SEBA Class 7 Science MCQ Chapter 15 পোহৰ Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 15 পোহৰ Notes and select need one.
SEBA Class 7 Science MCQ Chapter 15 পোহৰ
Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.
পোহৰ
Chapter – 15
| MCQ |
১। পোহৰ কি ৰেখাত গতি কৰে?
(i) সমান্তৰাল।
(ii) ৰশ্মিৰেখা।
(iii) সৰল ৰেখা।
(iv) বক্ৰ ৰেখা।
উত্তৰঃ (iii) সৰল ৰেখা।
২। পোহৰ কি?
(i) ধাতু।
(ii) শক্তি।
(iii) সূৰ্য।
(iv) বিজুলী।
উত্তৰঃ (ii) শক্তি।
৩। আমি কিহৰ সহায়ত চকুৰে দেখা পাওঁ?
(i) বিজুলীৰ।
(ii) পোহৰৰ।
(iii) পদাৰ্থৰ।
(iv) লেন্স।
উত্তৰঃ (ii) পোহৰৰ।
৪। পোহৰৰ প্ৰতিফলন কেইবিধ?
(i) দুবিধ।
(ii) এবিধ।
(iii) চাৰিবিধ।
(iv) পাঁচবিধ।
উত্তৰঃ (ii) এবিধ।
৫। যি শক্তিয়ে আমাৰ চকুত উত্তেজনাৰ সৃষ্টি কৰি বস্তু এটা দেখাত সহায় কৰে তাক কি বুলি কোৱা হয়?
(i) শক্তি।
(ii) পোহৰ।
(iii) বিজুলী শক্তি।
(iv) সালোক সংশ্লেষণ।
উত্তৰঃ (ii) পোহৰ।
৬। আমাৰ চৌপাশে থকা বেছিভাগ বস্তুৰে নিজা নাই?
(i) ৰশ্মি।
(ii) পোহৰ।
(iii) বিজুলী।
(iv) শক্তি।
উত্তৰঃ (ii) পোহৰ।
৭। পোহৰ কি তৰংগ?
(i) শব্দ তৰংগ।
(ii) যান্ত্ৰিক তৰংগ।
(iii) বৈদ্যুতিক-চুম্বকীয় তৰংগ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) বৈদ্যুতিক-চুম্বকীয় তৰংগ।
৮। আলোক ৰশ্মিৰ প্ৰতিফলন কোনটো তত্ত্বৰ আধাৰত হয়?
(i) নিউটনৰ গতিসূত্ৰ।
(ii) পীতাগোৰাচৰ তত্ত্ব।
(iii) প্ৰতিফলন নিয়ম।
(iv) আৱর্তন।
উত্তৰঃ (iii) প্ৰতিফলন নিয়ম।
৯। প্ৰকৃত প্ৰতিচ্ছবি কি?
(i) জলহস্তীৰ দৰে।
(ii) আলোকৰ দ্বাৰা নিৰ্মিত।
(iii) ছাঁ দৰে।
(iv) গেছ।
উত্তৰঃ (ii) আলোকৰ দ্বাৰা নিৰ্মিত।
১০। আলোকৰ উৎস কি?
(i) চন্দ্ৰ।
(ii) সূৰ্য।
(iii) বন্তি।
(iii) বৈদ্যুতিক বাল্ব।
উত্তৰঃ (ii) সূৰ্য।
১১। তলৰ কোনটো যন্ত্ৰত লেন্স ব্যৱহাৰ কৰা হয়?
(i) চছমা।
(ii) অণুবীক্ষণ।
(iii) দূৰীকৰণ।
(iv) উত্তল।
উত্তৰঃ (ii) অণুবীক্ষণ।
১২। তলৰ কোনটো লেনছক উত্তল লেন্স বুলি জনা যায়?
(i) যিবোৰ লেনছৰ মাজভাগ ডাঠ আৰু দাঁতিৰ তুলনাত ডাঙৰ।
(ii) যিবোৰ লেনছৰ মাজভাগ পাতল আৰু দাঁতিৰ তুলনাত ডাঙৰ।
(iii) যিবোৰ লেনছৰ মাজভাগ ডাঠ আৰু দাঁতিৰ তুলনাত সৰু।
(iv) যিবোৰ লেন্ছৰ দাঁতিৰ তুলনাত মাজভাগ ডাঠ।
উত্তৰঃ (iv) যিবোৰ লেন্ছৰ দাঁতিৰ তুলনাত মাজভাগ ডাঠ।
১৩। ক’ত লেন্ছ ব্যৱহাৰ কৰা নাযায়?
(i) দূৰবীক্ষণ যন্ত্র।
(ii) চছমা।
(iii) কলম।
(iv) অণুবীক্ষণ যন্ত্র।
উত্তৰঃ (iii) কলম।
১৪। দীপ্তিহীন বস্তুৰ পৰা উভতি অহা পোহৰ আমাৰ ______________পৰিলে আমি বস্তুটো দেখা পাওঁ?
(i) শৰীৰত।
(ii) কানত।
(iii) চকুত।
(iv) লেনছত।
উত্তৰঃ (iii) চকুত।
১৫। পৃথিৱীৰ সৰহ সংখ্যক বস্তুটো কি?
(i) দৃষ্টিহীন।
(ii) দিপ্তিহীন।
(iii) মানুহ।
(iv) দীপ্তিমান।
উত্তৰঃ (ii) দিপ্তিহীন।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

