Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল

Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 8 পৃথিৱীৰ ভূগোল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৃথিৱীৰ ভূগোল

Chapter – 8

ভূগোল

Multiple Choice Questions & Answers

1. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? 

(a) প্রশান্ত মহাসাগৰ।

(b) ভাৰত মহাসাগৰ।

(c) আটলান্টিক মহাসাগৰ।

(d) দক্ষিণ মহাসাগৰ। 

উত্তৰঃ (c) আটলান্টিক মহাসাগৰ।

2. পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?

(a) উত্তৰ আমেৰিকা মহাদেশ।

(b) ইউৰোপ মহাদেশ।

(c) এন্টার্কটিকা মহাদেশ।

(d) ওছেনিয়া মহাদেশ।

উত্তৰঃ (d) ওছেনিয়া মহাদেশ।

3. ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? 

(a) আটলান্টিক মহাসাগৰ।

(b) উত্তৰ মহাসাগৰ।

(c) প্রশান্ত মহাসাগৰ।

(d) ভাৰত মহাসাগৰ।

উত্তৰঃ (a) আটলান্টিক মহাসাগৰ।

4. এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? 

(a) ভূমধ্য সাগৰ।

(b) লোহিত সাগৰ।

(c) কাস্পিয়ান সাগৰ।

(d) আৰব সাগৰ।

উত্তৰঃ (b) লোহিত সাগৰ।

5. এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে? 

(a) ইউৰাইল পর্বতমালা।

(b) ককেচাচ পর্বত।

(c) কাস্পিয়ান সাগৰ।

(d) ভল্গা নদী।

উত্তৰঃ (a) ইউৰাইল পর্বতমালা।

6. ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত? 

(a) উত্তৰ আমেৰিকা।

(b) দক্ষিণ আমেৰিকা।

(c) আফ্রিকা।

(d) এছিয়া।

উত্তৰঃ (b) দক্ষিণ আমেৰিকা।

7. ব্রাজিলৰ ৰাজধানী কি? 

(a) ৰিও ডি জেনেইৰো।

(b) চাও পাওলো।

(c) ব্ৰাচিলিয়া।

(d) লিমা।

উত্তৰঃ (c) ব্ৰাচিলিয়া।

8. পৃথিৱীৰ মুঠ মাটিকালি—

(a) প্রায় ২১০ নিযুত বর্গ কি.মি.।

(b) প্রায় ৩৬১ নিযুত বর্গ কি.মি.। 

(c) প্রায় ৪১০ নিযুত বর্গ কি.মি.।

(d) প্রায় ৫১০ নিযুত বর্গ কি.মি.।

উত্তৰঃ (d) প্রায় ৫১০ নিযুত বর্গ কি.মি.।

9. মহীঢালৰ গভীৰতা—

(a) ২০০০ মিঃ।

(b) ৩০০০ মিঃ।

(c) ৪৫০০ মিঃ।

(d) ৪০০০ মিঃ।

উত্তৰঃ (a) ২০০০ মিঃ।

10. পৃথিৱীৰ গভীৰতম খাত—

(a) মেৰিয়ান খাত।

(b) ৰোমান্স খাত।

(c) চুমেৰিয় খাত।

(d) ছুণ্ডা খাত।

উত্তৰঃ (a) মেৰিয়ান খাত।

11. মেৰিয়ান খাতৰ গভীৰতা—

(a) ১১০১২ মিঃ।

(b) ১১০১১ মিঃ।

(c) ১১০২২ মিঃ।

(d) ১১০২১ মিঃ।

উত্তৰঃ (c) ১১০২২ মিঃ।

12. উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ 

(a) কিলিমানজাৰো শৃংগ।

(b) মেকিনলে শৃংগ।

(c) পামিৰ গ্ৰন্থি।

(d) তিব্বত মালভূমি।

উত্তৰঃ (b) মেকিনলে শৃংগ।

13. কোনখন মহাদেশৰ আকৃতি এটা ওভোতা ত্ৰিভুজৰ দৰে

(a) এছিয়া।

(b) আফ্রিকা।

(c) দক্ষিণ আমেৰিকা।

(d) ইউৰোপ।

উত্তৰঃ (c) দক্ষিণ আমেৰিকা।

14. পৃথিৱীৰ দীৰ্ঘতম নদী—

(a) নীল নদী।

(b) ইয়াংছিকিয়াং। 

(c) কংগো।

(d) লেগী।

উত্তৰঃ (a) নীল নদী।

15. পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ—

(a) ৰাছিয়া।

(b) এছিয়া।

(c) কানাডা।

(d) ব্রাজিল।

উত্তৰঃ (c) কানাডা।

16. পৃথিৱীৰ সৰ্ব্বমুঠ দেশ

(a) ৩৯৮

(b) ১৯৭

(c) ২৮৮

(d) ২০৮

উত্তৰঃ (b) ১৯৭

17. দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ হ্রদ— 

(a) টিটিকাকা।

(b) বৈকাল।

(c) ইউৰাইল।

(d) গ্রেট’বিয়াৰ।

উত্তৰঃ (a) টিটিকাকা।

18. কোনখন মালভূমি ‘পৃথিৱীৰ মুধচ’ হিচাপে জনাজাত—

(a) আর্মেনিয়া মালভূমি।

(b) পামিৰ মালভূমি।

(c) এনাতলীয়া মালভূমি। 

(d) কুৰদিস্তান মালভূমি।

উত্তৰঃ (b) পামিৰ মালভূমি।

19. এছিয়া মহাদেশৰ মাটিকালি হ’ল—

(a) ৬৪.২ নিযুত বর্গ কি.মি.।

(b) ২৪.২ নিযুত বর্গ কি.মি.।

(c) ৪৪.২ নিযুত বর্গ কি.মি.।

(d) ৫৪.২ নিযুত বর্গ কি.মি.।

উত্তৰঃ (c) ৪৪.২ নিযুত বর্গ কি.মি.।

20. পৃথিবীৰ দীৰ্ঘতম পর্বতশ্রেণীটো হ’ল— 

(a) হিমালয় পর্বতমালা।

(b) এণ্ডিজ পর্বতমালা।

(c) ৰ’কি পর্বতমালা।

(d) ইউৰাল পর্বতমালা।

উত্তৰঃ (b) এণ্ডিজ পর্বতমালা।

21. পৃথিৱীৰ মহাদেশৰ সংখ্যা— 

(a) ৭

(b) ৫

(d) ৯

(c) ৬

উত্তৰঃ (a) ৭

22. পৃথিৱীৰ মহাসাগৰৰ সংখ্যা—

(a) ৭ 

(b) ৫ 

(c) ৬

(d) ৪

উত্তৰঃ (b) ৫

23. ৰ’কি পাৰ্বত্য অঞ্চল তলৰ কোনখন মহাদেশত আছে—

(a) এছিয়া।

(b) ইউৰোপ।

(c) আফ্রিকা।

(d) উত্তৰ আমেৰিকা।

উত্তৰঃ (d) উত্তৰ আমেৰিকা।

24. আটাকামা উষ্ণ মৰুভূমি তলৰ কোনখন মহাদেশত অৱস্থিত—

(a) ইউৰোপ।

(b) দক্ষিণ আমেৰিকা।

(c) আফ্রিকা।

(d) এছিয়া।

উত্তৰঃ (b) দক্ষিণ আমেৰিকা।

25. পাটাগ’নিয়া হ’ল—

(a) উষ্ণ মৰুভূমি।

(b) নদী।

(c) পর্বতমালা।

(d) নাতিশীতোষ্ণ মৰুভূমি।

উত্তৰঃ (d) নাতিশীতোষ্ণ মৰুভূমি।

Short Question Answer

1. পৃথিৱীৰ উপৰিভাগৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ৫১০ মিলিয়ন বর্গ কিঃমিঃ।

2. পৃথিৱীৰ মুঠ কিমান শতাংশ মাটিয়ে আগুৰি আছে? 

