Class 11 Biology MCQ Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ

Class 11 Biology MCQ Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ

Chapter – 19

MULTIPLE CHOICE QUESTION ANSWER

১। দেহৰ পৰা এম’নিয়া বৰ্জন হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? 

(ক) এমোনিয়া বিভাজন।

(খ) মেটাবলিজম্।

(গ) টেলিজম্।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ঘ) টেলিজম্।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। স্তন্যপায়ী প্রাণী, কেবাবিধো স্থলত থকা উভচৰ আৰু সাগৰীয় মাছে ইউৰিয়া বৰ্জন কৰাৰ বাবে এইবোৰ প্ৰাণীক কি প্রাণী বোলে?

(ক) ইউৰীক’টেলিক।

(খ) ইউৰিঅ’টেলিক।

(গ) এ্যম’ন’টেলিক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ইউৰিঅ’টেলিক।

৩। মেৰুদণ্ডী প্ৰাণীৰ দেহত জটিল নলীকাৰে গঠিত ৰেচন অংগ থাকে ইয়াক কি বোলে?

(ক) বৃক্ক।

(খ) মুত্রাশয়।

(গ) কর্টেক্স।

(ঘ) পেলভিছ।

উত্তৰঃ (ক) বৃক্ক।

৪। কেঁচু আৰু আন বলয়ী প্রাণীবোৰৰ ৰেচন অংগটো কি ?

(ক) কোষৰ কেন্দ্ৰ।

(খ) মাইটোকন্ড্ৰিয়া।

(গ) নলীকৰণ নেফ্রিদিয়া।

(ঘ) ৰাইব’জম।

উত্তৰঃ (গ) নলীকৰণ নেফ্রিদিয়া।

৫। ৰঙচুৱা মুগাবৰণৰ আৰু উৰহীগুটিৰ আকৃতিৰ অংগটো কি? 

(ক) কর্টেক্স।

(খ) পেলভিছ।

(গ) বৃক্ক।

(ঘ)  মুত্রাশয়। 

উত্তৰঃ (গ) বৃক্ক।

৬। মানুহ এজনৰ বৃক্কৰ গড় ওজন কিমান গ্রাঃ?

(ক) 50-100 গ্রাম।

(খ) 120-170 গ্রাম।

(গ) 200-250 গ্ৰাম।

(ঘ) 300-350 গ্ৰাম।

উত্তৰঃ (খ) 120-170 গ্ৰাম।

৭। প্রাপ্তবয়স্ক মানুহ এজনৰ প্ৰতিটো বৃক্ক বহল কিমান চেঃ মিঃ?

(ক) 3-5 চেঃ মিঃ।

(খ) 9-11 চেঃ মিঃ।

(গ) 7-9 চেঃ মিঃ।

(ঘ) 5-7 চেঃ মিঃ।

উত্তৰঃ (ঘ) 5-7 চেঃ মিঃ।

৮। বৃক্কৰ অৱতল পৃষ্ঠৰ কেন্দ্ৰৰ দিশত থকা খাজটোক কি বোলে?

(ক) হিলাম।

(খ) নেফ্ৰন।

(গ) গ্ল’মেৰুলাচ।

(ঘ) ইউৰেটাৰ।

উত্তৰঃ (ক) হিলাম।

৯। মেডুলাৰ পিৰামিডবোৰৰ মাজে মাজে বিস্তৃত হৈ থকা কর্টেক্সৰ বৰ্দ্ধিত বৃক্কীয় স্তম্ভটোক কি বুলি কোৱা হয়?

(ক) বৃক্কীয় দ্রোণী।

(খ) বার্টিনিৰ স্তম্ভ।

(গ) কেলিক্স।

(ঘ) নেফ্ৰন।

উত্তৰঃ (খ) বার্টিনিৰ স্তম্ভ।

১০। মেডুলাৰ অঞ্চলটো কি আকৃতিৰ অংশত বিভক্ত?

(ক) কেলিক্স।

(খ) শংকু।

(গ) বৃক্কীয় স্তম্ভ।

(ঘ) কেপচুল।

উত্তৰঃ (খ) শংকু।

১১। বৃক্কৰ বাহিৰ ফালৰ অঞ্চলটোক কি বোলে?

(ক) কর্টেক্স।

(খ) মেডুলা।

(গ) কেলিক্স।

(ঘ) পিৰামিড।

উত্তৰঃ (ক) কর্টেক্স।

১২। প্রতিটো বৃক্কত প্রায় এক মিলিয়ন জটিল নলী আকৃতিৰ গঠন থাকে, ইয়াক কি বুলি কোৱা হয়?

(ক) কেলিক্স।

(খ) নেফ্রন।

(গ) মেডুলাৰ পিৰামিড।

(ঘ) বার্টিনিৰ স্তম্ভ।

উত্তৰঃ (খ) নেফ্রন।

১৩। প্ৰতিটো নেফ্রনৰ কেইটা অংশ থাকে?

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) দুটা।

উত্তৰঃ (ঘ) দুটা।

১৪। বৃক্কীয় ধমনীৰ অন্তৰ্বাহী ধমনীকাৰ পৰা সৃষ্টি হোৱা একোচা কিহেৰে গ্ল’মেৰুলাছ গঠিত হয়?

(ক) মূত্রাশয়ৰ নলী।

(খ) কৈশিক নলী।

(গ) শিৰা।

(ঘ) বৃক্কীয় ধমনীৰ নলী।

উত্তৰঃ (খ) কৈশিক নলী।

১৫। গ্লমেৰুলাছৰ সৈতে ব’ওঁমেনৰ চুপীক একেলগে কি বুলি কোৱা হয়?

(ক) বৃক্ক পিণ্ডানু।

(খ) বৃক্ক কোষ।

(গ) বৃক্ক চক্র।

(ঘ) গ্ল’মেৰুলাছ।

উত্তৰঃ (ক) বৃক্ক পিণ্ডানু।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top