SEBA Class 7 Science Important Chapter 10 আঁহৰ পৰা কাপোৰলৈ

SEBA Class 7 Science Important Chapter 10 আঁহৰ পৰা কাপোৰলৈ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 10 আঁহৰ পৰা কাপোৰলৈ Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 10 আঁহৰ পৰা কাপোৰলৈ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 10

IMPORTANT QUESTION AND ANSWER

১। দুবিধ প্ৰাণীজ তন্ত্ৰৰ নাম লিখা।

উত্তৰঃ ঊল (ঊণ) আৰু পাট।

২। কোনবিধ জন্তুৰ পৰা পচমিনা চাদৰৰ বাবে ঊল পোৱা যায়?

উত্তৰঃ কাশ্মিৰী ছাগলীৰ পৰা।

৩। লেটা কাক বোলে?

উত্তৰঃ পাট পলুৰ পলটো পৈণত হোৱাৰ পাছত যিটো বাহৰ ভিতৰত সোমাই থাকে তাকে লেটা বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। নুনি গছৰ বৈজ্ঞানিক নাম কি?

উত্তৰঃ নুনি গছৰ বৈজ্ঞানিক নাম হৈছে Morus alba (মৰাচ আলবা), যাক ইংৰাজীত White Mulberry বুলিও কোৱা হয়, আৰু ইয়াৰ আন এবিধ প্ৰজাতি হ’ল Black Mulberry (ক’লা নুনী), যাৰ বৈজ্ঞানিক নাম Morus nigra

৫। কোন টাইত অংগোৰা ছাগলী পোৱা যায়?

উত্তৰঃ তিব্বত আৰু লাদাখত।

৬। পাটসুতা কোনবিধ জৈৱ যৌগৰ শ্ৰেণীত পৰে?

উত্তৰঃ প্ৰ’টিন।

খালি ঠাই পূৰ কৰা:

১। ভেড়াৰ নোম খুৰাৰ প্ৰক্ৰিয়াটোক ___________ বুলি কোৱা হয়।

উত্তৰঃ ভেড়াৰ নোম খুৰাৰ প্ৰক্ৰিয়াটোক মুণ্ডন বুলি কোৱা হয়।

২। পাট চকৰীয়ে কণী দি ___________ গঠন কৰে।

উত্তৰঃ পাট চকৰীয়ে কণী দি লেটা গঠন কৰে।

৩। ঊণ উৎপাদনৰ দ্বিতীয় ধাপটো ___________ বুলি জনা যায়।

উত্তৰঃ ঊণ উৎপাদনৰ দ্বিতীয় ধাপটো স্কাউৰিং বুলি জনা যায়।

৪। পাট সূতা আহৰণৰ প্ৰক্ৰিয়াটোক ___________

ফুৰা বুলি কোৱা হয়।

উত্তৰঃ পাট সূতা আহৰণৰ প্ৰক্ৰিয়াটোক মহুৰা ফুৰা বুলি কোৱা হয়।

৫। কাশ্মীৰী ছাগলীৰ কোমল নোমৰ পৰা ___________ শ্বল বনোৱা হয়।

উত্তৰঃ কাশ্মীৰী ছাগলীৰ কোমল নোমৰ পৰা পছমিনা শ্বল বনোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top