Class 11 Biology Important Chapter 2 জীৱৰ বৰ্গীকৰণ

Class 11 Biology Important Chapter 2 জীৱৰ বৰ্গীকৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 2 জীৱৰ বৰ্গীকৰণ Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 2 জীৱৰ বৰ্গীকৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

1. পাঁচ ৰাজ্যৰ প্ৰৱৰ্ত্তক কোন? 

উত্তৰঃ আৰ. এইচ. হোৱাইটেকাৰ।

2. ‘প্ৰটিষ্টা ৰাজ্য’ নামটো কোনে প্ৰদান কৰে? 

উত্তৰঃ আনষ্ট হেকেল। 

3. ভাইৰাছক কিয় পাঁচৰাজ্যৰ কোনো এটা ৰাজ্যতে অন্তৰ্ভূক্ত কৰা নহয়? 

উত্তৰঃকিয়নো ভাইৰাছ জড় আৰু জীৱৰ মধ্যাৱস্থা।

4. দুই ৰাজ্য পদ্ধতিৰ প্ৰৱৰ্ত্তক কোন?

উত্তৰঃ কেৰ’লাছ লিনিয়াছ।

5. তিনি ৰাজ্য পদ্ধতিৰ প্ৰৱৰ্ত্তক কোন?

উত্তৰঃ আনষ্ট হেকেল।

6. চাৰিৰাজ্য পদ্ধতিৰ প্ৰৱৰ্ত্তক কোন?

উত্তৰঃ এইচ. এফ. ক’পলেণ্ড।

7. ইউগ্লেনা কোন ৰাজ্যৰ অন্তৰ্গত?

উত্তৰঃ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত।

8. বেক্টেৰিয়া কোন ৰাজ্যৰ অন্তৰ্গত?

উত্তৰঃ ম’নেৰা ৰাজ্যৰ অন্তৰ্গত।

9. কোন ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ প্ৰকোষকেন্দ্রীয়?

উত্তৰঃ ম’নেৰা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ।

10. কোনবিধ জীৱই উদ্ভিদসদৃশ আৰু প্ৰাণীসদৃশ চৰিত্ৰ দেখুৱায়?

উত্তৰঃ ভেঁকুৰ।

11. ৰঙা শেলাই কোন ৰাজ্যৰ অন্তৰ্গত?

উত্তৰঃ প্লেন্টি।

12. শ্লেষ্ম ভেঁকুৰ কোন ৰাজ্যৰ অন্তৰ্গত?

উত্তৰঃ প্ৰ’টিষ্টা।

13.  ইষ্ট, পেনিচেলিয়াম, এগাৰিকাচ, কোন ৰাজ্যৰ অন্তৰ্গত?

উত্তৰঃ ভেঁকুৰ ৰাজ্যত।

14. স্পঞ্জ কোন ৰাজ্যৰ অন্তৰ্ভূক্ত? 

উত্তৰঃ এনিমেলিয়া ৰাজ্যৰ।

15. এবিধ এককোষী শেলাইৰ নাম লিখা?

উত্তৰঃ ক্লেমাইড ম’নাছ।

16. বহুকোষী উদ্ভিদ এডালৰ নাম লিখা?

উত্তৰঃ স্পাইৰ’গাইৰা।

17. ভেঁকুৰৰ কোষবেৰত কি থাকে?

উত্তৰঃ কাইটিন থাকে।

18. সেউজীয়া উদ্ভিদৰ কোষবেৰত কি থাকে?

উত্তৰঃ চেলুল’জ থাকে।

19. প্রকোষকেন্দ্রীয় জীৱবোৰক কোন ৰাজ্যত স্থান দিয়া হয়?

উত্তৰঃ মনেৰা ৰাজ্যত।

20. প্রতিষ্টা ৰাজ্যত কোনবোৰ জীৱক স্থান দিয়া হৈছিল?

উত্তৰঃ সংকোষকেন্দ্ৰীয় জীৱবোৰক।

21. অতি নিয়মীয়া পৰিৱেশত থকা বেক্টেৰিয়াক কি বোলে?

