SEBA Class 8 Science Important Chapter 12 প্ৰাণীৰ প্ৰজনন

SEBA Class 8 Science Important Chapter 12 প্ৰাণীৰ প্ৰজনন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 12 প্ৰাণীৰ প্ৰজনন Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 12 প্ৰাণীৰ প্ৰজনন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 12

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। প্ৰজনন কিয় প্ৰয়োজনীয়?

উত্তৰঃ প্ৰজাতিৰ জীৱন চক্র বজাই ৰাখিবলৈ আৰু নতুন সদস্য জন্ম দিবলৈ প্ৰজনন প্ৰয়োজন।

২। প্ৰজনন প্ৰধানকৈ কিমান প্ৰকাৰৰ হয়?

উত্তৰঃ প্ৰজনন প্ৰধানকৈ দুটা প্ৰকাৰৰ হয় – যৌন প্ৰজনন আৰু অযৌন প্ৰজনন।

৩। যৌন প্ৰজননত কোন কেইটা জনন কোষ জড়িত থাকে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শুক্রাণু (পুং কোষ) আৰু ডিম্বাণু (স্ত্ৰী কোষ)।

৪। যোজন কোষ কি?

উত্তৰঃ শুক্রাণু আৰু ডিম্বাণু মিলি সৃষ্টি কৰা কোষক যোজন কোষ বোলে।

৫। জৰায়ুজ প্ৰাণী বুলিলে কি বুজা যায়?

উত্তৰঃ যিসকল প্ৰাণীৰ ভ্ৰূণ মাতৃৰ গাৰ ভিতৰত বিকাশ পায়, তেওঁলোকক জৰায়ুজ প্ৰাণী বোলে। (যেনে: মানুহ, গৰু)

৬। ডিম্বজ প্ৰাণী কাক বোলে?

উত্তৰঃ যিসকল প্ৰাণীয়ে বাহিৰলৈ কণী দিয়ে আৰু কণীৰ ভিতৰত ভ্ৰূণ বিকাশ পায়, তেওঁলোকক ডিম্বজ প্ৰাণী বোলে। (যেনে: চৰাই, মাছ)

৭। অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ অন্তঃনিষেচন মাতৃৰ গাৰ ভিতৰত ঘটে, আৰু বহিঃনিষেচন দেহৰ বাহিৰত (যেনে পানীত) ঘটে।

৮। ৰূপান্তৰ বুলিলে কি বুজা যায়?

উত্তৰঃ পলু বা লালুকীৰ ধীৰে ধীৰে প্রাপ্তবয়স্কলৈ পৰিণত হোৱাক ৰূপান্তৰ বোলে। (যেনে: ভেকুলী)

৯। অযৌন প্ৰজননত কিমান জনক জড়িত থাকে?

উত্তৰঃ অযৌন প্ৰজননত কেৱল এটা (একক) জনক জড়িত থাকে।

১০। অযৌন প্ৰজননৰ দুটা উদাহৰণ কোৱা।

উত্তৰঃ হাইড্ৰা – মুকুলৰ দ্বাৰা, এমিবা – দ্বৈত বিভাজনৰ দ্বাৰা।

দীঘল প্ৰশ্ন উত্তৰ:

১। জৰায়ুজ প্রাণী আৰু ডিম্বজ প্ৰাণী কাক বোলে? উদাহৰণ দিয়া। 

উত্তৰঃ জৰায়ুজ প্রাণী: যিবোৰ প্ৰাণী মাতৃদেহৰ জৰায়ুত নিষেচিত হৈ বিকশিত হয় আৰু পাছত পোৱালী হিচাবে মাতৃদেহৰ জৰায়ুৰ পৰা ওলাই আহে তাকে জৰায়ুজ প্রাণী বোলে।

উদাহৰণ – মানুহ, গৰু, গাহৰি, হৰিণ, হাতী ইত্যাদি।

ডিম্বজ প্রাণী: যিবোৰ প্ৰাণীয়ে কণী পাৰে আৰু নিষিক্ত কণীৰ পৰা পোৱালি জগায় তাক ডিম্বজ প্রাণী বোলে। 

উদাহৰণ – চৰাই, ভেকুলী, মাছ আদি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top