SEBA Class 9 Social Science Important Chapter 10 ভাৰতৰ ৰাজনৈতিক দল

SEBA Class 9 Social Science Important Chapter 10 ভাৰতৰ ৰাজনৈতিক দল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 10 ভাৰতৰ ৰাজনৈতিক দল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 10

প্ৰথম খণ্ড: ৰাজনীতি বিজ্ঞান
IMPORTANT QUESTION AND ANSWER

১। ৰাজনৈতিক দল মানে কি?

উত্তৰঃ সাধাৰণতে ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র।

২। কেতিয়া ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিল?

উত্তৰঃ প্ৰায় ১৮৮৫ চনত ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিল।

৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কোন চনত হৈছিল?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ১৮৮৫ চনত হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মলাভ কৰিছিল?

উত্তৰঃ অৱসৰপ্ৰাপ্ত আই. চি. এছ বিষয়া এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মলাভ কৰিছিল। 

৫। ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠনৰ নাম কি আৰু কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠনৰ নাম হ’ল— “দি ইণ্ডিয়ান এছ’চিয়েচন”।

এই সংগঠনটো ১৮৭৬ চনত গঠন কৰা হৈছিল। 

৬। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিবেশন বোম্বাইত (বৰ্তমান মুম্বাই) অনুষ্ঠিত হৈছিল।

৭। মুছলিম লীগৰ জন্ম কোন চনত হৈছিল?

উত্তৰঃ মুছলিম লীগৰ জন্ম ১৯০৬ চনত হৈছিল।

৮। ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি আৰুই কোন চনত গঠিত হৈছিল?

উত্তৰঃ ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম হ’ল হিন্দু মহাসভা। এই দলটো ১৯১৬ চনত গঠিত হৈছিল।

৯। ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল?

উত্তৰঃ ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম হ’ল স্বৰাজ পাৰ্টী। ই ১৯২২ চনত গঠিত হৈছিল।

১০। কাৰ কাৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পাৰ্টী গঠন কৰা হৈছিল? পিছলৈ এই দলটোৱে কোনটো দলৰ লগত চামিল হয়?

উত্তৰঃ চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটো গঠন কৰা হৈছিল। পিছলৈ এই দলটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top