Class 11 Biology MCQ Chapter 12 খনিজ পুষ্টি

Class 11 Biology MCQ Chapter 12 খনিজ পুষ্টি Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 12 খনিজ পুষ্টি Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 12 খনিজ পুষ্টি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

খনিজ পুষ্টি

Chapter – 12

MULTIPLE CHOICE QUESTION ANSWER

১। কোনে প্ৰমাণ কৰিছিল যে মাটিৰ অবিহনে এটি পুষ্টিকৰ দ্রবত এজোপা উদ্ভিদ পূৰঠ অৱস্থালৈকে গজাব পাৰি?

(ক) চার্লছ ডাৰউইন।

(খ) আলেকজাণ্ডাৰ ফ্লেমিং।

(গ) জুলিয়াচ ভন চেক্‌চে।

(ঘ) লুই পাস্তুৰ।

উত্তৰঃ (গ) জুলিয়াচ ভন চেক্‌চে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। মাটিৰ অবিহনে এটি পুষ্টিকৰ দ্রবত এজোপা উদ্ভিদ পূৰঠ অৱস্থালৈকে গজাব পাৰি। এনেদৰে পুষ্টিকৰ দ্ৰবত গছ গজোৱা প্ৰথাক কি বুলি কোৱা হয়?

(ক) অ্যাকুৱাপনিক্স।

(খ) হাইড্রপনিক্স।

(গ) ফটোসিন্থেছিস।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) হাইড্রপনিক্স।

৩। কিমান খৃঃত বিখ্যাত জুলিয়াচ ভন চেক্চে প্রথম বাৰৰ বাবে প্ৰমাণ কৰিছিল যে মাটিৰ অবিহনে এটি পুষ্টিকৰ দ্রবত এজোপা উদ্ভিদ পূৰঠ অৱস্থালৈকে গজাব পাৰি?

(ক) 1850 খৃঃ।

(খ) 1860 খৃঃ।

(গ) 1870 খৃঃ।

(ঘ) 1880 খৃঃ।

উত্তৰঃ (খ) 1860 খৃঃ।

৪। তলৰ কোনটো খনিজ মৌল উদাহৰণ?

(ক) চিলেনিয়াম।

(খ) কেলচিয়াম।

(গ) ফছফৰাছ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) চিলেনিয়াম।

৫। মৌলসমূহক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

৬। আৱশ্যকীয় মৌলৰ এটি গাঢ়তা যি গাঢ়তা তাতকৈ হ্রাস পালে উদ্ভিদৰ বৃদ্ধি হ’ব নোৱাৰে, তাক কি বুলি কোৱা হয়?

(ক) সংকটপূর্ণ গাঢ়তা।

(খ) অধিকতম গাঢ়তা।

(গ) সাধাৰণ গাঢ়তা।

(ঘ) হ্ৰাসক গাঢ়তা।

উত্তৰঃ (ক) সংকটপূর্ণ গাঢ়তা।

৭। শোষণ প্রণালী প্রধানতঃ কেইটা স্তৰত ভগাব পাৰি?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) এটা। 

(ঘ) দুটা।

উত্তৰঃ (ঘ) দুটা।

৮। আয়নৰ কোষৰ মুক্ত ঠাইলৈ খৰতকীয়া উর্ধগামী পৰিবহনবোৰক কি বোলে?

(ক) এপপ্লাষ্ট।

(খ) চিমপ্লাষ্ট।

(গ) ইনফ্লাক্স।

(ঘ) ইফ্লাক্স।

উত্তৰঃ (ক) এপপ্লাষ্ট।

৯। এপপ্লাষ্টলৈ আয়নৰ নিষ্ক্রিয় শোষণ কিহৰ যোগেৰে হয়?

(ক) কোষ আৱৰণ।

(খ) প্ৰটিন-কেনেল।

(গ) আয়ন-চেনেল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) আয়ন-চেনেল।

১০। চিমপ্লাষ্টলৈ আয়নৰ গতিৰ বাবে কিহৰ প্রয়োজন হয়?

(ক) ইলেকট্ৰন।

(খ) খৰতকীয়া শক্তি।

(গ) বিপাকীয় শক্তি।

(ঘ) যান্ত্ৰিক শক্তি।

উত্তৰঃ (গ) বিপাকীয় শক্তি।

১১। কোষৰ ভিতৰলৈ হোৱা আয়নৰ গতিক কি বোলে?

(ক) ইনফ্লক্স।

(খ) ইফ্লাক্স।

(গ) ফ্লাক্স।

(ঘ) এপপ্লাষ্ট।

উত্তৰঃ (ক) ইনফ্লাক্স।

১২। কোষৰ বাহিৰলৈ আৰু ভিতৰলৈ হোৱা আয়নৰ গতিকৰ সাধাৰণ নাম কি?

(ক) শক্তি।

(খ) চেনেল।

(গ) ফ্লাক্স।

(ঘ) আৱৰণ।

উত্তৰঃ (গ) ফ্লাক্স।

১৩। তলত দিয়া কোনবোৰ মেক্ৰ মৌলৰ উদাহৰণ?

(ক) N, P, K, S.

(খ) Cu, Zn, Fe, Mn.

(গ) Cl, Zn, Mg, B.

(ঘ) Na, Zn, Fe, Mn.

উত্তৰঃ (ক) N, P, K, S.

১৪। তলত দিয়া কোনবোৰ মাইক্ৰ মৌলৰ উদাহৰণ?

(ক) Cu, Zn, Fe, Mn.

(খ) N, P, K, S.

(গ) Mg, Ca, K, N.

(ঘ) H, O, C, S.

উত্তৰঃ (ক) Cu, Zn, Fe, Mn.

১৫। নাইট্রজেনৰ (N₂) পৰা এমনিয়া হোৱা প্ৰক্ৰিয়াক কি বোলে?

(ক) নাইট্ৰিফিকেশ্বন।

(খ) নাইট্রজেন স্থিতিকৰণ।

(গ) ডিনাইট্ৰিফিকেশ্বন।

(ঘ) শোষণ।

উত্তৰঃ (খ) নাইট্রজেন স্থিতিকৰণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top