Class 11 Biology MCQ Chapter 20 চলন আৰু গমন

Class 11 Biology MCQ Chapter 20 চলন আৰু গমন Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 20 চলন আৰু গমন Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 20 চলন আৰু গমন

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

চলন আৰু গমন

Chapter – 20

MULTIPLE CHOICE QUESTION ANSWER

১। মানৱ দেহৰ কোষবিলাক কেই ধৰণৰ?

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (খ) তিনি।

২। মানুহৰ দেহৰ কিমান শতাংশ ওজন পেশীৰ অৱদান থাকে?

(ক) ২০-৩০ শতাংশ।

(খ) ৩০-৪০ শতাংশ।

(গ) ৪০-৫০ শতাংশ।

(ঘ) ৫০-৬০ শতাংশ। 

উত্তৰঃ (গ) ৪০-৫০ শতাংশ।

৩। অৱস্থানৰ ওপৰত ভিত্তি কৰি পেশীবোৰক কেইটা শ্ৰেণীত  ভাগ কৰিব পাৰি?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ  (ক) তিনিটা।

৪। আমাৰ দেহৰ প্ৰতিটো সংগঠিত কংকাল পেশীয়েই কিহৰ দ্বাৰা গঠিত হয়?

(ক) কনড্ৰিঞ্চমা।

(খ) ফেশ্বিকল।

(গ) এপিথেলিয়াম।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ফেশ্বিকল।

৫। প্ৰতিটো পেশীতত্ত্বৰেই বাহিৰৰফালে প্লাজমা আৱৰণী থাকে তাক কি বোলে?

(ক) সাইটোপ্লাজমা।

(খ) মাইক্রোপ্লাজমা।

(গ) ছাৰক’লেমা।

(ঘ) প্লাজমেমব্ৰেন।

উত্তৰঃ (গ) ছাৰক’লেমা।

৬। গাঢ় সূত্রিকাবোৰৰ মধ্য খণ্ডৰ যি অংশ পাতল সূত্রিকাৰ পৰা স্বাধীন বা মুকলি হৈ থাকে তাক কি বোলে?

(ক) M জোন।

(খ) H জোন।

(গ) I জোন।

(ঘ) A জোন।

উত্তৰঃ (খ) H জোন।

৭।  A-বেগৰ মধ্যস্থলত কি থাকে?

(ক) I-বেগ

(খ) Z-লাইন

(গ) M-লাইন

(ঘ) H-জোন

উত্তৰঃ (গ) M-লাইন

৮। দুটা Z লাইনৰ মাজত থকা অংশক সংকোচনৰ কাৰ্য্যকৰী একক বুলি ধৰা হয় তাক কি বোলে?

(ক) ছাৰক’লেমা।

(খ) মাইক্রোপ্লাজমা।

(গ) ছাৰক’মিয়া।

(ঘ) এপিথেলিয়াম।

উত্তৰঃ (গ) ছাৰক’মিয়া।

৯। কংকালতন্ত্ৰক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

১০। কংকালতন্ত্ৰৰ কিহৰ দ্বাৰা গঠিত হয়?

(ক) কেৱল হাড়।

(খ) হাড় আৰু কোমলাস্থি।

(গ) স্নায়ু আৰু তন্তু।

(ঘ) হাড় আৰু মাংসপেশী।

উত্তৰঃ (খ) হাড় আৰু কোমলাস্থি।

১১। মানৱ দেহত কিমান ডাল হাড় থাকে?

(ক) ২০০

(খ) ২০২

(গ) ২০৫

(ঘ) ২০৬

উত্তৰঃ (ঘ) ২০৬

১২। লাওখোলাটোৰ সন্মুখৰ ফালে থকা কেই ডাল কংকালীয় উপাদানেৰে মুখমণ্ডলটো গঠন হৈছে?

(ক) ১৪ ডাল।

(খ) ২২ ডাল।

(গ) ২৭ ডাল।

(ঘ) ৩০ ডাল।

উত্তৰঃ (ক) ১৪ ডাল।

১৩। লাওখোলাৰ দুই ধৰণৰ হাড়ৰ নাম কি কি?

(ক) মস্তিষ্কীয় আৰু স্নায়ু।

(খ) কোমলস্থি আৰু হাড়।

(গ) কৰোটিয় আৰু মুখমণ্ডলীয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) কৰোটিয় আৰু মুখমণ্ডলীয়।

১৪। কৰোটিয় হাড়বোৰৰ মুঠ সংখ্যা কিমান?

(ক) ৪

(খ) ৮

(গ) ১০

(ঘ) ৪০

উত্তৰঃ (খ) ৮

১৫। মানুহৰ দেহত কেই যোৰ কামিহাড় থাকে?

(ক) ১২

(খ) ১৮

(গ) ১৪

(ঘ) ১৬

উত্তৰঃ (ক) ১২

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top