উত্তৰঃ হেল’ফিলচ্। 

22. গৰম পানীত থকা বেক্টেৰিয়াক কি বোলে?

উত্তৰঃ থাৰম ‘চিড ফিলচ। 

23. জলাশয়ত থকা বেক্টেৰিয়াবোৰক কি বোলে?

উত্তৰঃ মিথান’জেন

24. নাইট্ৰ’জেন স্থিতিকাৰী দুটা বেক্টেৰিয়াৰ নাম লিখা।

উত্তৰঃ নষ্টক, এনাবিনা।

25. পৰপুষ্ট বেক্টেৰিয়াৰোৰ সাধাৰণতে কেনেকুৱা হয়?

উত্তৰঃ বিয়োজক হয়।

26. বেক্টেৰিয়াই প্রধানত কি পদ্ধতিৰে প্ৰজনন কৰে?

উত্তৰঃ দ্বি বিভাজন (Fission) পদ্ধতিৰে।

27. আকৃতি অনুসৰি বেক্টেৰিয়াবোৰক কেইটা ভাগত ভগোৱা হৈছে। ভাগবোৰৰ কি কি? 

উত্তৰঃ (i) ঘূৰণীয়া বা কক্কাছ।

(ii) দণ্ডাকাৰ বা বেচিলাছ।

(iii) ক’মাকৃতি বা ভাইব্রিয়াম। আৰু

(iv) স্পাইৰিলাম।

28. এনেকুৱা এবিধ অণুজীৱৰ নাম লিখা যাৰ কোষবেৰ নাই?

উত্তৰঃ মাইক’প্লাজমা।

29. প্ৰটিষ্টাৰ ভিতৰত কোনবোৰ জীৱ অন্তর্ভুক্ত কৰা হৈছে?

উত্তৰঃ (i) ক্ৰিচ’ফাইটচ্।

(ii) ডিন’ফ্লেজেলেট।

(iii) ইউগ্লেনয়ড্‌ছ। 

(iv) শ্লাইম ম’ল্ড। আৰু

(v) প্ৰ’ট’য’ৱা।

30. প্ৰটিষ্টাবোৰ কি পদ্ধতিৰে প্ৰজনন কৰে?

উত্তৰঃ অযৌন আৰু যৌন পদ্ধতিৰে প্ৰজনন কৰে।

31. ডায়েটমৰ কোষবেৰখন কি বোলে?

উত্তৰঃ খোলা (shell) বোলে।

32. ডায়েটমৰ কোষবেৰখন কিহেৰে তৈয়াৰী?

উত্তৰঃ ছিলিকাৰে।

33. ডিন’ফ্রোজেলেট বিলাকে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি ল’ব পাৰেনে?

উত্তৰঃ পাৰে, কিয়নো ইহঁত সালোক সংশ্লেষণকাৰী।

34. ইউগ্লেনয়ডছৰ এটা উদাহৰণ উল্লেখ কৰা। 

উত্তৰঃ ইউগ্লেনা।

35. ৰুটি, বিয়েৰ, তৈয়াৰ কৰোঁতে আমি কি ভেঁকুৰ ব্যৱহাৰ কৰোঁ? 

উত্তৰঃ ইষ্ট ভেঁকুৰ।

36. প্রথম আৱিষ্কাৰ হোৱা উদ্ভিদ ভাইৰাছটোৰ নাম কি?

উত্তৰঃ ধঁপাতৰ ম’জেইক ভাইৰাছ।

37. কেপ’ছিডৰ দুটা কাম উল্লেখ কৰা৷

উত্তৰঃ (ক) কেন্দ্ৰস্থ নিউক্লিক এচিড ৰক্ষা কৰে ৷  

(খ) ভাইৰাছৰ আকৃতি ধাৰণ কৰে।

38. আটাইতকৈ ক্ষুদ্ৰ আকাৰৰ ভাইৰাছটোৰ নাম কি?

উত্তৰঃ ৰাইন’ ভাইৰাছ (1nm)

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top