SEBA Class 7 Science MCQ Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া

SEBA Class 7 Science MCQ Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া Notes and select need one.

SEBA Class 7 Science MCQ Chapter 14 বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

বিদ্যুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া

Chapter – 14

MCQ

১। ধনাত্মক প্রান্তৰ লগত কোনটো সংযুক্ত হ’ব লাগে?

(i) ধনাত্মক প্রান্ত।

(ii) ঋণাত্মক প্রান্ত।

(iii) পলাৰিটি।

(iv) নিৰপেক্ষ প্রান্ত।

উত্তৰঃ (ii) ঋণাত্মক প্রান্ত।

২। বৈদ্যুতিক বর্তনী বনোৱাৰ উদ্দেশ্য কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) চাকি জ্বলোৱা।

(ii) বেটাৰী স্থাপন কৰা।

(iii) মাৰ্চেন্ট চাবি লগোৱা। 

(iv) শব্দ উৎপন্ন কৰা।

উত্তৰঃ (i) চাকি জ্বলোৱা।

৩। বৈদ্যুতিক চাকি কেতিয়া জ্বলে?

(i) ছুইচ অফ অৱস্থাত।

(ii) ছুইচ অন্ অৱস্থাত।

(iii) বেটাৰী স্থাপন নকৰিলে।

(iv) ৰাতিত জ্বলে।

উত্তৰঃ (ii) ছুইচ অন্ অৱস্থাত।

৪। বৈদ্যুতিক বর্তনীৰ কোনটো চিহ্নৰ ব্যৱহাৰ কৰা হয়?

(i) সজুঁলি।

(ii) বেটাৰী।

(iii) তামৰ সংযোগ।

(iv) সংযোগী তাৰ।

উত্তৰঃ (ii) বেটাৰী।

৫। বৈদ্যুতিক বর্তনী ছুইচ অন্ (on) কৰিলে কি হয়?

(i) বৈদ্যুতিক বর্তনী মুকলি হয়।

(ii) বৈদ্যুতিক বর্তনী বন্ধ হয়।

(iii) বাল্বটো নুমাই যায়।

(iv) বাল্বটো জ্বলি আছে।

উত্তৰঃ (ii) বৈদ্যুতিক বর্তনী বন্ধ হয়।

৬। ছুইচ বন্ধ (off) থাকিলে বৈদ্যুতিক বর্তনীৰ কি হয়?

(i) বন্ধ।

(ii) মুকলি।

(iii) প্ৰৱাহিত।

(iv) স্থিতিশীল।

উত্তৰঃ (ii) মুকলি।

৭। ফিউজৰ প্ৰধান কাৰ্য কি?

(i) বিদ্যুৎ চলাচল বৃদ্ধি কৰা।

(ii) মাটিৰ খহনীয়া ৰোধ কৰা।

(iii) অত্যধিক প্ৰৱাহত বর্তনী বিচ্ছিন্ন কৰা।

(iv) বিদ্যুৎ সঞ্চালন কৰা।

উত্তৰঃ (iii) অত্যধিক প্ৰৱাহত বর্তনী বিচ্ছিন্ন কৰা।

৮। ফিউজৰ তাঁৰ কোনটো বৈশিষ্ট্যৰ বাবে ব্যৱহৃত হয়?

(i) উচ্চ উষ্ণতাত সোনকালে গলি যায়।

(ii) উচ্চ চাপ সহ্য কৰিব পাৰে।

(iii) অগ্নিকাণ্ড সৃষ্টিত সহায় কৰে।

(iv) বিদ্যুৎ চলাচল ৰোধ কৰে।

উত্তৰঃ (i) উচ্চ উষ্ণতাত সোনকালে গলি যায়।

৯। আধানযুক্ত কণিকাৰ একমুখী গতিৰ বাবেই কি প্ৰবাহৰ সৃষ্টি হয়?

(i) বিদ্যুৎ।

(ii) কোষ।

(iii) চুম্বকৰ।

(iv) তাঁৰ।

উত্তৰঃ (i) বিদ্যুৎ।

১০। কোষ কেইপ্ৰকাৰ?

(i) দুটা।

(ii) তিনিটা।

(iii) চাৰিটা।

(iv) পাঁচটা।

উত্তৰঃ (i) দুটা।

১১। ফিউজ তাঁৰডাল কোন দুটাত সংযোগ কৰা হয়?

(i) ধাতুৰ।

(ii) বৰ্তনীৰ।

(iii) ঘনত্বৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) ধাতুৰ।

১২। বিদ্যুৎ কোষত কিহৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়?

(i) ৰাসায়নিক শক্তি।

(ii) তাপৰ শক্তি।

(iii) চুম্বকৰ শক্তি।

(iv) যান্ত্ৰিক শক্তি।

উত্তৰঃ (i) ৰাসায়নিক শক্তি।

১৩। বেটাৰীৰ দ্বিতীয় কোষটোৰ কিহৰ লগত সংযোগ কৰা হয়?

(i) ঋণাত্মকৰ।

(ii) ধনাত্মকৰ।

(iii) লাইটৰ।

(iv) চুম্বকৰ।

উত্তৰঃ (ii) ধনাত্মকৰ।

১৪। কোষত ৰাসায়নিক দ্ৰৱ্যবোৰ কি কৰা হয়?

(i) সংগ্ৰহ।

(ii) সঞ্চিত।

(iii) সংযোগ।

(iv) সংৰক্ষণ।

উত্তৰঃ (ii) সঞ্চিত।

১৫। বৰ্তনী এটাৰ মাজেদি বিদ্যুৎ প্ৰৱাহিত হ’বলৈ হ’লে এই পথটোৰ কোনো অংশত কি থাকিব নালাগিব?

(i) ফাঁক।

(ii) তাঁৰ।

(iii) বাধা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) ফাঁক।

১৬। এটা বৈদ্যুতিক ঘণ্টাত কুণ্ডলী কেনেকৈ কাম কৰে?

(i) তাপ।

(ii) বৈদ্যুতিক চুম্বক।

(iii) ইলেকট্ৰনিক চুম্বক।

(iv) কুণ্ডলী।

উত্তৰঃ (ii) বৈদ্যুতিক চুম্বক।

১৭। সংস্পর্শ স্ক্ৰৰ দায়িত্ব কি?

(i) বিদ্যুতৰ প্ৰৱাহ বন্ধ কৰা।

(ii) লোহাৰ পটি সঁজুলি কৰা।

(iii) কুণ্ডলীটো ৰখাৰ বাবে।

(iv) ইলেকট্ৰনিক।

উত্তৰঃ (i) বিদ্যুতৰ প্ৰবাহ বন্ধ কৰা।

১৮। বিদ্যুতৰ পথেদি কি প্ৰৱাহিত হয়?

(i) ৰাসায়নিক দ্ৰৱ।

(ii) ঋণাত্মক।

(iii) চাপ।

(iv) শক্তি।

উত্তৰঃ (iv) শক্তি।

১৯। ফলত _____________ প্রৱাহৰ মান বাঢ়ে?

(i) উত্তপ্ত।

(ii) বিদ্যুৎ।

(iii) উজ্জ্বল।

(iv) তাপ।

উত্তৰঃ (ii) বিদ্যুৎ।

২০। কি কোষ শ্ৰেণীবদ্ধ সজ্জাত বা সমান্তৰাল সজ্জাত সংযোগ কৰিব পাৰি?

(i) ঋণাত্মক।

(ii) ধনাত্মক।

(iii) বিদ্যুৎ।

(iv) ৰাসায়নিক।

উত্তৰঃ (iii) বিদ্যুৎ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top