SEBA Class 8 Science Important Chapter 10 কোষ-গঠন আৰু কাৰ্য

SEBA Class 8 Science Important Chapter 10 কোষ-গঠন আৰু কাৰ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 10 কোষ-গঠন আৰু কাৰ্য Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 10 কোষ-গঠন আৰু কাৰ্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 10

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। কোষক কিহৰ সৈতে তুলনা কৰা হয় আৰু কিয়?

উত্তৰঃ কোষক ইটাৰ সৈতে তুলনা কৰা হয়, কাৰণ ইটাৰে ঘৰ গঠন কৰা হয়, ঠিক তেনেদৰে কোষবোৰে মিলি জীৱ গঠন কৰে।

২। কোষৰ আৱিষ্কাৰ কেতিয়া আৰু কোনে কৰিছিল?

উত্তৰঃ ১৬৬৫ চনত ৰবাৰ্ট হুকে কোষৰ আৱিষ্কাৰ কৰিছিল।

৩। এমিবাৰ দৰে এককোষী জীৱই কেনেদৰে জীৱন-কাৰ্য কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ এমিবাৰ দৰে এককোষী জীৱই নিজৰ সকলো জীৱন-কাৰ্য একেটা কোষেৰে সম্পন্ন কৰে।

৪। বহুকোষী জীৱৰ কোষবোৰে কি ধৰণে কাম কৰে?

উত্তৰঃ বহুকোষী জীৱৰ কোষবোৰে বিভিন্ন কামৰ বাবে বিভাজিত হৈ থাকে।

৫। কোষে কেনেকৈ অংগ গঠন কৰে?

উত্তৰঃ কোষবোৰে বিশেষ কলা গঠন কৰে, যিবোৰে মিলি অংগ সৃষ্টি কৰে।

৬। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ গঠনত প্ৰধান সাদৃশ্য কি?

উত্তৰঃ উদ্ভিদ কোষ আৰু প্ৰাণী কোষত কোষপ্ৰৰস, কোষকেন্দ্ৰ আৰু বিভিন্ন কোষাংগ থাকে।

৭। উদ্ভিদ কোষত থকা বিশেষ অংগসমূহৰ নাম কোৱা।

উত্তৰঃ কোষবেৰ, হৰিৎকণা আৰু ডাঙৰ ৰসধানী উদ্ভিদ কোষত থাকে।

৮। প্ৰাণী কোষত ৰসধানী কিমান প্ৰকাৰৰ আৰু কিমান ডাঙৰ থাকে?

উত্তৰঃ প্ৰাণী কোষত সৰু আৰু একাধিক ৰসধানী থাকে।

৯। কোষকেন্দ্ৰত কি থাকে আৰু ইয়াৰ কাৰ্য কি?

উত্তৰঃ কোষকেন্দ্ৰত ক্রম’জ’ম থাকে, যি জিন বহন কৰে আৰু বংশানুক্ৰমৰ গুণ-বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে।

১০। “কোষ হৈছে জীৱৰ জীৱন-কাৰ্যৰ কেন্দ্ৰস্থল” কিয় কোৱা হয়?

উত্তৰঃ “কোষ হৈছে জীৱৰ জীৱন-কাৰ্যৰ কেন্দ্ৰস্থল” কোৱা হয়। কাৰণ, জীৱৰ সকলো জীৱন-কাৰ্য যেনে শ্বসন, পচন, বৃদ্ধি আদিৰ সূচনা কোষতেই হয়।

দীঘল প্ৰশ্ন উত্তৰ:

১। কোষৰ আৱিষ্কাৰক কোন আছিল? তেওঁ বিমান চনত কিধৰণে ইয়াক আবিষ্কাৰ কৰিছিল?

উত্তৰঃ কোষৰ আবিষ্কাৰক ৰবাৰ্ট হুক আছিল।  

সৰল আতী কাচ সম্বলিত এবিধ যন্ত্ৰৰ সহায়ত কক’ৰ চকল এডোখৰ নিৰীক্ষণ কৰি 1665 চনত তেওঁ কোষ আবিষ্কাৰ কৰিছিল। কক’ৰ গাত তেওঁ মৌচাকৰ দৰে সৰু  সৰু কিছুমান পৃথক পৃথক কোঠালি দেখা পাইছিল।

২। কোষৰ গঠনৰ ভিত্তিত জীৱ কেই প্ৰকাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ কোষৰ গঠনৰ ভিত্তিত জীৱ দুই প্ৰকাৰৰ – এককোষী জীৱ আৰু বহুকোষী জীৱ। 

উদাহৰণ: এককোষী জীৱ – এমিবা, পেৰামছিয়াম আদি। 

বহুকোষী জীৱ – মানুহ, বাঘ, সিংহ, হাতী, কল, আম, ভেকুলী, মাছ, পৰুৱা আদি।

৩। কোষৰ আকাৰ কেনেকুৱা? আটাইতকৈ সৰু আৰু ডাঙৰ কোষৰ আকাৰ কিমান?

উত্তৰঃ কোষৰ আকাৰ অতি ক্ষুদ্র। কোষবোৰ খালি চকুৰে দেখা নাযায়।।

আটাইতকৈ সৰু আকাৰৰ কোষ হ’ল বেক্টেৰিয়া কোষ। ইয়াৰ আকাৰ 0.1 – 0.5 মাইক্ৰ’ মিটাৰ। আটাইতকৈ ডাঙৰ আকাৰৰ কোষটো হ’ল উট চৰাইৰ কণীটো । ইয়াৰ আকাৰ 170 মি.মি. x 130 মি.মি.।

৪। কলা কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ একেজাতীয় কোষ লগ হৈ একোটা সৰু অংগৰ গঠন কৰে। ইয়াকে কলা বোলে। 

উদাহৰণ: পেশী কলা।

৫। কোষৰ অংশসমূহৰ নাম লিখা।

উত্তৰঃ কোষৰ অংশসমূহৰ নাম হ’ল –

(i) কোষাৱৰণ (Cell membrane)

(ii) কোষকেন্দ্র (Nucleus)

(iii) অতিকেন্দ্র (Nucleus) 

(iv) কোষপ্রৰস (Cytoplasm ) 

(v) ক্ৰম’জ’ম (Chromosome)

(vi) মাইট’কন্দ্রিয়া (Mitochondria)

(vii) সধানী (Vacuole) 

(viii) প্লাষ্টিড (Plastid) ইত্যাদি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top