SEBA Class 7 Science Important Chapter 9 গতি আৰু সময়

SEBA Class 7 Science Important Chapter 9 গতি আৰু সময় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 9 গতি আৰু সময় Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 9 গতি আৰু সময়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 9

IMPORTANT QUESTION AND ANSWER

১। দ্ৰুতিৰ সংজ্ঞা দিয়া। ইয়াৰ S.I একক কি?

উত্তৰঃ দ্ৰুতি একক সময়ত গতি কৰা দূৰত্বকে দ্ৰুতি বোলা।

২। 1 কি.মি./ঘণ্টা ক এছ. আই. এককত প্ৰকাশ কৰা।

উত্তৰঃ 1 কি.মি./ঘণ্টা

৩। আগৰ দিনত সময় গণনাৰ বাবে ব্যৱহাৰ কৰা ঘড়ীৰ নাম লিখা।

উত্তৰঃ আগৰ দিনত সময় গণনাৰ বাবে ব্যৱহাৰ কৰা ঘড়ীৰ নাম হ’ল—  চানডায়েলবা বেলি ঘড়ী, পানী ঘড়ী আৰু বালি ঘড়ী।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। সৰল দোলক এটাৰ দোলন কাল কাক বোলে? দোলন কাল দোলকৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ সৰল দোলক এটাৰ দোলন সম্পৰ্ক কৰিবলৈ যিমান সময় লয়, তাকে তাৰ দোলন কাল বা পৰ্যায় কাল বোলে। দোলন কাল দোলকটো ৰখা টাইৰ মাধ্যাক ষণিক সৰ্নিকৰ্ষণিক ত্বৰণৰ ওপৰত নিৰ্ভৰ কৰে।

৫। গাড়ীৰ অড’মিটাৰ আৰু স্পিড’ মিটাৰৰ কাম কি কি?

উত্তৰঃ অড’মিটাৰ কাম হ’ল— গাড়ীখনে অতিক্ৰম কৰা দুৰত্বৰ পাঠ দিয়া। স্পিড’ মিটাৰৰ কাম হ’ল— গাড়ীখনৰ দ্ৰুতিৰ পাঠ দিয়া।

৬। মানুহ, কাছ, শামুক, শহা আৰু ঢেকীয়া পটিয়া বাঘৰ মোটামুটি সৰ্ব্বোচ্চ দ্ৰুতিৰ কিমান হ’ব?

উত্তৰঃ মানুহ = 40 কি.মি.‌/ঘণ্টা

কাছ = 0.27 কি.মি.‌/ঘণ্টা

শামুক = 0.05 কি.মি.‌/ঘণ্টা

শহা = 56 কি.মি.‌/ঘণ্টা

ঢেকীয়া পতীয় বাঘ = 112 কি.মি/ঘণ্টা

৭। সুষম গতি কাক বোলে? এটা উদাহৰণ দিয়া। বাছ এখনৰ গতি সুষম নে?

উত্তৰঃ সুষম গতি: বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে। ঘড়ী কাটাৰ গতি সুষম গতিৰ উদাহৰণ। বাছ এখনৰ গতি সাধাৰণতে সুষম নহয়।

৮। এৰ’প্লেন এখন বৰঝাৰ কিমান বন্দৰৰ পৰা যাত্ৰা সময় 04:30 PM আৰু দিল্লীৰ পোৱা সময় 06:45 PM দিল্লী-বৰঝাৰ মাজৰ দুৰত্ব 2000 কি. মি. হ’লে, বিমানখনৰ দ্ৰুতি কিমান হ’ব?

উত্তৰঃ ইয়াত দিয়া আছে, 

বিমানখন লোৱা সময় = 06:45 PM – 04:30 PM= 2 ঘণ্টা 15 মিনিট = 2.25 ঘণ্টা

অতিক্ৰম কৰা দুৰত্ব = 2000 কি. মি.

খালী ঠাই পূৰ কৰা: 

১। এটা দোলন সম্পূর্ণ কৰিবলৈ লগা প্রয়োজনীয় সময়ক দোলকৰ ___________ বোলে।

উত্তৰঃ এটা দোলন সম্পূর্ণ কৰিবলৈ লগা প্রয়োজনীয় সময়ক দোলকৰ পৰ্যায় কাল বোলে।

২। কোনো এটা বস্তুবে একক সময়ত অতিক্রম কৰা দূৰত্বক তাৰ ___________ বুলি কোৱা হয়।

উত্তৰঃ কোনো এটা বস্তুবে একক সময়ত অতিক্রম কৰা দূৰত্বক তাৰ দ্রুতি বুলি কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top