৰণৰ মাজেদি গতি কৰে, তাক কি বোলা হয়?
(ক) চিম্পৰ্ট।
(খ) এন্টিপৰ্ট।
(গ) ইউনিপৰ্ট।
(ঘ) এক্সচেঞ্জ প্ৰটিন।
উত্তৰঃ (গ) ইউনিপৰ্ট।
৩। দ্ৰৱৰ্যৰ ঘনত্বৰ বিপৰীতে যেতিয়া অণুবিলাকে শক্তি ব্যৱহাৰ কৰি পৰিবাহিত হয়, তেতিয়া তাক কি বোলে?
(ক) নিষ্ক্ৰিয় পৰিবহন।
(খ) সক্রিয় পৰিবহন।
(গ) শক্তি পৰিবহন।
(ঘ) গতি পৰিবহন।
উত্তৰঃ (খ) সক্রিয় পৰিবহন।
৪। উদ্ভিদৰ সৰল কার্যৰ বাবে কিহৰ প্ৰয়োজন?
(ক) বায়ু।
(খ) মাটি।
(গ) পানী।
(ঘ) পৰিসৰ।
উত্তৰঃ (গ) পানী।
৫। তৰমুজত কিমান শতকৰা পানী থাকে?
(ক) ৬৯ শতকৰা।
(খ) ৭৬ শতকৰা।
(গ) ৮০ শতকৰা।
(ঘ) ৯২ শতকৰা।
উত্তৰঃ (ঘ) ৯২ শতকৰা।
৬। এজোপা পূৰঠ মাকৈ উদ্ভিদে এদিনত প্রায় কিমান লিটাৰ পানী শোষণ কৰে?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (খ) তিনি।
৭। যেতিয়া উদ্ভিদ কোষৰ ভিতৰ পানী সোমায়, তেতিয়া কোষবেৰৰ বিপৰীতে কি সৃষ্টি হয়?
(ক) স্ফীতি চাপ।
(খ) আঘাত চাপ।
(গ) বসস্ফীতি চাপ।
(ঘ) উদ্ভিদ চাপ।
উত্তৰঃ (ক) স্ফীতি চাপ।
৮। পানী উদ্ভিদৰ শিপাৰ ভিতৰৰ অংশলৈ কেইটা পথেৰে গতি কৰে?
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (খ) দুটা।
৯। উদ্ভিদে বাষ্পাকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াক কি বোলা হয়?
(ক) শোষণ।
(খ) সংশ্লেষণ।
(গ) প্রস্বেদন।
(ঘ) শ্বাস-প্রশ্বাস।
উত্তৰঃ (গ) প্রস্বেদন।
১০। ফ্লোইমৰ পৰিবহনত কি কি থাকে?
(ক) পানী, আয়ন, শর্কৰা।
(খ) অক্সিজেন আৰু জল।
(গ) শর্কৰা আৰু এমাইন এচিড।
(ঘ) শৰ্কৰা, হৰম’ন, এমাইন এচিড।
উত্তৰঃ (ঘ) শৰ্কৰা, হৰম’ন, এমাইন এচিড।
১১। যেতিয়া বসন্তৰ আগমন হয়, তেতিয়া উদ্ভিদে কি শোষণ কৰে?
(ক) শর্কৰা।
(খ) খাদ্য।
(গ) পানী।
(ঘ) মাটি।
উত্তৰঃ (ক) শর্কৰা।
১২। জীৱবিলাকত পোষক দ্রব্য পৰিবহন হোৱা প্রথা কেইটা?
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (খ) দুটা।
১৩। যদিহে বাহিৰৰ ফালে থকা দ্ৰাবৰ আসৃতি চাপ কোষ প্ৰৰসৰ আসৃতি চাপৰ সমান হয়, তেতিয়া তাক কি বোলা হয়?
(ক) অম্লীয়।
(খ) অসমতল।
(গ) সমাসাৰী।
(ঘ) হাইপাৰটনিক।
উত্তৰঃ (গ) সমাসাৰী।
১৪। শাক-বন জাতীয় উদ্ভিদৰ শুকান দ্রব্যৰ কিমান শতাংশ?
(ক) ৫% – ১০%
(খ) ১০% – ১৫%
(গ) ১৫% – ২০%
(ঘ) ২০% – ২৫%
উত্তৰঃ (খ) ১০% – ১৫%
১৫। এটা উদ্ভিদ কোষত অনু এটা গতি কৰিবলৈ কিমান সময় লাগে?
(ক) ১ ছেকেণ্ড।
(খ) ২ ছেকেণ্ড।
(গ) ৫ ছেকেণ্ড।
(ঘ) ২.৫ ছেকেণ্ড।
উত্তৰঃ (ঘ) ২.৫ ছেকেণ্ড।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