উত্তৰঃ ২৯%। 

3. পৃথিৱীৰ মুঠ কিমান শতাংশ পানীয়ে আগুৰি আছে?

উত্তৰঃ ৭১%।

4. অকল মানুহৰ বসতি থকা গ্ৰহটোৰ নাম লিখা।

উত্তৰঃ পৃথিৱী।

5. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম লিখা। 

উত্তৰঃ এচিয়া। 

6. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম লিখা। 

উত্তৰঃ প্ৰশান্ত মহাসাগৰ। 

7. ২০১৫ চনৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান? 

উত্তৰঃ ৭৩০ কোটি বা ৭.৩ মহানিযুত। 

8. পেঞ্জিয়া কাক বোলে? 

উত্তৰঃ পৃথিৱীৰ স্থলমণ্ডলৰ আদি অৱস্থাটোকেই পেঞ্জিয়া বোলে। 

9. পেঞ্জিয়াৰ উত্তৰ অংশটোক কি বুলি কোৱা হয়? 

উত্তৰঃ আঙ্গাৰলেণ্ড বা লৰেচিয়া। 

10. পেঞ্জিয়াৰ দক্ষিণ অংশটোক কি বুলি কোৱা হৈছিল? 

উত্তৰঃ গণ্ডোৱানালেণ্ড। 

11. পান্থালাছা কি?

উত্তৰঃ পৃথিৱীৰ জলমণ্ডলৰ আদি অৱস্থাটোকেই পান্থালাছা বোলা হয়। 

12. জলমণ্ডল কাক বোলে? 

উত্তৰঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বোলা হয়। 

13. স্থলমণ্ডল কাক বোলে? 

উত্তৰঃ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল বোলে। 

14. স্থলমণ্ডলৰ প্ৰথম অংশটো কেনেকৈ গঠিত হৈছিল? 

উত্তৰঃ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত। 

15. স্থলমণ্ডলৰ দ্বিতীয় অংশটো কেনেকৈ গঠিত? 

উত্তৰঃ স্থলমণ্ডলৰ দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। 

16. স্থলমণ্ডলৰ তৃতীয় অংশটো কেনেকৈ গঠিত? 

উত্তৰঃ স্থলমণ্ডলৰ তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহুটো দ্বীপ লগ লাগি সৃষ্টি হোৱা ওচেনিয়া মহাদেশেৰে গঠিত। 

17. টেথিছ সাগৰ কি? 

উত্তৰঃ টেথিছ সাগৰ হ’ল পেঞ্জিয়াৰ সোঁ-মাজেৰে পূবা- পশিচমাকৈ ফাট মেলি সৃষ্টি হোৱা এটা সংকীৰ্ণ আৰু দীঘল সাগৰ। 

18. প্রশান্ত মহাসাগৰ ক’ত অৱস্থিত?

উত্তৰঃ এচিয়া আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত।

19. আটলান্টিক মহাসাগৰ ক’ত অবস্থিত?

উত্তৰঃ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকাৰ মাজত অৱস্থিত। 

20. ভাৰত মহাসাগৰ ক’ত অৱস্থিত?

উত্তৰঃ ভাৰত মহাসাগৰ দক্ষিণ এছিয়া, পূব আফ্ৰিকা আৰু পশ্চিম ওচেনিয়াৰ মাজত অৱস্থিত। 

21. উত্তৰ মহাসাগৰ ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ মহাসাগৰ উত্তৰ মেৰুত অৱস্থিত। 

22. দক্ষিণ মহাসাগৰ ক’ত অৱস্থিত? 

উত্তৰঃ দক্ষিণ মহাসাগৰ দক্ষিণ মেৰুত অৱস্থিত।

23. পৃথিৱীৰ মুঠ স্থলভাগৰ অধিকাংশই ক’ত অৱস্থিত? 

উত্তৰঃ উত্তৰ গোলাৰ্ধত অৱস্থিত।

24. পৃথিৱীৰ মুঠ জলভাগৰ অধিকাংশই ক’ত অৱস্থিত? 

উত্তৰঃ দক্ষিণ গোলার্ধত অৱস্থিত। 

25. দক্ষিণ মহাসাগৰ কোনটো গোলাৰ্ধত অৱস্থিত? 

উত্তৰঃ দক্ষিণ গোলাৰ্ধত।

26. উত্তৰ মহাসাগৰ কোনটো গোলাৰ্ধত অৱস্থিত? 

উত্তৰঃ উত্তৰ গোলাৰ্ধত। 

27. গড় হিচাপত মহাসাগৰৰ গভীৰতা কিমান?

উত্তৰঃ ৪০০০ মিটাৰ। 

28. মহীসোপান কি? 

উত্তৰঃ উপকূলৰ চাৰিওফালে থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে। 

29. মহীঢাল কাক বোলে?

উত্তৰঃ মহীসোপানৰ পিচৰ যথেষ্ট গভীৰ (প্ৰায় ২০০০ মিঃ পর্যন্ত) অংশটোক মহীঢাল বোলে। 

30. পৃথিৱীৰ আটাইতকৈ দ-সামুদ্রিক খাত কোনটো আৰু ইয়াৰ গভীৰতা কিমান? 

উত্তৰঃ মেৰিয়ান বা চেলেঞ্জাৰ খাত। ইয়াৰ গভীৰতা ১১,০২২ মিটাৰ।

31. পশ্চিম পামিৰ গ্ৰন্থিলৈ বিয়পি থকা ভাৰতৰ দুখন পর্বতমালাৰ নাম লিখা। 

উত্তৰঃ চুলেইমান আৰু হিন্দুকুশ। 

32. এছিয়া মহাদেশৰ মাটিকালি আৰু জনসংখ্যা কিমান?

উত্তৰঃ মাটিকালি— ৪৪.৬ নিযুত বর্গ কিঃমিঃ জনসংখ্যা— ৪৩০ কোটি।

PACIFIC OCEAN

33. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?

উত্তৰঃ প্ৰশান্ত মহাসাগৰ।

34. প্রশান্ত মহাসাগৰৰ মাটি কালি কিমান? 

উত্তৰঃ ১৬৫ নিযুত বৰ্গ কিঃমিঃ।

35. প্রশান্ত মহাসাগৰে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? 

উত্তৰঃ এক তৃতীয়াংশ।

36. প্রশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? 

উত্তৰঃ ৫০০০ মিটাৰ। 

37. প্রশান্ত মহাসাগৰক কিমান দ্বীপ আছে?

উত্তৰঃ প্ৰায় ২০,০০০ সৰু বৰ সামুদ্রিক দ্বীপ আছে। 

ATLANTIC OCEAN

38. পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাসাগৰ কোনখন?

উত্তৰঃ আটলাণ্টিক মহাসাগৰ। 

39. আটলান্টিক মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ প্ৰায় ৮২ নিযুত বর্গ কিঃমিঃ। 

40. পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান অংশ আটলান্টিক মহাসাগৰে আগুৰি আছে? 

উত্তৰঃ প্ৰায় এক ষষ্ঠাংশ। 

41. আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা?

উত্তৰঃ ইংৰাজী ‘S’ আখৰটোৰ দৰে।

42. আটলান্টিক মহাসাগৰৰ গড় গভীৰতা কিমান? 

উত্তৰঃ প্ৰায় ৩০০০ মিটাৰ। 

43. আটলান্টিক মহাসাগৰৰ সোঁমাজেৰে থকা শৈলশিৰাটোৰ নাম কি? 

উত্তৰঃ মধ্য আটলাণ্টিক শৈলশিৰা। 

INDIAN OCEAN

44. পৃথিৱীৰ তৃতীয় বৃহৎ মহাসাগৰখনৰ নাম কি? 

