SEBA Class 9 Social Science Important Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

SEBA Class 9 Social Science Important Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 12

দ্বিতীয় খণ্ড: অৰ্থনীতি বিজ্ঞান
IMPORTANT QUESTION AND ANSWER

১। অৰ্থনীতিৰ মূল বিষয়বস্তু কি?

উত্তৰঃ ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা। 

২। ‘Oikonomia’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ ‘Oikonomia’ শব্দটো গ্ৰীক শব্দ। ইয়াৰ ‘Oikos’ শব্দটোৰ অৰ্থ পৰিয়াল আৰু ‘monos’ শব্দৰ অৰ্থ হ’ল নিয়ম। গতিকে ‘Oikonomia’ শব্দৰ অৰ্থ হ’ল পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম।

৩। ৰবিন্সৰ সংজ্ঞাটোৰ আন এটা নাম কি? 

উত্তৰঃ দুষ্প্রাপ্যতা বা নাটনিৰ সংজ্ঞা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভোগ মানে কি?

উত্তৰঃ আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ।

৫। উৎপাদন মানে কি?

উত্তৰঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন।

৬। বিতৰণ মানে কি?

উত্তৰঃ সামগ্ৰীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিলাই দিয়া কাৰ্যই হৈছে বিতৰণ।

৭। মুদ্রা কি?

উত্তৰঃ মুদ্রা বিনিময়ৰ মাধ্য আৰু মূল্যৰ মাপকাঠী। 

৮। প্রত্যক্ষ বিনিময়ৰ এটা উৎকৃষ্ট উদাহৰণ দিয়া।

উত্তৰঃ অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা। 

৯। ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান কাক বোলে?

উত্তৰঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান।

১০। কল্যাণকামী অর্থনীতিক জনপ্রিয় কৰি তোলা চাৰিজন অর্থনীতিবিদৰ নাম লিখা।

উত্তৰঃ এ. চি. পিণ্ড আৰু ভিলফ্ৰেড’ পেটে, হিক্স, অমর্ত্য সেন।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। “Economics” শব্দটোৰ উৎস আৰু অৰ্থ কি?

উত্তৰঃ  “Economics” শব্দটো গ্ৰীক শব্দ Oikonomia (Oikos = পৰিয়াল, Nomos = নিয়ম) ৰ পৰা আহিছে, যাৰ অৰ্থ পৰিয়াল পৰিচালনাৰ নিয়ম। এই বিষয়টোৱে সমাজত মানুহে নিজৰ সীমিত সম্পদৰ সহায়ত কেনেদৰে চাহিদা পূৰণ কৰে সেইটো অধ্যয়ন কৰে। এডাম স্মিথে তাক “সম্পদৰ বিজ্ঞান”, আলফ্ৰেড মার্চেলে “মানৱ কল্যাণৰ বিজ্ঞান” আৰু লায়নেল ৰবিন্সে “সীমিত সম্পদৰ বিকল্প ব্যৱহাৰৰ মাজত অসীম চাহিদাৰ সমাধান বিচাৰক বিজ্ঞান” বুলি ব্যাখ্যা কৰিছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top