SEBA Class 7 Science Important Chapter 6 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন

SEBA Class 7 Science Important Chapter 6 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 6 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 6 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION AND ANSWER

১। বৰষুণ জোখা যন্ত্ৰটোৰ নাম কি? 

উত্তৰঃ বৰষুণ জোখা যন্ত্ৰটোৰ নাম হ’ল- ৰেইনগজ।

২। বতৰৰ কাৰকবোৰৰ নাম কি কি?

উত্তৰঃ বতৰৰ কাৰকবোৰৰ নাম হ’ল- আর্দ্রতা, উষ্ণতা, চাপ, বতাহ, বৰষুণ আদি।

৩। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰঃ বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম হ’ল- এনিম’মিটাৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বতৰৰ সকলো কাৰকৰ মূল উৎস কি?

উত্তৰঃ বতৰৰ সকলো কাৰকৰ মূল উৎস হ’ল- সূর্য।

৫। শীতকালত দিন ৰাতিতকৈ সৰু নে ডাঙৰ?

উত্তৰঃ শীতকালত দিন ৰাতিতকৈ সৰু।

৬। জলবায়ুৰ সংজ্ঞা কি?

উত্তৰঃ দীঘলীয়া সময়ৰ বাবে (25 দিন বা বেছি) লোৱা বতৰৰ গড় প্ৰকাৰকে জলবায়ু বোলে।

৭। আদর্শ মৰুভূমি অঞ্চল এটাৰ জলবায়ু কি ধৰণৰ হয়?

উত্তৰঃ আদর্শ মৰুভূমি অঞ্চল এটাৰ জলবায়ু উষ্ণ আৰু শুদ্ধ হয়।

৮। চাৰিখন মেৰু অঞ্চল আৰু চাৰিখন ক্রান্তীয় বৰ্ষাৰণ্য অঞ্চলৰ নাম লিখা।

উত্তৰঃ মেৰু অঞ্চল— চাইবেৰিয়া, গ্রীণলেণ্ড, কানাডা আৰু নৰৱে। ক্রান্তীয় বর্ষাৰণ্য অঞ্চল ভাৰত, ব্রাজিল, মালয়েচিয়া আৰু নাইজেৰিয়া।

৯। মেৰু অঞ্চলত শীতকালৰ উষ্ণতা কিমান হ’ব পাৰে?

উত্তৰঃ মেৰু অঞ্চলত শীতকালৰ উষ্ণতা -37°C হ’ব পাৰে।

১০। প’লাৰবেয়াৰ (বগা ভালুক)ৰ গাৰ নোম বগা হোৱাৰ কাৰণ কি?

উত্তৰঃ গাৰ নোম বগা বৰফৰ দৰে হোৱাৰ বাবে ইহঁতে বৰ্ষত খেলি থাকিলেও দূৰৰ পৰা অন্য জন্তুই ধৰিব নোৱাৰে বাবে অন্য জন্তুৰ বলি নহয়। তাৰোপৰি এই নোমবোৰে প্রচণ্ড শীতৰ পৰা ইয়াক ৰক্ষা কৰে।

খালী ঠাই পূৰ কৰা:

১। বতৰৰ আগজাননী ____________, ৰেডিঅ’ আৰু বাতৰি কাকতৰ পৰা জনা যায়।

উত্তৰঃ বতৰৰ আগজাননী দূৰদৰ্শন, ৰেডিঅ’ আৰু বাতৰি কাকতৰ পৰা জনা যায়।

২। এখন ঠাইৰ অতি কম সময়ৰ ভিতৰত হোৱা বায়ুমণ্ডলীয় অৱস্থাৰ পৰিৱর্তনক ___________ বোলে।

উত্তৰঃ এখন ঠাইৰ অতি কম সময়ৰ ভিতৰত হোৱা বায়ুমণ্ডলীয় অৱস্থাৰ পৰিৱর্তনক বতৰ বোলে।

৩। এখন ঠাইৰ বহু বছৰ ধৰি লক্ষ্য কৰা গড় বতৰৰ অৱস্থাক __________ বোলে।

উত্তৰঃ এখন ঠাইৰ বহু বছৰ ধৰি লক্ষ্য কৰা গড় বতৰৰ অৱস্থাক জলবায়ু বোলে।

৪। ভালুকৰ ছালৰ তলত ____________ এটা তৰপ আছে।

উত্তৰঃ ভালুকৰ ছালৰ তলত চৰ্বি এটা তৰপ আছে।

৫। ভাৰতীয় গ্রীষ্মমণ্ডলীয় বর্ষাৰণ্য অঞ্চলত পোৱা সকলোৱে জনা আন এবিধ প্রাণী হ’ল ____________।

উত্তৰঃ ভাৰতীয় গ্রীষ্মমণ্ডলীয় বর্ষাৰণ্য অঞ্চলত পোৱা সকলোৱে জনা আন এবিধ প্রাণী হ’ল হাতী

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top