⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 8 Science MCQ Chapter 10 কৈশোৰ প্ৰাপ্তি

SEBA Class 8 Science MCQ Chapter 10 কৈশোৰ প্ৰাপ্তি Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 10 কৈশোৰ প্ৰাপ্তি Notes and select need one.

SEBA Class 8 Science MCQ Chapter 10 কৈশোৰ প্ৰাপ্তি

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

কৈশোৰ প্ৰাপ্তি

Chapter – 10

MCQ

১। কিশোৰ-কিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰীবোৰ হল-

(i) চিপছ।

(ii) ৰুটি, দাইল, শাক-পাচলি।

(iii) ভাত, বাৰ্গাৰ।

(iv) শাক-পাচলি।

উত্তৰঃ (ii) ৰুটি, দাইল, শাক-পাচলি।

২। তেজ কিহে গঠন কৰে? 

(i) তামে।

(ii) লোৰে।

(iii) সিঁচা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) লোৰে।

৩। মহিলাৰ প্ৰজননৰ বয়স আৰম্ভ হয় কেতিয়া-

(i) মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

(ii) স্তনৰ বিকাশ হয়।

(iii) দেহৰ ওজন বাঢ়ে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

৪। বৃদ্ধি আৰু বিকাশ কেতিয়া আৰম্ভ হয়?

(i) ৫ বছৰৰ পাছত।

(ii) জন্মৰ পৰাই।

(iii) ১০ বছৰৰ পাছত।

(iv) ১২ বছৰৰ পাছত।

উত্তৰঃ (ii) জন্মৰ পৰাই।

৫। শৰীৰত দেখা দিয়া পৰিৱর্তনসমূহ কি?

(i) শিশু অৱস্থাত।

(ii) বৃদ্ধ বয়সত।

(iii) ডাঙৰ হোৱাত।

(iv) কিশোৰ অৱস্থাত।

উত্তৰঃ (iii) ডাঙৰ হোৱাৰ।

৬। কৈশোৰ কালৰ বয়স কিমান বছৰৰ পৰা আৰম্ভ হয়?

(i) ১০ বছৰ।

(ii) ১১ বছৰ।

(iii) ১২ বছৰ।

(iv) ১৩ বছৰ।

উত্তৰঃ (ii) ১১ বছৰ।

৭। কৈশোৰ কালৰ সমাপ্তি বয়স-

(i) ১৭ বছৰ।

(ii) ১৮ বছৰ।

(iii) ১৯ বছৰ।

(iv) ২০ বছৰ।

উত্তৰঃ (iii) ১৯ বছৰ।

৮। কৈশোৰ কালত ছোৱালীৰ তুলনাত ল’ৰাৰ কৈশোৰ কাল কেতিয়া আৰম্ভ হয়?

(i) ১ বছৰ পূৰ্বে।

(ii) ২ বছৰ পূৰ্বে।

(iii) ৩ বছৰ পূৰ্বে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) ১ বছৰ পূৰ্বে।

৯। কৈশোৰ কালৰ সময়ছোৱাত কিহৰ আৰম্ভণি হয়?

(i) জ্ঞানৰ উন্নয়ন।

(ii) শাৰিৰীক বৃদ্ধি।

(iii) প্রজনন ক্ষমতা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) প্রজনন ক্ষমতা।

১০। নিচাযুক্ত দ্রৱ্যৰ প্ৰভাৱ কি?

(i) স্বাস্থ্যৰ উন্নতি।

(ii) বিষাদ দূৰ কৰা।

(iii) স্বাস্থ্য বিনাশ।

(iv) আনন্দ বৃদ্ধি।

উত্তৰঃ (iii) স্বাস্থ্য বিনাশ।

১১। কিহৰ দ্বাৰা HIV বিয়পিব পাৰে?

(i) চিকিৎসা।

(ii) নিচাযুক্ত দ্রৱ্যৰ ব্যৱহাৰ।

(iii) বায়ুৰ মাধ্যমে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) নিচাযুক্ত দ্রৱ্যৰ ব্যৱহাৰ।

১২। HIV ৰোগটোৱে কাক প্ৰভাৱিত কৰিব পাৰে?

(i) নাবালকক।

(ii) সাধাৰণ লোকক।

(iii) আক্রান্ত মাতৃৰ সন্তানক।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) আক্রান্ত মাতৃৰ সন্তানক।

১৩। আমাৰ দেশত বিধিসম্মত ছোৱালীৰ বিয়াৰ বয়স কিমান?  

(i) ১৬ বছৰ।

(ii) ১৭ বছৰ।

(iii) ১৮ বছৰ।

(iv) ২১ বছৰ। 

উত্তৰঃ (iii) ১৮ বছৰ।

১৪। আমাৰ দেশত বিধিসম্মত ল’ৰাৰ বিয়াৰ বয়স কিমান?  

(i) ২২ বছৰ।

(ii) ১৯ বছৰ।

(iii) ২৫ বছৰ।

(iv) ২১ বছৰ।

উত্তৰঃ (iv) ২১ বছৰ।

১৫। কিশোৰী মাতৃয়ে মাতৃত্ব বহন কৰিব পৰা মানসিক আৰু শাৰীৰিকভাৱে কেনেকুৱা হয়?

(i) সম্পূৰ্ণভাৱে সাজু।

(ii) কেতিয়াবা সাজু।

(iii) সদায় সজা নহয়।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) সদায় সজা নহয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top