উত্তৰঃ ভাৰত মহাসাগৰ। 

45. ভাৰত মহাসাগৰৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ প্ৰায় ৭৩ নিযুত বর্গ কিঃমিঃ।

46. ভাৰত মহাসাগৰৰ বিস্তৃতি কিমান? 

উত্তৰঃ প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কম। 

47. ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান? 

উত্তৰঃ প্ৰায় ৪০০০ মিটাৰ। 

SOUTHERN OCEAN 

48. পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰ কোনখন? 

উত্তৰঃ দক্ষিণ মহাসাগৰ। 

49. দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ প্ৰায় ২০ নিযুত বর্গ কিঃমিঃ।

50. দক্ষিণ মহাসাগৰ ক’ত অৱস্থিত? 

উত্তৰঃ দক্ষিণ মহাসাগৰ ৪০° দক্ষিণ অক্ষাংশৰ দক্ষিণে বিস্তৃত। 

51. দক্ষিণ মহাসাগৰ কোনকেইখন মহাসাগৰৰ বর্ধিতাংশ?

উত্তৰঃ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিতাংশ। 

52. দক্ষিণ মহাসাগৰ বছৰটোৰ বেছিভাগ সময় বৰফেৰে কিয় ঢাক খাই থাকে? 

উত্তৰঃ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত বাবে।

ARCTIC OCEAN

53. পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? 

উত্তৰঃ উত্তৰ মহাসাগৰ। 

54. উত্তৰ মহাসাগৰৰ মাটিকালি কিমান? 

উত্তৰঃ প্ৰায় ১৪ নিযুত বর্গ কিঃমিঃ।

55. উত্তৰ মহাসাগৰৰ আকৃতি কেনেকুৱা? 

উত্তৰঃ উত্তৰ মহাসাগৰৰ আকৃতি ঘূৰণীয়া। 

56. উত্তৰ মহাসাগৰৰ আকাৰ ভাৰত মহাসাগৰৰ কিমান অংশ? 

উত্তৰঃ প্ৰায় এক পঞ্চমাংশ।

57. উত্তৰ মহাসাগৰৰ আকৃতি কিয় ঘূৰণীয়া? 

উত্তৰঃ উত্তৰ মহাসাগৰৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকাৰ ঘূৰণীয়া। 

58. উত্তৰ মহাসাগৰৰ গড় গভীৰতা কিমান? 

উত্তৰঃ প্ৰায় ৩৫০০ মিটাৰ। 

59. উত্তৰ মহাসাগৰ বছৰটোৰ বেছিভাগ সময়েই কিয় বৰফেৰে আবৃত হৈ থাকে? 

উত্তৰঃ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে। 

60. উত্তৰ মহাসাগৰক কোনকেইখন মহাদেশে আবৰি আছে?

উত্তৰঃ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই। 

CONTINENTS

61. পৃথিৱীৰ মুঠ স্থলমণ্ডলৰ কিমান অংশ উত্তৰ গোলার্ধত আছে? 

উত্তৰঃ প্ৰায় ৬৭% 

62. ইউৰোপ আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?

উত্তৰঃ ভূমধ্য সাগৰে। 

63. উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ সীমা নিৰ্ধাৰণ কৰা যোজকটোৰ নাম কি? 

উত্তৰঃ পানামা যোজক। 

ASIA

64. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? 

উত্তৰঃ এছিয়া মহাদেশ। 

65. এছিয়া মহাদেশে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান অংশ আগুৰি আছে? 

উত্তৰঃ প্ৰায় ৩০ শতাংশ।

66. এছিয়া মহাদেশ ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ গোলাৰ্ধত। 

67. এছিয়া মহাদেশত কিমানখন দেশ আছে?

উত্তৰঃ ৫১ খন।

68. পৃথিৱীৰ আটাইতকৈ উচ্চ শৃংগ কোনটো? 

উত্তৰঃ এভাৰেষ্ট শৃংগ। 

69. পৃথিৱীৰ দ্বিতীয় উচ্চ শৃংগ কোনটো?

উত্তৰঃ গড উইন অষ্টিন বা Mount K₂।

70. গোবি মৰুভূমি ক’ত অবস্থিত? 

উত্তৰঃ এছিয়া মহাদেশত। 

EUROPE

71. ইউৰোপ মহাদেশ ক’ত অৱস্থিত? 

উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ-পশ্চিম সীমাত অৱস্থিত। 

72. ইউৰোপ মহাদেশখন কোনটো গোলাৰ্ধৰ অন্তর্গত? 

উত্তৰঃ উত্তৰ গোলাৰ্ধৰ। 

73. ইউৰোপ মহাদেশৰ মাটিকালি কিমান? 

উত্তৰঃ ১০.৯ নিযুত বর্গ কিঃমিঃ।

74. ২০১৪ চনৰ তথ্য মতে ইউৰোপ মহাদেশৰ জনসংখ্যা কিমান? 

উত্তৰঃ ৭৪ কোটি। 

75. ইউৰোপ মহাদেশত কেইখন দেশ আছে?

উত্তৰঃ মুঠ ৪৪ খন দেশ আছে। 

76. ইউৰোপৰ ওখ ঠাই কি? 

উত্তৰঃ ককেছাছ পর্বত শ্ৰেণীৰ অন্তৰ্গত ‘মাউন্ট এলব্রাছ’ শৃংগ। 

77. আল্পছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি? 

উত্তৰঃ ‘মাউন্ট ব্লেংক’ শৃংগ। 

AFRICA

78. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখন কি? 

উত্তৰঃ আফ্রিকা মহাদেশ। 

79. আফ্ৰিকা মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ প্ৰায় ৩০ নিযুত বর্গ কিঃমিঃ।

80. আফ্রিকা মহাদেশে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰ‍ঃ ২০ শতাংশ। 

81. ২০১৪ চনৰ তথ্য মতে আফ্ৰিকাৰ জনসংখ্যা কিমান। 

উত্তৰঃ ১১ কোটি। 

82. আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? 

উত্তৰঃ আলজেৰিয়া। 

83. আলজেৰিয়াৰ মাটিকালি কিমান? 

উত্তৰঃ ২.৪ নিযুত বৰ্গ কিঃমিঃ।

84. আফ্রিকা মহাদেশত কিমানখন দেশ আছে?

উত্তৰঃ ৫৩ খন। 

85. আফ্ৰিকাৰ আটাইতকৈ ওখ ঠাইখনৰ নাম কি?

উত্তৰঃ কিলিমাঞ্জাৰো। 

86. আফ্রিকা মহাদেশৰ আটাইতকৈ দীঘল নদীটোৰ নাম কি? 

উত্তৰঃ নীল নদী। ই পৃথিৱীৰ ভিৰততে আটাইতকৈ দীঘল নদী। 

87. আফ্রিকা মহাদেশত থকা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? 

উত্তৰঃ চাহাৰা মৰুভূমি।

NORTH AMERICA

৪৪. পৃথিৱীৰ তৃতীয় বৃহৎ মহাদেশখনৰ নাম কি? 

উত্তৰঃ উত্তৰ আমেৰিকা। 

89. উত্তৰ আমেৰিকা মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ ২৪.৩ নিযুত বর্গ কিঃমিঃ।

90. উত্তৰ আমেৰিকাই পৃথিৱীৰ স্থলভাগৰ কিমান অংশ আগুৰি আছে? 

উত্তৰঃ ১৬.৩ শতাংশ। 

91. উত্তৰ আমেৰিকা মহাদেশখনক কিয় উত্তৰ আমেৰিকা বোলা হয়?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশক উত্তৰ আমেৰিকা বোলা হয় কাৰণ ই উত্তৰ গোলাৰ্ধত অৱস্থিত লগতে ই দক্ষিণ আমেৰিকাৰ উত্তৰত অৱস্থিত। 

92. উত্তৰ আমেৰিকাত কেইখন দেশ আছে? 

