SEBA Class 9 Social Science Important Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

SEBA Class 9 Social Science Important Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 11 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 11

প্ৰথম খণ্ড: ৰাজনীতি বিজ্ঞান
IMPORTANT QUESTION AND ANSWER

১। ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কিহৰ ওপৰত ভিত্তি কৰি কৰা হয়?

উত্তৰঃ ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি কৰা হয়।

২। চৰকাৰৰ শ্ৰেণীবিভাজনক কাৰ লগত তুলনা কৰা হয়।

উত্তৰঃ ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজনৰ লগত তুলনা কৰা হয়।

৩। প্লেটোৰ পিছত কোনজন গ্রীক দার্শনিকে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল?

উত্তৰঃ প্লেটোৰ পিছত এৰিষ্ট’টলে গ্রীক দার্শনিকে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। এৰিষ্ট’টল আৰু প্লেটোৱে এজনৰ শাসনক কি বুলি কৈছিল?

উত্তৰঃ এৰিষ্ট’টল আৰু প্লেটোৱে এজনৰ শাসনক ৰাজতন্ত্র বুলি কৈছিল।

৫। এৰিষ্ট’টল আৰু প্লেটোৱে কেইজনমানৰ শাসনক কি বুলি কৈছিল?

উত্তৰঃ এৰিষ্ট’টল আৰু প্লেটোৱে কেইজনমানৰ শাসনক অভিজাত তন্ত্র বুলি কৈছিল।

৬। এৰিষ্ট’টল আৰু প্লেটোৱে বহুজনৰ বা ৰাইজৰ শাসনক কি বুলি কৈছিল?

উত্তৰঃ এৰিষ্ট’টল আৰু প্লেটোৱে বহুজনৰ বা ৰাইজৰ শাসনক ৰাজ্য ব্যৱস্থা বুলি কৈছিল।

৭। এৰিষ্ট’টল আৰু প্লেটোৰ মতে জনস্বাৰ্থৰ বিপৰীতে চলা এজনৰ শাসনক কি বুলি কৈছিল?

উত্তৰঃ এৰিষ্ট’টল আৰু প্লেটোৰ মতে জনস্বাৰ্থৰ বিপৰীতে চলা এজনৰ শাসনক স্বৈৰতন্ত্র বুলি কৈছিল।

৮। এৰিষ্ট’টল আৰু প্লেটোৰ মতে জনস্বাৰ্থৰ বিপৰীতে চলা কেইজনমানৰ শাসনক কি বুলি কৈছিল?

উত্তৰঃ এৰিষ্ট’টল আৰু প্লেটোৰ মতে জনস্বাৰ্থৰ বিপৰীতে চলা কেইজনমানৰ শাসনক আঢ্যৱন্ত তন্ত্র বুলি কৈছিল।

৯। এৰিষ্ট’টল আৰু প্লেটোৰ মতে জনস্বাৰ্থৰ বিপৰীতে চলা বহুজনৰ শাসনক কি বুলি কৈছিল?

উত্তৰঃ এৰিষ্ট’টল আৰু প্লেটোৰ মতে জনস্বাৰ্থৰ বিপৰীতে চলা বহুজনৰ শাসনক গণতন্ত্র বুলি কৈছিল।

১০। কোনজন দার্শনিকৰ চৰকাৰৰ শ্ৰেণীবিভাগটো আটাইতকৈ অধিক গ্রহণযোগ্য বুলি বিবেচিত কৰা হৈছিল?

উত্তৰঃ ষ্টিফেন লীককৰ শ্ৰেণীবিভাগটো আটাইতকৈ অধিক গ্রহণযোগ্য বুলি বিবেচিত কৰা হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top