Class 11 Biology MCQ Chapter 18 দেহ তৰল আৰু সঞ্চালন Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 18 দেহ তৰল আৰু সঞ্চালন Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.
Class 11 Biology MCQ Chapter 18 দেহ তৰল আৰু সঞ্চালন
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
দেহ তৰল আৰু সঞ্চালন
Chapter – 18
MULTIPLE CHOICE QUESTION ANSWER
১। তেজ গোটমৰা কাৰকবিহীন প্লাজমাক কি বোলা হয়?
(ক) প্লেটলেট।
(খ) ছেৰাম।
(গ) হিম’গ্লবিন।
(ঘ) লাল ৰক্ত কণিকা।
উত্তৰঃ (খ) ছেৰাম।
২। লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্রিকা একেলগে কি বোলা হয়?
(ক) প্লাজমা।
(খ) হিম’গ্লবিন।
(গ) গঠনাত্মক উপাদান।
(ঘ) লসিকা।
উত্তৰঃ (গ) গঠনাত্মক উপাদান।
৩। লোহিত ৰক্ত কণিকাবোৰ প্ৰাপ্তবয়স্ক মানুহৰ মূলত ক’ত গঠন হয়?
(ক) ৰঙা হাড়ৰ মজ্জা।
(খ) লিভাৰ।
(গ) প্লীহা।
(ঘ) কিডনী।
উত্তৰঃ (ক) ৰঙা হাড়ৰ মজ্জা।
৪। একোজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক ব্যক্তিৰ তেজৰ প্ৰতি ঘন মিঃমিঃ তেজত কিমানসংখ্যক লোহিত ৰক্ত কণিকা থাকে?
(ক) ৪ মিলিয়ন ৰ পৰা ৪.৫ মিলিয়ন।
(খ) ৫ মিলিয়ন ৰ পৰা ৫.৫ মিলিয়ন।
(গ) ৬ মিলিয়ন ৰ পৰা ৬.৫ মিলিয়ন।
(ঘ) ৩ মিলিয়ন ৰ পৰা ৩.৫ মিলিয়ন।
উত্তৰঃ (খ) ৫ মিলিয়ন ৰ পৰা ৫.৫ মিলিয়ন।
৫। লোহিত ৰক্ত কণিকাৰ ভিতৰত কোনটো প্ৰ’টিন থাকে?
(ক) হিম’গ্লবিন।
(খ) ফাইব্ৰিন’জেন।
(গ) ক’লোজেন।
(ঘ) মায়’গ্লবিন।
উত্তৰঃ (ক) হিম’গ্লবিন।
৬। লোহিত ৰক্ত কণিকাৰ গড় জীৱনকাল কিমান?
(ক) ৯০ দিন।
(খ) ১০০ দিন।
(গ) ১২০ দিন।
(ঘ) ১৫০ দিন।
উত্তৰঃ (গ) ১২০ দিন।
৭। তেজৰ প্ৰতি ঘন মিঃ মিঃত গড়ে কিমান শ্বেতৰক্ত কণিকা থাকে?
(ক) ৪০০০-৬০০০
(খ) ৬০০০-৮০০০
(গ) ১০,০০০-১২,০০০
(ঘ) ২০০০-৪০০০
উত্তৰঃ (খ) ৬০০০-৮০০০
৮। শ্বেতৰক্ত কণিকাবোৰ কেই প্ৰকাৰৰ?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (ক) দুই।
৯। তেজত কোনটো শ্বেতৰক্ত কণিকাৰ সংখ্যা আটাইতকৈ কম?
(ক) মন’চাইট।
(খ) লিম্ফ’চাইট।
(গ) বেছ’ফিল।
(ঘ) নিউট্ৰ’ফিল।
উত্তৰঃ (গ) বেছ’ফিল।
১০। ৰক্ত আতঞ্চন প্ৰক্ৰিয়াত মূলত কোনটো প্ৰ’টিন সূত্ৰৰ জালিকা গঠন হয়?
(ক) প্লেটলেট।
(খ) থ্ৰম্বিন।
(গ) প্ৰ’থ্ৰম্বিন।
(ঘ) ফাইব্ৰিন।
উত্তৰঃ (ঘ) ফাইব্ৰিন।
১১। প্রাণীদেহৰ পৰিসংচাৰণ কেই প্ৰকাৰৰ?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (ক) দুই।
১২। ৰুদ্ধ পৰিসংচাৰণত তেজ ক’ত প্রবাহিত হয়?
(ক) মুক্ত গহ্বৰত।
(খ) কোষৰ বাহিৰে।
(গ) বন্ধ ৰক্তনলীত।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) বন্ধ ৰক্তনলীত।
১৩। ঘৰিয়াল, চৰাই আৰু স্তন্যপায়ীৰ দেহত কেইটা কোঠালীযুক্ত হৃদপিন্দ থাকে?
(ক) দুটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) ছয়টা।
উত্তৰঃ (খ) চাৰিটা।
১৪। মাছৰ হৃদপিণ্ডই উলিয়াই দিয়া অক্সিজেনবিহীন তেজ ক’ত অক্সিজেনযুক্ত হয়?
(ক) মস্তিষ্কত।
(খ) নিলয়ত।
(গ) অলিন্দত।
(ঘ) ফুলত।
উত্তৰঃ (ঘ) ফুলত।
১৫। মানুহৰ পৰিসংচাৰণ তন্ত্ৰক কি বোলা হয়?
(ক) ৰক্ত সঞ্চালন তন্ত্ৰ।
(খ) পেশী তন্ত্ৰ।
(গ) স্নায়ু তন্ত্ৰ।
(ঘ) যকৃৎ নির্বাহিকা তন্ত্র।
উত্তৰঃ (ক) ৰক্ত সঞ্চালন তন্ত্ৰ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

