SEBA Class 9 Social Science Important Chapter 7 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.
SEBA Class 9 Social Science Important Chapter 7 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.
বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
Chapter: 7
| দ্বিতীয় খণ্ড: ভূগোল |
| IMPORTANT QUESTION AND ANSWER |
১। বায়ুমণ্ডলনো কি?
উত্তৰঃ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ’ল বায়ুমণ্ডল।
২। কিহৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে?
উত্তৰঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাবেই বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে।
৩। পৃথিৱীপৃষ্ঠৰ পৰা কিমান কি.মি. উচ্চতালৈ বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হয়?
উত্তৰঃ পৃথিৱীপৃষ্ঠৰ পৰা ১০,০০০ কি.মি. উচ্চতালৈ বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হয়।
৪। উপস্ফিয়েৰৰ স্তৰটোৰ ঊৰ্ধ্বসীমাটোৰ নাম কি?
উত্তৰঃ উপস্ফিয়েৰৰ স্তৰটোৰ ঊৰ্ধ্বসীমাটোৰ নাম হ’ল- ট্ৰপ’পজ।
৫। ট্রিপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰৰ মাজৰ সীমাটোক কি বোলে?
উত্তৰঃ ট্রিপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰৰ মাজৰ সীমাটোক ট্রপ’পজ বোলে।
৬। স্ট্রেট’স্ফিয়েৰ উৰ্ধ্বসীমাটোৰ নাম কি?
উত্তৰঃ স্ট্রেট’স্ফিয়েৰ উৰ্ধ্বসীমাটোৰ নাম হ’ল- ষ্ট্ৰেট’পজ।
৭। স্ট্রেট’স্ফিয়েৰ আৰু মেছ স্ফিয়েৰৰ মধ্যসীমাটোৰ নাম কি?
উত্তৰঃ স্ট্রেট’স্ফিয়েৰ আৰু মেছ স্ফিয়েৰৰ মধ্যসীমাটোৰ নাম হ’ল- ষ্ট্ৰেট’পজ।
৮। মেছ’স্ফিয়েৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য লিখা?
উত্তৰঃ মেছ”স্ফিয়েৰৰ প্ৰধান বৈশিষ্ট্য হৈছে– ইয়াৰ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়।
৯। মেছ’স্ফিয়েৰৰ নিম্নসীমাৰ নাম কি?
উত্তৰঃ মেছ’স্ফিয়েৰৰ নিম্নসীমাৰ নাম হ’ল- মেছ’পজ।
১০। মেছ’স্ফিয়েৰৰ নিম্নসীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান?
উত্তৰঃ মেছ’স্ফিয়েৰৰ নিম্নসীমাত বায়ুমণ্ডলৰ উত্তাপ ১০০ চেণ্টিগ্রেড।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। বায়ুমণ্ডলৰ গঠন আৰু বায়ুমণ্ডলৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ বায়ুমণ্ডল হৈছে পৃথিৱীলৈ ঘেৰাবদ্ধ বায়ুৰ স্তৰ, যি প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত বিস্তৃত থাকে। বায়ুমণ্ডলত মূলতঃ নাইট্ৰ’জেন (৭৮%), অক্সিজেন (২০.৯%) আৰু অন্যান্য গেছ (আর্গন, কাৰ্বন ডাইঅক্সাইড) থাকে। বায়ুমণ্ডল পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ দ্বাৰা সৃষ্ট হৈছে, আৰু ই বিভিন্ন প্ৰাকৃতিক কাৰ্যৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ।
বায়ুমণ্ডল বায়ুৰ চাপ, বায়ু প্রবাহ আৰু জলবায়ুৰ নিয়ন্ত্ৰণত ভূমিকা ৰাখে। ই প্ৰয়োজনীয় গেছ যোগাই, সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি শোষণ কৰে আৰু পৃথিবীজুড়ে সজীৱ পৰিৱেশ বজাই ৰাখে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