উত্তৰঃ ২৩ খন। 

93. কানাডা কোনখন মহাদেশত আছে? 

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশত।

94. পৃথিৱীৰ দ্বিতীয় বৃহৎ দেশ কোনখন?

উত্তৰঃ কানাডা।

95. উত্তৰ আমেৰিকাৰ আটাইতকৈ বৃহৎ দেশখনৰ নাম কি? 

উত্তৰঃ কানাডা।

96. ২০১৪ চনৰ তথ্য মতে উত্তৰ আমেৰিকাৰ জনসংখ্যা কিমান।

উত্তৰঃ ৫৬৫ নিযুত। 

97. উত্তৰ আমেৰিকাৰ আটাইতকৈ উচ্চ ঠাইখন কি? 

উত্তৰঃ মেককিনলে শৃংগ। 

98. উত্তৰ আমেৰিকাৰ নিম্নতম ঠাই কি? 

উত্তৰঃ ডেথ ভেলী। 

99. উত্তৰ আমেৰিকাৰ প্ৰধান মৰুভূমিখনৰ নাম কি? 

উত্তৰঃ কোলোৰাডো মৰুভূমি। 

SOUTH AMERICA

100. দক্ষিণ আমেৰিকা ক’ত অৱস্থিত? 

উত্তৰঃ উত্তৰ আমেৰিকাৰ দক্ষিণত দক্ষিণ আমেৰিকা অৱস্থিত। 

101. দক্ষিণ আফ্রিকা মহাদেশৰ আকৃতি কেনেকুৱা? 

উত্তৰঃ ওলোটা ত্ৰিভুজটোৰ দৰে। 

102. দক্ষিণ আমেৰিকা মহাদেশৰ মাটিকালি কিমান? 

উত্তৰঃ ১৮ নিযুত বৰ্গ কিঃমিঃ।

103. দক্ষিণ আমেৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান অংশ আগুৰি আছে? 

উত্তৰঃ ১১.৯ শতাংশ।

104. দক্ষিণ আমেৰিকা মহাদেশত থকা দেশৰ সংখ্যা কিমান? 

উত্তৰঃ ১২ খন। 

105. দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? 

উত্তৰঃ ব্রাজিল।

106. পৃথিৱীৰ পঞ্চম বৃহৎ দেশখনৰ নাম কি?

 উত্তৰঃ ব্রাজিল। 

107. ২০১৪ চনৰ তথ্য মতে দক্ষিণ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ প্ৰায় ৪০৭ নিযুত।

108. পৃথিৱীৰ আটাইতকৈ দীঘল পর্বতমালাৰ নাম লিখা। 

উত্তৰঃ এণ্ডিজ পর্বতমালা। 

123. কোন দুখন নদীয়ে অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূৱ অংশত বৃহৎ সমতল ভূমিৰ সৃষ্টি কৰিছে? 

উত্তৰঃ মুৰি আৰু ডার্লিং নদীয়ে।

COUNTRIES OF THE WORLD

124. পৃথিৱীত মুঠ কিমানখন দেশ আছে?

উত্তৰঃ ১৯৭ খন দেশ আছে।

125. জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ জনবহুল দেশ কোনখন?

উত্তৰঃ চীন। 

126. জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ দেশ কোনখন?

উত্তৰঃ ভেটিকান চিটি। 

127. মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম দেশ কোনখন?  

উত্তৰঃ ৰাচিয়া। 

128. মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ ক্ষুদ্রতম দেশ কোনখন? 

উত্তৰঃ ভেটিকান চিটি।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। পৃথিৱীৰ মুঠ মাটিকালি-

(ক) প্রায় ২১০ নিযুত বর্গ কি.মি.।

(খ) প্রায় ৩৬১ নিযুত বর্গ কি.মি.।

(গ) প্রায় ৪১০ নিযুত বর্গ কি.মি.।

(ঘ) প্রায় ৫১০ নিযুত বর্গ কি.মি.।

উত্তৰঃ (ঘ) প্রায় ৫১০ নিযুত বর্গ কি.মি.।

২। মহীঢালৰ গভীৰতা-

(ক) ১০০ ফেডম।

(খ) ১০০ – ২০০০ ফেডম।

(গ) ৩০০০ ফেডম।

(ঘ) ২০০ – ৩০০০ ফেডম।

উত্তৰঃ (খ) ১০০ – ২০০০ ফেডম। 

৩। পৃথিৱীৰ গভীৰ্তম খাত—

(ক) মেৰিয়ান খাত।

(খ) ৰোমন্স খাত।

(গ) চুমেৰিয় খাত।

(ঘ) চুঙা খাত।

উত্তৰঃ (ক) মেৰিয়ান খাত।

৪। মেৰিয়ান খাতৰ গভীৰতা—

(ক) ১১০১২ মি.।

(খ) ১১০১১ মি.।

(গ) ১১০২২ মি.।

(ঘ) ১১০২১ মি.।

উত্তৰঃ (গ) ১১০২২ মিটাৰ।

৫। উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগ-

(ক) কিলিমানজাৰো শৃংগ।

(খ) মেকিনলে শৃংগ।

(গ) পামিৰ গ্ৰন্থি।

(ঘ) তিব্বত মালভূমি।

উত্তৰঃ (খ) মেকিনলে শৃংগ।

৬। কোনখন মহাদেশৰ আকৃতি এটা ওভোতা ত্ৰিভুজৰ দৰে—

(ক) এছিয়া।

(খ) আফ্রিকা।

(গ) দক্ষিণ আমেৰিকা।

(ঘ) এছিয়া।

উত্তৰঃ (গ) দক্ষিণ আমেৰিকা।

৭। আফ্রিকা মহাদেশৰ বৃহত্তম নদী—

(ক) নীল নদী।

(খ) ইম্মাংছিকিয়াং।

(গ) কংগো।

(ঘ) লেগী।

উত্তৰঃ (ক) নীল নদী।

৮। পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ-

(ক) ৰাছিয়া।

(খ) এছিয়া।

(গ) কানাডা।

(ঘ) ব্রাজিল।

উত্তৰঃ (গ) কানাডা।

৯। পৃথিৱীৰ সৰ্ব্বমুঠ দেশ-

(ক) ৩৯৮ খন।

(খ) ১৯৮ খন।

(গ) ২৮৮ খন।

(ঘ) ২০৮ খন।

উত্তৰঃ (খ) ১৯৮ খন।

১০। দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎহ্রদ–

(ক) টিটিকাকা।

(খ) বৈকাল।

(গ) ইউৰাইল।

(ঘ) গ্রেট বিয়াৰ।

উত্তৰঃ (ক) টিটিকাকা।

১১। কোনখন মালভূমি ‘পৃথিৱীৰ মুধচ’ হিচাপে জনাজাত-

(ক) আর্মেনিয়া মালভূমি।

(খ) পামিৰ মালভূমি।

(গ) এনাতলীয়া মালভূমি।

(ঘ) কুৰদিস্তান মালভূমি।

উত্তৰঃ (খ) পামিল মালভূমি।

১২। এছিয়া মহাদেশৰ মাটিকালি হ’ল-

(ক) ৬৪.২ নিযুত বর্গ কি.মি.।

(খ) ২৪.২ নিযুত বর্গ কি.মি.।

(গ) ৪৪.২ নিযুত বর্গ কি.মি.।

(ঘ) ৫৪.২ নিযুত বর্গ কি.মি.।

উত্তৰঃ (গ) ৪৪.২ নিযুত বর্গ কি.মি.।

১৩। এছিয়া মহাদেশৰ তলত উল্লিখিত নদীসমূহৰ অন্তৰ্বাহী নদীখন হ’ল-

(ক) আমুৰ।

(খ) টাইগ্রিছ।

(গ) মেকং।

(ঘ) হেলমাগু।

উত্তৰঃ (ঘ) হেলমাণ্ড।

১৪। উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ প্ৰধান নদী বিলাকৰ এখন হৈছে—

(ক) হোৱাংহো।

(খ) উৰাল।

(গ) য়েনিছি।

(ঘ) মেকং।

উত্তৰঃ (গ) য়েনেছি।

১৫। এছিয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ লোক বাস কৰে-

(ক) ভূমধ্যসাগৰীয় অঞ্চলত।

(খ) মাঞ্চুৰীয় অঞ্চলত।

(গ) মৌচুমী অঞ্চলত।

(ঘ) নিৰক্ষীয় অঞ্চলত।

উত্তৰঃ (গ) মৌচুমী অঞ্চলত।

১৬। পৃথিৱীৰ দীৰ্ঘতম পর্বতশ্রেণীটো হ’ল-

(ক) হিমালয় পর্বতমালা।

(খ) এণ্ডিজ পর্বতমালা।

(গ) ৰ’কি পর্বতমালা।

(ঘ) ইউৰাল পর্বতমালা।

উত্তৰঃ (খ) এণ্ডিজ পর্বতমালা।

১৭। তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম?

