SEBA Class 8 Science Important Chapter 13 কৈশোৰ প্ৰাপ্তি

SEBA Class 8 Science Important Chapter 13 কৈশোৰ প্ৰাপ্তি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 13 কৈশোৰ প্ৰাপ্তি Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 13 কৈশোৰ প্ৰাপ্তি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 13

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। মানুহৰ জীৱনৰ বয়সৰ বিভিন্ন পর্যায়কালবোৰ কি কি?

উত্তৰঃ শিশুকাল, কৈশোৰ কাল, যুবকাল, বানপ্ৰস্থ কাল, বৃদ্ধ কাল আৰু সন্যাস কাল।

২। শিশু আৰু প্ৰাপ্তবয়স্ক অৱস্থাৰ মাজৰ অৱস্থাৰ নাম কি?

উত্তৰঃ কৈশোৰ অৱস্থা।

৩। কৈশোৰ কালৰ বয়সৰ সীমা কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১১ বছৰৰ পৰা ১৮–১৯ বছৰ।

৪। নাবালক অৱস্থা কোন সময়চোৱাত ধৰা হয়?

উত্তৰঃ ১৩ ৰ পৰা ১৯ বছৰলৈ।

৫। ছোৱালী আৰু ল’ৰাৰ মাজত কাৰ কৈশোৰ কাল আগতে আৰম্ভ হয়?

উত্তৰঃ ছোৱালীৰ (১ বা ২ বছৰৰ আগতে)।

৬। প্ৰজনন ক্ষমতা লাভৰ আগৰ সময়চোৱাক কি বোলে?

উত্তৰঃ কৈশোৰ অৱস্থা।

৭। প্ৰজনন প্ৰাপ্তৰ আটাইতকৈ চকুত লগা শৰীৰৰ পৰিৱৰ্তন কি?

উত্তৰঃ শৰীৰৰ উচ্চতা বৃদ্ধি।

৮। সন্তান ল’ৰা নে ছোৱালী হ’ব এই সিদ্ধান্তৰ বাবে মাতৃ নে পিতৃ দায়বদ্ধ?

উত্তৰঃ সন্তান ল’ৰা নে ছোৱালী হ’ব ইয়াৰ বাবে পিতৃ দায়বদ্ধ, মাতৃ নহয়।

৯। পুং জননকোষ আৰু স্ত্রী জননকোষত থকা ক্ৰম’জ’ম যুগ্ম কি প্ৰকৃতিৰ? 

উত্তৰঃ পুং জননকোষত থকা ক্রম ‘জ’ম যুগ্ম ‘XY’। স্ত্রী জননকোষত থকা ক্ৰম’জ’ই যুগ্ম ‘XX’।

১০। পখিলাৰ জীৱন চক্ৰ কি হৰম’নে নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ পখিলা বা পতংগৰ জীৱন চক্ৰ পতংগ হৰম’নে নিয়ন্ত্ৰণ কৰে। 

দীঘল প্ৰশ্ন উত্তৰ:

১। প্ৰজনন প্ৰাপ্তিৰ সময়ত শৰীৰৰ আকৃতিৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটে লিখা।

উত্তৰঃ প্ৰজনন প্ৰাপ্তিৰ সময়ত শৰীৰৰ উচ্চতা বৃদ্ধিৰ উপৰিও আকৃতিৰ পৰিবৰ্তন ঘটে। ল’ৰাৰ কান্ধ আৰু বুকু বহল হয়। ছোৱালীৰ ক্ষেত্ৰত ককালৰ তলৰ অংশ বহল হ’বলৈ ধৰে। ছোৱালীৰ বুকু বহল হয় আৰু স্তনৰ আকাৰ ডাঙৰ হ’বলৈ ধৰে। ল’ৰাৰ মাত সোমাই আৰু কৰ্কশ হয়। স্বৰযন্ত্ৰ গ্ৰীৱা অঞ্চলত ডিঙিৰ ঘটিকা গঢ় লৈ উঠে।

২। কৈশোৰ কালত মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিপক্কতা কিদৰে ঘটে লিখা।

উত্তৰঃ কৈশোৰ কালত মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিপক্কতা সাধন হয়। যৌনাংগ বিকাশৰ ফলত দেহৰ আকৃতি সলনি হয়। কিশোৰ-কিশোৰীয়ে সমাজত খাপ খুৱাবলৈ চেষ্টা কৰে আৰু কেতিয়াবা লাজ বা অসুৰক্ষা অনুভৱ কৰে। স্বাধীন চিন্তা-ভাবনা, আত্ম-সচেতনতা, কল্পনাশক্তি আৰু আশা-আকাংক্ষা বৃদ্ধি পায়। মস্তিষ্কৰ শিকন ক্ষমতা বেছি হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top