Class 11 Biology MCQ Chapter 17 শ্বাস-প্রশ্বাস আৰু গেছ বিনিময়

Class 11 Biology MCQ Chapter 17 শ্বাস-প্রশ্বাস আৰু গেছ বিনিময় Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 17 শ্বাস-প্রশ্বাস আৰু গেছ বিনিময় Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.

Class 11 Biology MCQ Chapter 17 শ্বাস-প্রশ্বাস আৰু গেছ বিনিময়

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

শ্বাস-প্রশ্বাস আৰু গেছ বিনিময়

Chapter – 17

MULTIPLE CHOICE QUESTION ANSWER

১। কণ্ঠক কি বুলি কোৱা হয়?

(ক) শব্দৰ বাকচ।

(খ) খাদ্যনলিকা।

(গ) শ্বাসনলী।

(ঘ) গ্লটিস।

উত্তৰঃ (ক) শব্দৰ বাকচ।

২। খাদ্যবস্তু গিলাৰ সময়ত যাতে স্বৰযন্ত্ৰত সোমাব নোৱাৰে তাৰ বাবে গ্লটিছৰ ওপৰত এখন পাতল আৰু স্থিতিস্থাপক কোমলাস্থিযুক্ত ঢাকনী থাকে তাক কি বোলে?

(ক) গ্লটিস।

(খ) কণ্ঠ।

(গ) শ্বাসনলী।

(ঘ) আলজিভা।

 উত্তৰঃ (ঘ) আলজিভা।

৩। আমাৰ দেহত কেইটা হাওঁফাওঁ থাকে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

৪। তৰপ দুটাৰ মাজত কি নামৰ পদার্থ থাকে?

(ক) ভৌতিক।

(খ) ৰাসায়নিক।

(গ) প্লিউৰেল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) প্লিউৰেল।

৫। বাহিৰ ফালৰ প্লিউবেল আৱৰণখন বক্ষগহ্বৰৰ আৱৰণৰ সংস্পৰ্শত আৰু ভিতৰৰ আৱৰণখন কিহৰ লগত লাগি থাকে?

(ক) বক্ষগহ্বৰ।

(খ) শ্বাসনলীৰ সুৰংগ।

(গ) বাহ্যিক শ্বাসনলী।

(ঘ) হাওঁফাওৰ পৃষ্ঠ।

উত্তৰঃ (ঘ) হাওঁফাওৰ পৃষ্ঠ।

৬। শ্বাস-প্রশ্বাসত কেইটা পর্য্যায় আছে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৭। স্বাভাৱিক শ্বসনৰ সময়ত যি আয়তনৰ বায়ু গ্রহণ বা এৰা হয় তাক কি বোলে?

(ক) সংৰক্ষিত শ্বাস আয়তন।

(খ) জোৱাৰী আয়তন।

(গ) সংৰক্ষিত প্রশ্বাস আয়তন।

(ঘ) অৱশিষ্ট আয়তন।

উত্তৰঃ (খ) জোৱাৰী আয়তন।

৮। CO₂ কিমান পৰিমাণত বক্তৰসে দ্রবীভূত অৱস্থাত পৰিবহণ কৰে?

(ক) ৩ শতাংশ।

(খ) ৭ শতাংশ।

(গ) ২০ শতাংশ।

(ঘ) ৭০ শতাংশ।

উত্তৰঃ (খ) ৭ শতাংশ।

৯। তেজৰ প্লাজমাত অক্সিজেন (O₂) কিমান শতাংশ থাকে?

(ক) ১ শতাংশ।

(খ) ২ শতাংশ।

(গ) ৩ শতাংশ।

(ঘ) ৪ শতাংশ।

উত্তৰঃ (গ) ৩ শতাংশ।

১০। প্ৰতিটো হিম’গ্লবিন অণুৱে সর্বাধিক কেইটা O₂ অণু বহন কৰিব পাৰে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

১১। প্রতি 100 মি.লি. অক্সিজেনযুক্ত তেজে শৰীৰৰ স্বাভাৱিক অৱস্থাত প্রায় কিমান মি.লি. অক্সিজেন কলাত যোগান ধৰিব পাৰে?

(ক) 5 মি.লি.

(খ) 10 মি.লি.

(গ) 15 মি.লি.

(ঘ) 20 মি.লি.

উত্তৰঃ (ক) 5 মি.লি.

১২। এম্ফিছিমা ৰোগৰ মুখ্য কাৰণ কি?

(ক) বায়ু প্ৰদূষণ।

(খ) হাৰ্টৰ সমস্যা।

(গ) চিগাৰেট সেৱন।

(ঘ) পৰ্যাপ্ত আহাৰ।

 উত্তৰঃ (গ) চিগাৰেট সেৱন।

১৩। “স্পাইৰ ‘মিটাৰ” যন্ত্ৰৰ দ্বাৰা কিহৰ মাপ জোখা হয়?

(ক) তাপমান।

(খ) বায়ুৰ আয়তন।

(গ) অক্সিজেনৰ পৰিমাণ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বায়ুৰ আয়তন।

১৪। শ্বসনত কষ্টপোৱা ৰোগৰ নাম কি?

(ক) মেলেৰিয়া।

(খ) এম্ফিছিমা।

(গ) হাপানী।

(ঘ) ব্যৱসায়জনিত শ্বসন বিকাৰ।

উত্তৰঃ (গ) হাপানী।

১৫। গেছ মিশ্ৰণৰ একোটাত প্রতিটো গেছৰ চাপৰ পৰিমাণক কি বুলি কোৱা হয়?

(ক) আংশিক চাপ।

(খ) পৰীমিত চাপ।

(গ) সাপেক্ষ চাপ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) আংশিক চাপ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top