(ক) ভাৰত মহাসাগৰ।

(খ) প্রশান্ত মহাসাগৰ।

(গ) আটলান্টিক মহাসাগৰ।

(ঘ) দক্ষিণ মহাসাগৰ।

উত্তৰঃ (খ) প্রশান্ত মহাসাগৰ।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। পৃথিৱীৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ প্রায় ৫২০ নিযুত বর্গ কিলোমিটাৰ।

প্রশ্ন ২। ২০১৫ বৰ্ষৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ ৭৩০ কোটি বা ৭.৩ মহানিযুত।

প্রশ্ন ৩। গড়হিচাপে মহাসাগৰৰ গভীৰতা কিমান?

উত্তৰঃ ৪ হাজাৰ মিটাৰ৷

প্রশ্ন ৪। প্রশান্ত মহাসাগৰ কিমানটা সামুদ্রিক দ্বীপ আছে?

উত্তৰঃ ২০ হাজাৰ টা।

প্রশ্ন ৫। প্রশান্ত মহাসাগৰৰ দুটা দ্বীপৰ নাম লিখা।

উত্তৰঃ (ক) জাপান।

(খ) টাইৱান।

(গ) ফিলিপাইন। আৰু 

(ঘ) নিউজিলেণ্ড।

প্রশ্ন ৬। প্রশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম কি?

উত্তৰঃ মেৰিয়ানা বা চেলেঞ্জাৰ খাত।

প্রশ্ন ৭। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি আৰু ইয়াৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ আটলান্টিক মহাসাগৰ। ইয়াৰ প্ৰায় ৮২ নিযুত বর্গ কিলোমিটাৰ মুঠ মাটিকালি।

প্রশ্ন ৮। এছিয়া মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ ৪৪.৬ নিযুত বর্গ কি.মি.।

প্রশ্ন ৯। দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ প্রায় ২০ নিযুত বর্গ কি. মি.।

প্রশ্ন ১০। ভাৰত মহাসাগৰৰ গভীৰতা কিমান?

উত্তৰঃ প্রায় ৪০০০ মিটাৰ।

প্রশ্ন ১১। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশৰ নাম কি?

উত্তৰঃ আফ্রিকা মহাদেশ।

প্রশ্ন ১২। দক্ষিণ আমেৰিকা মহাদেশত কিমানখন দেশ আছে?

উত্তৰঃ ১২ খন।

প্রশ্ন ১৩। বিশ্বৰ পঞ্চম বৃহত্তম দেশখনৰ নাম কি?

উত্তৰঃ ব্রাজিল।

প্রশ্ন ১৪। দক্ষিণ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ ২০১৪ চনৰ লোকপিয়ল মতে জনসংখ্যা ৪০৭ নিযুত।

প্রশ্ন ১৫। পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি?

উত্তৰঃ এণ্ডিজ (প্রায় ৮০০০ কি.মি.)।

প্রশ্ন ১৬। দক্ষিণ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি?

উত্তৰঃ একান্কাগুৱা (৭০২০ মিটাৰ)।

প্রশ্ন ১৭। পৃথিৱীৰ উচ্চতম স্থানত থকা হ্ৰদটোৰ নাম কি আৰু ই ক’ত আছে?

উত্তৰঃ টিটিকাকাত আৰু দক্ষিণ আমেৰিকা মহাদেশত আছে।

প্রশ্ন ১৮। পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশৰ নাম কি?

উত্তৰঃ অষ্ট্রেলিয়া।

প্রশ্ন ১৯। ওছেনিয়া মহাদেশত কিমানখন দেশ আছে?

উত্তৰঃ ১৪ খন।

প্রশ্ন ২০। ওছেনিয়া মহাদেশৰ জনসংখ্যা কিমান?

উত্তৰঃ ২০১৪ চনৰ লোকপিয়ল মতে জনসংখ্যা ৩৮ নিযুত।

প্রশ্ন ২১। পৃথিৱীৰ ক্ষুদ্রতম মহাদেশখনৰ নাম কি?

উত্তৰঃ ওছেনিয়া মহাদেশ।

প্রশ্ন ২২। ওছেনিয়া মহাদেশৰ এটা প্রাচীন মালভূমিৰ নাম কি?

উত্তৰঃ অষ্ট্রেলিয়া।

প্রশ্ন ২৩। ওছেনিয়া মহাদেশৰ এখন বৃহত্তম দেশৰ নাম কি? 

উত্তৰঃ অষ্ট্রেলিয়া।

প্রশ্ন ২৪। পৃথিৱীৰ সৰ্বমুঠ কিমানখন দেশ আছে?

উত্তৰঃ ১৯৭ খন।

প্রশ্ন ২৫। এছিয়া মহাদেশৰ কোনটো জলবায়ু অঞ্চল আটাইতকৈ উন্নত?

উত্তৰঃ এছিয়া মহাদেশৰ মৌচুমী জলবায়ু অঞ্চলটো আটাইতকৈ উন্নত হয়।

প্রশ্ন ২৬। টাইগা জলবায়ু অঞ্চলৰ উদ্ভিদ শ্রেণী কি?

উত্তৰঃ টাইগা জলবায়ু অঞ্চলৰ উদ্ভিদ শ্রেণী হ’ল সৰলবৰ্গীয় উদ্ভিদ।

প্রশ্ন ২৭। এছিয়া মহাদেশৰ কোন অংশত ক্ৰান্তীয় উষ্ণ মৰু জলবায়ু বিৰাজ কৰে?

উত্তৰঃ এছিয়া মহাদেশৰ দক্ষিণ পশ্চিম এছিয়াৰ লুহিত সাগৰৰ পৰা ভাৰতবৰ্ষৰ থৰ মৰুভূমি, আফগানিস্তান, দক্ষিণ ইৰাণ আৰু আৰব ভূ-ভাগত ক্রান্তীয় উষ্ণ মৰু জলবায়ু বিৰাজ কৰে।

প্রশ্ন ২৮। এছিয়া মহাদেশে পৃথিৱীৰ ভূ-পৃষ্ঠৰ কিমান অংশ সামৰি লৈছে?

উত্তৰঃ এক-তৃতীয়াংশ।

প্রশ্ন ২৯। কোন ডাল কাল্পনিক দ্রাঘিমাৰেখা এছিয়াৰ সোঁমাজেৰে পাৰহৈ গৈছে?

উত্তৰঃ ৯৯° পূব কাল্পনিক দ্রাঘিমাৰেখা ডাল।

প্রশ্ন ৩০। পৃথিৱীৰ সৰ্বোচ্চ মালভূমিটোৰ নাম কি আৰু ইয়াৰ গড় উচ্চতা কিমান?

উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ মালভূমিটোৰ নাম হ’ল পামিৰ মালভূমি। ইয়াৰ গড় উচ্চতা ৩,৬০০ মিটাৰ।

প্রশ্ন ৩১। পামিৰ গ্ৰন্থিৰ পৰা পশ্চিমে প্ৰসাৰিত হৈ থকা এছিয়াৰ দুখন পৰ্বতমালাৰ নাম লিখা।

উত্তৰঃ চুলাইমাল আৰু হিন্দুকুশ পর্বতমালা।

প্রশ্ন ৩২। পামিৰ গ্ৰন্থিৰ পৰা পূব দিশে প্ৰসাৰিত হোৱা পৰ্বতমালা কেইখনমানৰ নাম লিখা।

উত্তৰঃ টিয়েন ছান, কুৱেনলুণ, নানছান, আলটিনত্যাগ, কাৰাকোৰম আৰু হিমালয়।

প্রশ্ন ৩৩। পৃথিৱীৰ উচ্চতম পর্বতমালাৰ নাম কি?

উত্তৰঃ হিমালয় পর্বতমালা।

প্রশ্ন ৩৪। আর্মেনিয়া মালভূমি ক’ত অৱস্থিত?

উত্তৰঃ কাস্পিয়ান হ্রদ আৰু কৃষ্ণ সাগৰৰ মাজত আর্মেনিয়া মালভূমি অৱস্থিত।

প্রশ্ন ৩৫। ‘পৃথিৱীৰ মুধচ’ কাক বোলে?

উত্তৰঃ ভাৰতৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত পৃথিৱীৰ সৰ্বোচ্চ মালভূমি পামিৰ মালভূমিক পৃথিৱীৰ মুধচ বুলি কোৱা হয়।

প্রশ্ন ৩৬। পামিৰ গ্ৰন্থি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ মালভূমি পামিৰ মালভূমিতে মধ্য এছিয়াৰ প্ৰায়বোৰ পৰ্বতমালা মিলিত হৈছে। সেয়েহে পামিৰ মালভূমিক পামিৰ গ্ৰন্থি বুলি কোৱা হয়।

প্রশ্ন ৩৭। আর্মেনিয়ান গ্রন্থি কাক বোলে?

উত্তৰঃ আর্মেনিয়া মালভূমিত দক্ষিণ-পূব, দক্ষিণ আৰু পশ্চিম দিশৰ পৰা প্ৰসাৰিত হোৱা কেইবাটাও পর্বতমালা লগ লাগি এটা গ্ৰন্থিৰ সৃষ্টি কৰিছে। সেয়েহে ইয়াক আর্মেনিয়া গ্ৰন্থি বুলি কোৱা হয়।

প্রশ্ন ৩৮। এছিয়া মহাদেশৰ উপকূলৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ এছিয়া মহাদেশৰ উপকূলৰ দৈৰ্ঘ্য ৫৮,০০০ কি.মি.।

প্রশ্ন ৩৯৷ এছিয়া মহাদেশৰ পূৰত থকা কেইটামান দ্বীপপুঞ্জৰ নাম লিখা।

উত্তৰঃ কিউৰাইল, জাপান, ৰিউকিউ।

প্রশ্ন ৪০। দক্ষিণ-পূব এছিয়াৰ উল্লেখযোগ্য দ্বীপপুঞ্জটোৰ নাম কি?

উত্তৰঃ ইন্দোনেছীয়া।

প্রশ্ন ৪১। পৃথিৱীৰ ভিতৰতে ডাঙৰ হ্ৰদটোৰ নাম কি?

উত্তৰঃ কাস্পিয়ান সাগৰ।

প্রশ্ন ৪২। ষ্টেপ কি?

উত্তৰঃ যিবিলাক অঞ্চলত জলবায়ুৰ বাবে বিস্তৃত ঘাঁহনি পোৱা যায় এনে ঘাঁহনি অঞ্চলকে ষ্টেপ বুলি জনা যায়।

প্রশ্ন ৪৩। পৃথিৱীৰ ভিতৰত আটাইতকৈ চেঁচা ঠাইখনৰ নাম কি?

উত্তৰঃ ভার্চুয়ানস্ক। ইয়াৰ উষ্ণতা জানুৱাৰী মাহত- ৫০° চেণ্টিগ্রেডলৈকে নামি যায়।

প্রশ্ন ৪৪। পৃথিৱীৰ মুঠ চৰণীয়া ভূমিৰ কিমান অংশ এছিয়া মহাদেশত আছে?

উত্তৰঃ প্রায় ২০ শতাংশ।

প্রশ্ন ৪৫। পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰত কোনখন মহাদেশত সর্বাধিক জলবিদ্যুৎ শক্তি সঞ্চিত হৈ আছে?

উত্তৰঃ আফ্রিকা মহাদেশত।

প্রশ্ন ৪৫। পৃথিৱীৰ মুঠ জলবিদ্যুৎ শক্তিৰ কিমান শতাংশ এছিয়া মহাদেশত আছে?

উত্তৰঃ ২৩ শতাংশ।

প্রশ্ন ৪৭। এছিয়া মহাদেশৰ কোনটো অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায়?

উত্তৰঃ বিষুৱীয় অঞ্চলত।

প্রশ্ন ৪৮। তৈল সম্পদত চহকী দুখন দেশৰ নাম লিখা।

উত্তৰঃ তৈল সম্পদত চহকী দুখন দেশৰ নাম হ’ল—

(ক) দক্ষিণ-পূব এছিয়াৰ ইন্দোনেছিয়া।

(খ) পূব এছিয়াৰ চীন।

প্রশ্ন ৪৯। এছিয়াৰ প্ৰধান লো উৎপাদনকাৰী দেশ তিনিখনৰ নাম লিখা।

উত্তৰঃ চীন, ভাৰত আৰু জাপান।

প্রশ্ন ৫০। ভাৰতৰ কোন কোন ঠাইত লো-আকৰ পোৱা যায়?

উত্তৰঃ ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ, কর্ণাটক আদি।

প্রশ্ন ৫১। লো উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান?

উত্তৰঃ পঞ্চম স্থান।

প্রশ্ন ৫২। এছিয়াৰ দুখন প্ৰদান কুঁহিয়াৰ উৎপাদনকাৰী দেশৰ নাম লিখা।

উত্তৰঃ ভাৰত আৰু চীন দেশ।

প্রশ্ন ৫৩। এছিয়াৰ তিনিখন প্রধান মৰাপাট উৎপাদনকাৰী দেশৰ নাম লিখা।

উত্তৰঃ দক্ষিণ-পূব এছিয়াৰ ভাৰত, বাংলাদেশ আৰু চীন প্রধান।

প্রশ্ন ৫৪। এছিয়াৰ কোন কোন ঠাইত মৰাপাট উৎপন্ন হয়?

উত্তৰঃ ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত।

প্রশ্ন ৫৫। এছিয়াৰ প্ৰধান কপাহ উৎপাদনকাৰী দেশকেইখনৰ নাম লিখা।

উত্তৰঃ চীন, ভাৰত আৰু পাকিস্তান।

প্রশ্ন ৫৬। পৃথিৱীৰ আটাইতকৈ বেছি কফি ক’ত উৎপন্ন হয়?

উত্তৰঃ চৌদি আৰব আৰু ইমেনৰ মৰু দ্যানত।

প্রশ্ন ৫৭। পৃথিৱীৰ ভিতৰত লো আৰু ইস্পাত উৎপাদনত জাপানৰ স্থান কি?

উত্তৰঃ দ্বিতীয়।

প্রশ্ন ৫৮। ৰেচম শিল্পত আগবঢ়া কেইখনমান দেশৰ নাম লিখা।

উত্তৰঃ জাপান, চীন, তুর্কী আৰু ভাৰত।

প্রশ্ন ৫৯৷ এছিয়াৰ ভিতৰত প্ৰথম স্থান লাভ কৰা চামৰাৰ উদ্যোগ ক’ত আছে।

উত্তৰঃ ভাৰতত।

প্রশ্ন ৬০ ৷ এছিয়াৰ কোন কোন ঠাইত কাগজ উৎপাদন কৰা হয়?

