SEBA Class 9 Social Science Important Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

resppost2025

SEBA Class 9 Social Science Important Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Solutions and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 6 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 6

দ্বিতীয় খণ্ড: ভূগোল
IMPORTANT QUESTION AND ANSWER

১। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগ আৰু কিমান শতাংশ স্থলভাগ আছে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ৭১ শতাংশ জলভাগ আৰু বাকী ২১ শতাংশ স্থলভাগে আগুৰি আছে।

resppost2025

২। দুবিধ আভ্যন্তৰীণ কাৰকৰ নাম লিখা।

উত্তৰঃ দুবিধ আভ্যন্তৰীণ কাৰকৰ নাম হ’ল- ভূমিকম্প আৰু আগ্নেয় উদ্‌গীৰণ।

৩। ফলক বিবর্তন কাক বোলে? 

sqare

উত্তৰঃ আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে যাক ফলক বিৱৰ্তন বুলি কোৱা হয়৷

৪। ভূমিকম্প আৰু আমোগিৰিৰ কিয় সৃষ্টি হয়?

উত্তৰঃ পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। 

৫। নদীৰ কাৰ্য প্ৰধানকৈ ক’ত সুস্পষ্ট?

sqare

উত্তৰঃ নদীৰ গতিপথত সুস্পষ্ট। 

৬। নদীৰ গতিপথ বুলিলে কি বুজা?

উত্তৰঃ নদীৰ গতিপথ বুলিলে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোকে বুজায়।

sidebar2026

৭। নদীয়ে গতিপথত চলোৱা খননকার্য প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ নদীয়ে গতিপথত চলোৱা খননকার্য প্ৰধানকৈ ভূ-তাত্ত্বিক গঠন আৰু পানীৰ ঘননশক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

2026

৮। জলচালিত ক্রিয়া কাক বোলে?

উত্তৰঃ পানী নদীৰে প্ৰবাহিত হওঁতে গতিপথত যি হেঁচা প্ৰয়োগ হয়, সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল-বালিৰ ওপৰত ক্রিয়া কৰে ইয়াকে জলচালিত ক্ৰিয়া বুলি কোৱা হয়।

৯। নৈৰ বুকুৰ বোজা (Bed Load) কাক কোৱা হয়? 

উত্তৰঃ নদীৰ বুকুৱেদি সোঁতে বগৰাই নিয়া পদাৰ্থবোৰক নৈৰ বুকুৰ বোজা বুলি কোৱা হয়।

১০। দুটা বালিচৰৰ উদাহৰণ দিয়া।

sidebar2026

উত্তৰঃ মাজুলী নদী-দ্বীপ আৰু কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মাপুত্ৰৰ বুকুত কালাৰদিয়া বালিচৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top