Class 11 Biology MCQ Chapter 4 প্ৰাণীজগৎ

Class 11 Biology MCQ Chapter 4 প্ৰাণীজগৎ Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 4 প্ৰাণীজগৎ Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 4 প্ৰাণীজগৎ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

প্ৰাণীজগৎ

Chapter – 4

MULTIPLE CHOICE QUESTION ANSWER

১। একেই কাম কৰা কোষবোৰ কলাৰূপে সজ্জিত হয় আৰু সেইবাবে ইয়াক কি বোলে?

(ক) অংগস্তৰীয় সংগঠন।

(খ) টেক্সনমিক সংগঠন।

(গ) কলাস্তৰীয় সংগঠন।

(ঘ) কোষস্তৰীয় সংগঠন।

উত্তৰঃ (গ) কলাস্তৰীয় সংগঠন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। সংবহনতন্ত্ৰ কেইধৰণৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

৩। যেতিয়া মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলে প্রাণীটোক দুটা সদৃশ অংশত ভাগ কৰে তাক কি বোলে?

(ক) ৰেডিয়েল সমমিতি।

(খ) অৰীয় সমমিতি।

(গ) দ্বিপাক্ষিক সমমিতি।

(ঘ) অসমমিতি।

উত্তৰঃ (খ) অৰীয় সমমিতি।

৪। প্ৰাণীৰ দুটা ভ্রূণীয় স্তৰত, বহিঃত্বক আৰু অন্তঃত্বকত, বিভক্ত হৈ থাকিলে তেনে প্রাণীক কি বোলা হয়?

(ক) ত্ৰিত্বকীয়।

(খ) বহুমুখী।

(গ) অতিৰিক্তকীয়।

(ঘ) দ্বিত্বকীয়।

উত্তৰঃ (ঘ) দ্বিত্বকীয়।

৫। বহিঃত্বক আৰু অন্তঃত্বকৰ মাজৰ প্রভেদহীন স্তৰটোক কি বোলা হয়?

(ক) মেছ’গ্লিয়া।

(খ) দেহগুহা।

(গ) বহুমুখী।

(ঘ) মেছ’ডাৰ্ম।

উত্তৰঃ (ক) মেছ’গ্লিয়া।

৬। যিবোৰ প্ৰাণীৰ বিকাশশীল ভ্রূণত বহিঃত্বক আৰু অন্তঃত্বকৰ মাজত এটা তৃতীয় অংকুৰিত স্তৰ মধ্যত্বক থাকে তেনে প্রাণীক কি বোলা হয়?

(ক) অতিৰিক্তকীয় প্ৰাণী।

(খ) বহুমুখী প্ৰাণী।

(গ) ত্ৰিত্বকীয় প্ৰাণী।

(ঘ) দ্বিত্বকীয় প্ৰাণী।

উত্তৰঃ (গ) ত্ৰিত্বকীয় প্ৰাণী।

৭। যিবোৰ প্ৰাণীত দেহগুহা নাথাকে তেনে প্রাণীক কি বোলে?

(ক) দেহগুহাবাহী প্ৰাণী।

(খ) দেহগুহাহীন প্ৰাণী।

(গ) দ্বিত্বকীয় প্ৰাণী।

(ঘ) বহুমুখী প্ৰাণী।

উত্তৰঃ (খ) দেহগুহাহীন প্ৰাণী।

৮। যিবোৰ প্ৰাণীত দেহগহ্বাৰ মধ্যত্বকোশৰে গঠিত নহয়, তেনে দেহগহ্বৰক কি বোলা হয়?

(ক) ভুৱা দেহগুহা।

(খ) দেহগুহা।

(গ) খণ্ডীভৱন।

(ঘ) পৃষ্টৰজ্জু।

উত্তৰঃ (ক) ভুৱা দেহগুহা।

৯। সমখণ্ডীভৱন কোন প্ৰাণীত দেখা যায়?

(ক) ছাগলী।

(খ) গৰু।

(গ) কেঁচু।

(ঘ) ম’হ।

উত্তৰঃ (গ) কেঁচু।

১০। যিবোৰ প্ৰাণীৰ পৃষ্টৰজ্জু থাকে তেনে প্রাণীক কি বোলে?

(ক) অপৃষ্টৰজ্জুকী প্ৰাণী।

(খ) অমেৰুদণ্ডী প্ৰাণী।

(গ) দ্বিপ্ৰাণী।

(ঘ) মেৰুদণ্ডী প্ৰাণী।

উত্তৰঃ (ঘ) মেৰুদণ্ডী প্ৰাণী।

১১। যিবোৰ প্ৰাণীৰ পৃষ্টৰজ্জু নাথাকে তেনে প্রাণীক কি বোলে?

(ক) দ্বিপ্ৰাণী।

(খ) অমেৰুদণ্ডী প্ৰাণী।

(গ) অপৃষ্টৰজ্জুকী প্ৰাণী।

(ঘ) মেৰুদণ্ডী প্ৰাণী।

উত্তৰঃ (খ) অমেৰুদণ্ডী প্ৰাণী।

১২। টিন’ফ’ৰা পৰৱৰ প্ৰাণীবোৰক সাধাৰণতে কি বোলা হয়?

(ক) কম্ব জেলিছ।

(খ) স্পঞ্জ।

(গ) কোৱান’ছাইট।

(ঘ) কন্টক।

উত্তৰঃ (ক) কম্ব জেলিছ।

১৩। টিন’ফ’ৰা পৰৱৰ প্ৰাণীবোৰৰ দেহত কেইশাৰী ফনিফলক থাকে?

(ক) চাৰিশাৰী।

(খ) পাঁচশাৰী।

(গ) আঠশাৰী।

(ঘ) দহশাৰী।

উত্তৰঃ (গ) আঠশাৰী।

১৪। টিন’ফ’ৰা পৰৱৰ প্ৰাণীবোৰে কি পদ্ধতিৰে জননকাৰ্য সম্পন্ন কৰে?

(ক) অযৌন পদ্ধতি।

(খ) যৌন পদ্ধতি।

(গ) পুনৰুৎপাদন পদ্ধতি।

(ঘ) বাহ্যিক পদ্ধতি।

উত্তৰঃ (খ) যৌন পদ্ধতি।

১৫। কিহৰ সংগঠনেৰে ঘূৰণীয়া কৃমিৰ দেহ গঠিত?

(ক) অস্থিৰংগতন্ত্ৰ।

(খ) ৰক্ত পৰিবহন তন্ত্ৰ।

(গ) মূলতন্ত্ৰ।

(ঘ) অংগতন্ত্ৰ।

উত্তৰঃ (ঘ) অংগতন্ত্ৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top