উত্তৰঃ জাপান, চীন, ইন্দোনেছিয়া, ভাৰত আৰু বাংলাদেশ।

প্রশ্ন ৬১। পৃথিৱীৰ মুঠ কৃষিভূমিৰ প্ৰায় কিমান শতাংশ এছিয়া মহাদেশত আছে?

উত্তৰঃ ৩১ শতাংশ।

প্রশ্ন ৬২। এছিয়া মহাদেশৰ অন্যতম খনিজ সম্পদ কি কি?

উত্তৰঃ পেট্ৰলিয়াম আৰু লো৷

প্রশ্ন ৬৩। অসমৰ ক্ৰান্তীয় মৌচুমী অঞ্চলত পোৱা দুবিধ পৰ্ণপাতী উদ্ভিদৰ নাম লিখা।

উত্তৰঃ অসমৰ ক্ৰান্তীয় মৌচুমী অঞ্চলত পোৱা দুবিধ পৰ্ণপাতী উদ্ভিদৰ নাম হ’ল— ৰবৰ, চন্দন, সাল, চেগুণ, আমগছ, নাৰিকল গছ, তামোল, বাঁহ, বেত আদি।

প্রশ্ন ৬৪। এছিয়া মহাদেশৰ উষ্ণতম ঠাইখনৰ নাম কি?

উত্তৰঃ এছিয়া মহাদেশৰ উষ্ণতম ঠাইখনৰ নাম হ’ল— পাকিস্তানৰ জেক্কোৱাবাদ।

প্রশ্ন ৬৫। এছিয়া মহাদেশৰ দীৰ্ঘতম আৰু পৃথিৱীৰ তৃতীয় দীৰ্ঘতম নৈ খনৰ নাম কি?

উত্তৰঃ এছিয়া মহাদেশৰ দীৰ্ঘতম আৰু পৃথিৱীৰ তৃতীয় দীৰ্ঘতম নৈ খনৰ নাম হ’ল—ইয়াংছিকিয়াং।  ইয়াৰ উচ্চতা ৫,৪৪০ কি.মি.।

প্রশ্ন ৬৬। টেথিছ সাগৰৰ উত্তৰ পাৰ আৰু দক্ষিণত থকা মহাদেশীয় ভূখণ্ডৰ নাম লিখা।

উত্তৰঃ উত্তৰ অংশটো লৰেছিয়া আৰু দক্ষিণ অংশটো গণ্ডোৱানালেণ্ড। 

প্রশ্ন ৬৭। এছিয়া মহাদেশত অৱস্থিত পৃথিৱীৰ প্ৰথম উচ্চতম শৃংগ আৰু দ্বিতীয় উচ্চতম শৃংগটো নাম কি?

উত্তৰঃ এভাৰেষ্ট (৮, ৮৫৮ মিটাৰ) প্রথম আৰু গডউইন অষ্টিন (৮,৬১১ মিটাৰ) দ্বিতীয়।

প্রশ্ন ৬৮। এছিয়া মহাদেশত থকা হ্রদ কেইটাৰ নাম লিখা।

উত্তৰঃ বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকই, কল্লেৰু, লোকটক আদি।

প্রশ্ন ৬৯। এছিয়া মহাদেশত থকা কেইখনমান মৰুভূসিৰ নাম লিখা।

উত্তৰঃ (i) গোবি।

(ii) থৰ। আৰু 

(iii) আৰব।

প্রশ্ন ৭০। ওছেনিয়া প্রধান নদী দুখনৰ নাম কি কি?

উত্তৰঃ মূৰে আৰু ভর্লিং।

প্রশ্ন ৭১। ওছেনিয়া মহাদেশৰ কেইখনমান হ্ৰদৰ নাম লিখা।

উত্তৰঃ (i) আয়াৰ।

(ii) বার্লি।

(iii) মেকে। আৰু 

(iv) কেৰী।

প্রশ্ন ৭২। অষ্ট্ৰেলিয়াত থকা কেইখনমান মৰুভূমিৰ নাম লিখা।

উত্তৰঃ (i) গ্রেট ছেপ্তি।

(ii) টানামী।

(iii) লিট্ল।

(iv) ছেপ্তি। আৰু 

(v) টিৰাৰি।

প্রশ্ন ৭৩। মহীসোপান কি?

উত্তৰঃ উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশক মহীসোপান বোলে।

প্রশ্ন ৭৪। মহীঢাল কি?

উত্তৰঃ মহীসোপানৰ পাছত সাগৰৰ তলিলৈ থিয় ঢালযুক্ত মহাদেশীয় স্থলভাগৰ কাষটোক মহীঢাল বোলে। ইয়াৰ গভীৰতা ১৪০ ৰ পৰা ৩৩৫০ মিটাৰ।

প্রশ্ন ৭৫। সমুদ্রখাত কি?

উত্তৰঃ সমুদ্ৰখাত সাগৰ-মহাসাগৰৰ তলৰ স্থলাকৃতি অংশ। এনে খাতৰ গভীৰতা ১০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।

প্রশ্ন ৭৬। অষ্ট্ৰেলিয়া ৰাজধানী কি আৰু ইয়াৰ ৰাষ্ট্ৰীয় জন্তু কি?

উত্তৰঃ কেনবেৰা আৰু কেংগেৰু। 

প্রশ্ন ৭৭। দক্ষিণ আমেৰিকা মহাদেশৰ প্ৰধান ভূ-প্রাকৃতিক অঞ্চলকেইটা কি কি?

উত্তৰঃ অঞ্চলকেইটা হ’ল—

(ক) পশ্চিমৰ এণ্ডিজ পৰ্বত শ্ৰেণী।

(খ) মধ্যভাগৰ সমভূমি অঞ্চল।

(গ) পূবৰ মালভূমি অঞ্চল।

প্রশ্ন ৭৮। এণ্ডিজ পৰ্বতৰ সৰ্ব্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ উচ্চতা কিমান?

উত্তৰঃ একানকাগুৱা। ইয়াৰ উচ্চতা প্রায় ৭০০০ মিটাৰ৷

প্রশ্ন ৭৯। দক্ষিণ আমেৰিকা মহাদেশৰ হ্ৰদ, নদী, আগ্নেয়গিৰি আৰু মৰুভূমিৰ দুটাকৈ নাম লিখা।

উত্তৰঃ হ্রদ— টি টি, কাকা।

নদী— আমাজান, অৰিণোকো।

আগ্নেয়গিৰি— পাতাগৰীয়া, কতোপাস্কি।

প্রশ্ন ৮০। উত্তৰ আমেৰিকাৰ বৃহৎ হ্রদ থকা অঞ্চল চাৰিটা কি কি?

উত্তৰঃ (ক) মিছিগান।

(খ) ইৰি।

(গ) হিউৰণ। আৰু 

(ঘ) ছুপিৰিয়ৰ।

প্রশ্ন ৮১। উত্তৰ আমেৰিকাৰ সৰ্ব্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ উচ্চতা কিমান আৰু ই ক’ত অৱস্থিত?

উত্তৰঃ মেককিনলে। ইয়াৰ উচ্চতা প্রায় ৬০১০ মিটাৰ৷

ই উত্তৰ আমেৰিকাৰ আলাস্কা পৰ্বতশ্রেণীত অৱস্থিত।

প্রশ্ন ৮২। আফ্রিকা মহাদেশৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান?

উত্তৰঃ মাটিকালি— প্রায় ৩০ নিযুত বর্গ কিলোমিটাৰ ৷

জনসংখ্যা— ১১ কোটি।

প্রশ্ন ৮৩। আফ্ৰিকাৰ প্ৰধান মৰুভূমি দুখন কি কি?

