SEBA Class 7 Science Important Chapter 2 প্ৰাণীৰ পৰিপুষ্টি

resppost2025

SEBA Class 7 Science Important Chapter 2 প্ৰাণীৰ পৰিপুষ্টি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 2 প্ৰাণীৰ পৰিপুষ্টি Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 2 প্ৰাণীৰ পৰিপুষ্টি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

১। পাচনাৰ সংজ্ঞা দিয়া।

উত্তৰঃ জীৱই খেৱা খাদ্যক পোনে পোনে শৰীