SEBA Class 9 Social Science Important Chapter 9 অসমৰ ভূগোল

SEBA Class 9 Social Science Important Chapter 9 অসমৰ ভূগোল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 9 অসমৰ ভূগোল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 9

দ্বিতীয় খণ্ড: ভূগোল
IMPORTANT QUESTION AND ANSWER

১। অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম হ’ল- ভূটান আৰু বাংলাদেশ। 

২। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা প্ৰায় ৮.০৩ নিযুত আছিল।

৩। অসমত ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন অভয়াৰণ্যই মুঠতে কিমান ঠাঁই আগুৰি আছে?

উত্তৰঃ অসমত ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন অভয়াৰণ্যই মুঠতে প্ৰায় ৩,৫৯২.৯৪ বর্গ কিলোমিটাৰ ঠাই আগুৰি আছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কিমান চনত লুচাই পাহাৰক অসমৰ লগত অন্তৰ্ভুক্ত কৰা হৈছিল?

উত্তৰঃ ১৮৯৫ চনত লুচাই পাহাৰক অসমৰ লগত অন্তৰ্ভুক্ত কৰা হৈছিল।

৫। দেশ স্বাধীন হোৱাৰ সময়ত অসমত জিলা কেইখন আছিল?

উত্তৰঃ দেশ স্বাধীন হোৱাৰ সময়ত অসমত জিলা ১১ খন আছিল।

৬। অসমৰ পুৰণি ৰাজধানী ক’ত আছিল?

উত্তৰঃ অসমৰ পুৰণি ৰাজধানী শিলত আছিল।

৭। কোন চনত অসমৰ ৰাজধানী দিছপুৰ হয়?

উত্তৰঃ ১৯৭৩ চনত অসমৰ ৰাজধানী দিছপুৰ হয়।

৮। ছিলেট জিলা বৰ্তমান কোন দেশৰ অন্তৰ্গত?

উত্তৰঃ ছিলেট জিলা বৰ্তমান বাংলাদেশৰ অন্তৰ্গত।

৯। বাংলাদেশৰ পুৰণি নাম কি?

উত্তৰঃ বাংলাদেশৰ পুৰণি নাম পূব পাকিস্তান। 

১০। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয়?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত গুৱাহাটী মহানগৰীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বা প্ৰৱেশদ্বাৰ বোলা হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। অসমৰ ভৌগোলিক অৱস্থান আৰু সীমান্ত অঞ্চলসমূহৰ বর্ণনা দিয়া।

উত্তৰঃ অসম উত্তৰ-পূব ভাৰতৰ কেন্দ্ৰবিন্দুতে অৱস্থিত এখন গুৰুত্বপূর্ণ ৰাজ্য। এই ৰাজ্যখনৰ উত্তৰত ভুটান আৰু অৰুণাচল প্ৰদেশ, পূবত মণিপুৰ আৰু নাগালেণ্ড, দক্ষিণত মিজোৰাম আৰু মেঘালয়, আৰু পশ্চিমত পশ্চিমবঙ্গ আৰু বাংলাদেশৰ সীমা আছে। অসমৰ ভৌগোলিক অৱস্থান এনে এটা স্থানত আছে যি ই উত্তর-পূব ভাৰতক মূল ভাৰতভূমিৰ সৈতে সংযোগ স্থাপন কৰে। ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চল ভাৰতৰ বাবে ভৌগোলিক, ৰাজনৈতিক, আৰু আৰ্থ-সামাজিকভাৱে অত্যন্ত গুৰুত্বপূর্ণ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top