SEBA Class 7 Science MCQ Chapter 16 পানীঃ এক অমূল্য সম্পদ

SEBA Class 7 Science MCQ Chapter 16 পানীঃ এক অমূল্য সম্পদ Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 16 পানীঃ এক অমূল্য সম্পদ Notes and select need one.

SEBA Class 7 Science MCQ Chapter 16 পানীঃ এক অমূল্য সম্পদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

পানীঃ এক অমূল্য সম্পদ

Chapter – 16

MCQ

১। বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়?

(i) 22 মাৰ্চ।

(ii) 20 জুন।

(iii) 5 জুন।

(iv) 10 ডিচেম্বৰ।

উত্তৰঃ (i) 22 মাৰ্চ।

২। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীয়ে আগুৰি আছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) 50%

(ii) 60%

(iii) 71%

(iv) 80%

উত্তৰঃ (iii) 71%

৩। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ তলত থকা পানীখিনিক কি বোলে?

(i) ভূমি পানী।

(ii) ভূজল।

(iii) মিঠা পানী।

(iv) বায়ু পানী।

উত্তৰঃ (ii) ভূজল।

৪। মাটিৰ ভিতৰলৈ পানী নিগৰি সোমাই যোৱা, প্ৰক্ৰিয়াটোক কি বোলে?

(i) সংৰক্ষণ।

(ii) গঠন।

(iii) বাষ্পীভৱন।

(iv) আন্তঃপৰিস্ৰাৱণ।

উত্তৰঃ (iv) আন্তঃপৰিস্ৰাৱণ।

৫। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ তলৰ সঞ্চিত পানীক কি বোলে?

(i) মিঠা পানী।

(ii) জলপৃক্ত।

(iii) বৰষুণৰ পানী।

(iv) নদীৰ পানী।

উত্তৰঃ (ii) জলপৃক্ত।

৬। অনিয়মীয়া বৰষুণৰ কাৰণে কি সমস্যা হয়?

(i) পানী যোগান পদ্ধতি সহজ হয়।

(ii) কৃষি মাটিত বৃদ্ধি হয়।

(iii) ভূ-গৰ্ভৰ পানীৰ অভাৱ হয়।

(iv) শস্যৰ উৎপাদন বৃদ্ধি হয়।

উত্তৰঃ (iii) ভূ-গৰ্ভৰ পানীৰ অভাৱ হয়।

৭। মুঠ পানীৰ পৰিমাণ একে থাকে–

(i) পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত।

(ii) ভূ-গৰ্ভত।

(iii) গোটেই পৃথিৱীৰ।

(iv) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত।

উত্তৰঃ (i) পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত।

৮। ৰাষ্ট্ৰসংঘৰ মতে খোৱা, ধোৱা, খাদ্য প্ৰস্তুতকৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে প্রতিজন ব্যক্তিৰ বাবে প্রতিদিনে কিমান পানী লাগিব লাগে?

(i) 10 লিটাৰ।

(ii) 30 লিটাৰ।

(iii) 50 লিটাৰ।

(iv) 100 লিটাৰ।

উত্তৰঃ (iii) 50 লিটাৰ।

৯। তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয়?

(i) প্ৰচুৰ বৰষুণ।

(ii) উদ্যোগৰ দ্ৰুত বৃদ্ধি।

(iii) জল সম্পদৰ সু-ব্যৱস্থাপনাৰ অভাৱ।

(iv) জনসংখ্যা বৃদ্ধি।

উত্তৰঃ (i) প্ৰচুৰ বৰষুণ।

১০। বিশেষকৈ কি কালত পানীৰ অভাৱ হয়?

(i) খৰালি কালত।

(ii) শীত কালত।

(iv) বসন্ত কালত।

(iv) গ্ৰীষ্ম কালত।

উত্তৰঃ (i) খৰালি কালত।

১১। জুলীয় পানী ক’ৰ পৰা পোৱা যায়?

(i) মাটিৰ পৰা।

(ii) সাগৰৰ পৰা।

(iii) বৰফৰ পৰা।

(iv) বৰষুণৰ পৰা।

উত্তৰঃ (ii) সাগৰৰ পৰা।

১২। পানী কিহৰ সহায়ত গেছীয় ভাপলৈ পৰিণত হয়?

(i) বৰষুণৰ।

(ii) বায়ুৰ।

(iii) সূৰ্যৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) সূৰ্যৰ।

১৩। কঠিন শিলাস্তৰৰ মাজত পানী সঞ্চিত হৈ থাকে ইয়াক কি বোলে?

(i) আন্তঃপৰিস্ৰাৱণ।

(ii) জলপক্ত।

(iii) ভূ-পৰিস্ৰাৱণ।

(iv) জলপৃক্ত।

উত্তৰঃ (ii) জলপক্ত।

১৪। পানীৰ পৰা কি প্ৰস্তুত কৰা হয়?

(i) সূৰ্যৰ ৰশ্মি।

(ii) মাটি।

(iii) বায়ু।

(iv) বিদ্যুৎ।

উত্তৰঃ (iv) বিদ্যুৎ।

১৫। পানীৰ পৰা কি গেছ উৎপন্ন হয়?

(i) কার্বন-ডাই-অক্সাইড।

(ii) নাইট্ৰ’জেন।

(iii) হাইড্ৰ’জেন।

(iv) মিথেন।

উত্তৰঃ (iii) হাইড্ৰ’জেন।

১৬। গুজৰাটৰ কচ্ছ অঞ্চলত কেনেকুৱা বৰষুণ হয়?

(i) নিয়মিত।

(ii) অনিয়মীয়া।

(iii) অতিশয় বৰষুণ।

(iv) মাত্ৰ শীতকালত।

উত্তৰঃ (ii) অনিয়মীয়া।

১৭। 1989 চনত গাঁওবাসীয়ে কি সিদ্ধান্ত লয়?

(i) নদী প্ৰচলন।

(ii) বনাঞ্চল সৃষ্টি।

(iii) শস্য উৎপাদন বৃদ্ধি।

(iv) বে-চৰকাৰী সংস্থাৰ লগত সহযোগিতা।

উত্তৰঃ (iv) বে-চৰকাৰী সংস্থাৰ লগত সহযোগিতা।

১৮। ৰূকমাৱতী নদী আৰু ইয়াৰ উপনদীত কেইটা বান্ধ নিৰ্মান কৰা হৈছিল?

(i) 18 টা।

(ii) 20 টা।

(iii) 25 টা।

(iv) 27 টা।

উত্তৰঃ (i) 18 টা।

১৯। পৃথিৱীত উদ্ভিদ নাথাকিলে কি সমস্যা সৃষ্টি হ’ব?

(i) অধিক খাদ্য উৎপাদন।

(ii) অক্সিজেনৰ বৃদ্ধি।

(iii) বৰষুণৰ পৰিমাণ কমিব।

(iv) বায়ুৰ মান উন্নতি।

উত্তৰঃ (iii) বৰষুণৰ পৰিমাণ কমিব।

২০। আলোৱাৰ জিলাৰ শুকান অঞ্চলত কিমান খন নদী পুনৰুজ্জীৱিত কৰা হৈছে?

(i) তিনিখন।

(ii) চাৰিখন।

(iii) পাঁচখন।

(iv) সাতখন।

উত্তৰঃ (iii) পাঁচখন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top