উত্তৰঃ চাহাৰা আৰু কালাহাৰি।

প্রশ্ন ৮৪। আফ্ৰিকাৰ দুটা হ্ৰদৰ নাম লিখা?

উত্তৰঃ ন্যাছা হ্রদ আৰু এডবাৰ্ড হ্রদ।

প্রশ্ন ৮৫। আফ্ৰিকাৰ দুটা জলপ্ৰপাতৰ নাম লিখা।

উত্তৰঃ ভিক্টোৰিয়া আৰু লিভিং ষ্টোন।

প্রশ্ন ৮৬। আফ্রিকা মহাদেশৰ দুটা জ্বালামুখীৰ নাম লিখা।

উত্তৰঃ মাউণ্টকেনিয়া আৰু কেলিমাঞ্জাৰো।

প্রশ্ন ৮৭। আফ্ৰিকাৰ বৃহত্তম নদী কি? ইয়াৰ দুখন উপনৈৰ নাম লিখা।

উত্তৰঃ কংগো নদী।

উপনৈ— জাইৰে আৰু কাছাই।

প্রশ্ন ৮৮। আফ্ৰিকাৰ দীৰ্ঘতম নদী কি? ইয়াৰ গভীৰতা কিমান?

উত্তৰঃ নীল নদী। গভীৰতা ৬৬৫৬ কিলোমিটাৰ।

প্রশ্ন ৮৯। ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদীদুখন কি কি?

উত্তৰঃ (ক) ডানিয়ুব নদী — প্রায় ২৯২০ কিলোমিটাৰ দীঘল।

(খ) ভল্গা নদী — প্রায় ৩৬৯০ কিলোমিটাৰ দীঘল।

প্রশ্ন ৯০। ইউৰোপ মহাদেশৰ মাটিকালি আৰু জনসংখ্যা কিমান?

উত্তৰঃ মাটিকালি— ১০.৯ নিযুত বর্গ কিলোমিটাৰ৷

জনসংখ্যা— ৭৪ কোটি।

প্রশ্ন ৯১। ইউৰোপ মহাদেশৰ আটাইতকৈ সৰু দেশখনৰ নাম লিখা আৰু ইয়াৰ মাটিকালি, জনসংখ্যা কমিান?

উত্তৰঃ ভেটিকান চিটী।

মাটিকালি— ০.৪৪ কিলোমিটাৰ।

জনসংখ্যা— ৭৩৭ জন।

প্রশ্ন ৯২৷ এছিয়াৰ প্ৰথম আৰু দ্বিতীয় সর্বোচ্চ শৃংগ দুটা কি কি?

উত্তৰঃ প্রথম মাউন্ট এভাৰেষ্ট শৃংগ— ৮৮৪৮ মিটাৰ।

গডউইন আষ্টিন— ৮৫৯৮ মিটাৰ।

প্রশ্ন ৯৩। পৃথিৱীৰ সৰ্বাধিক আৰু সৰ্বনিম্ন জনবসতি পূর্ণ অঞ্চল দুটা কি কি?

উত্তৰঃ চীন আৰু চাইবেৰিয়া।

প্রশ্ন ৯৪। পৃথিৱীৰ বৃহত্তম ‘ব’ দ্বীপটোৰ নাম কি? ই কোন মহাদেশত অৱস্থিত?

উত্তৰঃ সুন্দৰবন।

ই এছিয়া মহাদেশৰ ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰৰ সোঁমাজত অৱস্থিত।

প্রশ্ন ৯৫। গংগা নদীৰ উৎপত্তি স্থান কি? ই ক’ত পৰিছে?

উত্তৰঃ গংগোত্রী। ই বংগোপসাগৰত পৰিছে।

প্রশ্ন ৯৬। ভাৰ্থয়ানাস্ক ক’ত, কি আৰু কিয় বিখ্যাত?

উত্তৰঃ ভাৰ্থয়ানাঙ্ক এছিয়াৰ উত্তৰ পূব অংশত অৱস্থিত। ই তুন্দ্রা অঞ্চলৰ এখন শীতল ঠাই। পৃথিৱীৰ শীতলতম ঠাই হিচাপে বিখ্যাত।

প্রশ্ন ৯৭। আৰৱ সাগৰলৈ বৈ যোৱা ভাৰতবৰ্ষৰ দুখন নদীৰ নাম লিখা?

উত্তৰঃ নর্মদা আৰু তাপ্তী।

প্রশ্ন ৯৮। টাইগা’ কি?

উত্তৰঃ চাইবেৰিয়াৰ দক্ষিণ পশ্চিম অঞ্চলত শীতৰ প্ৰকোপ বেছি আৰু গ্ৰীষ্ম কালৰ পৰিমাণ কম। সেইকাৰণে এই অঞ্চল সমূহ সৰল বৰ্গীয় বনভূমি দেখা যায়। এই বনভূমিবোৰকে টাইগা বোলে।

প্রশ্ন ৯৯। পৃথিৱীৰ উচ্চতম আৰু বৃহত্তম মালভূমি দুখন কি কি?

উত্তৰঃ উচ্চতম — পামিৰ মালভূমি।

বৃহত্তম — তিব্বত।

প্রশ্ন ১০০। পৃথিৱীৰ বৃহত্তম উপদ্বীপটোৰ নাম কি? ই ক’ত অৱস্থিত?

উত্তৰঃ আৰৱ উপদ্বীপ। ই এছিয়া মহাদেশত অৱস্থিত।

প্রশ্ন ১০১। বৈকাল কি আৰু ক’ত অৱস্থিত?

উত্তৰঃ বৈকাল পৃথিৱীৰ বৃহত্তম হ্রদ।ই ৰাছিয়াৰ দক্ষিণত অৱস্থিত।

প্রশ্ন ১০২। পামিৰ কি?

উত্তৰঃ পামিৰ পৃথিৱীৰ উচ্চতম মালভূমি। ই ভাৰতৰ উত্তৰ অংশৰ অৱস্থিত।

প্রশ্ন ১০৩। নিৰক্ষীয় জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ (ক) নিৰক্ষীয় অঞ্চলত উত্তাপ অধিক আৰু বৃষ্টিপাতো অধিক হয়।

(খ) এই অঞ্চলত ডাঠ অৰণ্য আৰু ডাউৰ গছ-গছনি পোৱা যায়।

প্রশ্ন ১০৪। ভূমধ্য সাগৰৰ দুটা বৈশিষ্ট্য লিখা?

উত্তৰঃ (ক) গ্রীষ্মকাল উষ্ণ আৰু শুকান। কিন্তু শীতকাল আদ্র আৰু শীতল।

(খ) শীতকালত বৃষ্টিপাত হয়। গ্রীষ্মকালত নহয়।

প্রশ্ন ১০৫। এছিয়া মহাদেশত থকা পৃথিৱীৰ বৃহত্তম হ্রদ আৰু গভীৰ্তম হ্রদ দুটাৰ নাম লিখা?

উত্তৰঃ বৃহত্তম— কাস্পিয়ান হ্রদ।

গভীৰ্তম— ৱৈকাল হ্রদ।

প্রশ্ন ১০৬। পামিৰ গ্ৰন্থীৰ পৰা পশ্চিমলৈ প্ৰসাৰিত হোৱা দুখন পৰ্বতৰ নাম লিখা?

উত্তৰঃ হিন্দুকুশ আৰু চলোমান পৰ্বতমালা।

প্রশ্ন ১০৭। পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি? এই মহাসাগৰখনৰ মুঠ কালি কিমান উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ’ল— প্রশান্ত মহাসাগৰ।

এই মহাসাগৰখনৰ মুঠ কালি প্রায় ১৬৫ নিযুত বর্গ কিলোমিটা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top