SEBA Class 7 Science Important Chapter 4 অম্ল, ক্ষাৰক আৰু লৱণ

SEBA Class 7 Science Important Chapter 4 অম্ল, ক্ষাৰক আৰু লৱণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 4 অম্ল, ক্ষাৰক আৰু লৱণ Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 4 অম্ল, ক্ষাৰক আৰু লৱণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION AND ANSWER

১। এছিড শব্দটো কোনটো লেটিন শব্দৰ পৰা উদ্ভৱ হোৱা?

উত্তৰঃ এছিড শব্দটো ‘এছাৰ’ (acere) শব্দৰ পৰা উদ্ভৱ হোৱা।

২। তিতা আৰু চুলে পিছল লগা যৌগবোৰ কি?

উত্তৰঃ তিতা আৰু চুলে পিছল লগা যৌগবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ।

৩। সূচক কাক বোলে?

উত্তৰঃ যিবোৰ যৌগ বা পদাৰ্থৰ ক্ষাৰকীয় বা আম্লিক যৌগত ডুবাই দিলে ৰঙৰ সলনি দেখুৱায়, সেইবোৰক সূচক বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কেইটামান প্ৰকৃতিত পোৱা সূচকৰ নাম লিখা।

উত্তৰঃ প্ৰকৃতিত পোৱা সূচক কেইবিধমান হ’ল— হালধি, লিটমাছ, চীনা গোলাপৰ পাহি, জাৱাফুলৰ পাহিৰ ৰং, ইত্যাদি।

৫। ভিনগাৰ, নেমুটেঙা, পালেং শাক, দৈ আৰু আমলখি, তেতেলি, মানিমুনিত থকা এছিডবোৰৰ নাম লিখা।

উত্তৰঃ 

যৌগএছিড
ভিনেগাৰ এছে‌টিক এছিড
নেমুটেঙা চাইট্ৰিক এছিড
পালেং শাক অক্সালিক এছিড
দৈ লেকটিক এছিড
আমলখি এছ্ফ’ৰবিক এছিড
তেতেলি টাৰটাৰিক এছিড 
মানিমুনিমেলিক এছিড

৬। কেলছিয়াম হাইড্ৰ’ক্সাইড, ছডিয়াম হাইড্ৰ’ক্সাইড,পটছিয়াম হাইড্ৰে’ক্সাইড, মেগনেছিয়াম হাইড্ৰে’ক্সাইডৰ ব্যৱসায়িক নাম কি?

উত্তৰঃ 

যৌগ ব্যৱসায়িক নাম 
কেলছিয়াম হাইড্ৰ’ক্সাইডচূণ পানী ( লাইম ৱাটাৰ)
ছডিয়াম হাইড্ৰে’ক্সাইডক’ষ্টিক ছ’ডা
এমনিয়াম হাইড্ৰে’ক্সাইডক্লিনাৰ 
মেগনেছিয়াম হাইড্ৰে’ক্সাইডমিল্ক অৱ মেগনেছিয়া 

৭। টাৰটাৰিক আৰু এচক এছিডত পোৱা তিনিবিধকৈ ফলৰ নাম লিখা।

উত্তৰঃ টাৰটাৰিক এছিডত পোৱা তিনিবিধকৈ ফলৰ নাম হ’ল– তেতেলি, আঙুৰ আৰু কেঁচা আম।

এচক এছিডত পোৱা তিনিবিধকৈ ফলৰ নাম হ’ল– সুমথিৰা, আমলখি আৰু বিলাহী।

৮। চীন ৰ’জে (চীনা গোলাপ) আম্লিক আৰু ক্ষাৰকীয়া মাধ্যম কি বৰণ দেখুৱায়?

উত্তৰঃ চীন ৰ’জে ক্ষাৰত সেউজীয়া আৰু অম্ল মাধ্যমত ডাঠ গোলাপী (মেজেণ্ট) ৰং দেখুৱায়।

৯। পৰুৱাই কামুৰিলে কি দ্ৰব্য ঘঁহি দিলে বিষ কম হয়?

উত্তৰঃ কেলামাই (জিং কাৰ্বনেট) অথবা ছডিয়াম বাই কাৰ্ব’নেট (ছডিয়াম হাই’ড্ৰেজেন কাৰ্ব’নেট বা বেকিং স’ডা)।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top