SEBA Class 8 Science Important Chapter 3 পদার্থঃ ধাতু আৰু অধাতু

SEBA Class 8 Science Important Chapter 3 পদার্থঃ ধাতু আৰু অধাতু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 3 পদার্থঃ ধাতু আৰু অধাতু Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 3 পদার্থঃ ধাতু আৰু অধাতু

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 3

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ

১। ধাতু অম্লৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয়?

উত্তৰঃ ধাতু অম্লৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয়, যাৰ দহনত ‘পপ্’ শব্দ হয়।

২। কোনটো ধাতুটোৱে পানীৰ সৈতে খুবেই সক্ৰিয়ভাৱে বিক্ৰিয়া কৰে?

উত্তৰঃ ছ’ডিয়াম ধাতুটোৱে পানীৰ সৈতে খুবেই সক্ৰিয়ভাৱে বিক্ৰিয়া কৰে।

৩। গন্ধকৰ অক্সিজেনৰ সৈতে বিক্ৰিয়াৰ ফলত কি গেছ উৎপন্ন হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ গন্ধকৰ অক্সিজেনৰ সৈতে বিক্ৰিয়াৰ ফলত ছালফাৰ-ডাই-অক্সাইড (SO₂) গেছ উৎপন্ন হয়।

৪। পানীত দ্রব হ’লে কি হয়?

উত্তৰঃ পানীত দ্রব হ’লে ছালফিউৰাছ এছিড (H₂SO₃) গঠিত হয়।

৫। এন্টিছেপ্টিক দ্ৰব্যত থকা অধাতুটোৰ নাম কি?

উত্তৰঃ এন্টিছেপ্টিক দ্ৰব্যত থকা অধাতুটোৰ নাম হ’ল আয়ডিন।

৬। ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক কি বুলি কোৱা হয়?

উত্তৰঃ ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক নমনীয়তা বুলি কোৱা হয়।

৭। ধাতুৱে কিহৰ সৈতে বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ প্রস্তুত কৰে?

উত্তৰঃ ধাতুৱে ছ’ডিয়াম হাইড্র’ক্সাইডৰ সৈতে বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ প্রস্তুত কৰে।

৮। এবিধ পদাৰ্থক ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা, শীতলীকৰণ, উত্তাপন বা বিদ্যুৎ বিশ্লেষণ দ্বাৰা আৰু অধিক ভাঙিব নোৱাৰি তাক কি বোলা হয়?

উত্তৰঃ এবিধ পদাৰ্থক ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা, শীতলীকৰণ, উত্তাপন বা বিদ্যুৎ বিশ্লেষণ দ্বাৰা আৰু অধিক ভাঙিব নোৱাৰি তাক ‘মৌল’ বোলা হয়।

৯। ‘পপ্’ শব্দটোবে কি সূচাইছে? 

উত্তৰঃ ‘পপ্’ শব্দটোৱে হাইড্র’জেন গেছৰ উপস্থিতি সূচাইছে।

১০। সনাদ পদার্থ কাক বোলে?

উত্তৰঃ ধাতুৱে ৰিং-বিং ধ্বনিৰ সৃষ্টি কৰে সেইবাবে সেইবোৰক সনাদ পদার্থ বোলা হয়।

খালী ঠাই পূৰ কৰা:

১। দৈনন্দিন জীৱনত ___________ আৰু ____________ বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয়।

উত্তৰঃ দৈনন্দিন জীৱনত ধাতু আৰু অধাতুসমূহক বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয়।

২। কিছুমান ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি ___________ গেছ উৎপন্ন কৰে।

উত্তৰঃ কিছুমান ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি হাইড্র’জেন গেছ উৎপন্ন কৰে।

৩। গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন দ্রব্যটোৰ নাম হ’ল _____________ গেছ।

উত্তৰঃ গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন দ্রব্যটোৰ নাম হ’ল ছালফাৰ-ডাই- অক্সাইড গেছ।

৪। ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক ____________ বুলি কোৱা হয়।

উত্তৰঃ ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক নমনীয়তা বুলি কোৱা হয়।

৫। ধাতুৱে ___________ সৈতে বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ প্রস্তুত কৰে।

উত্তৰঃ ধাতুৱে ছ’ডিয়াম হাইড্র ‘ক্সাইডৰ সৈতে বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ প্রস্তুত কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top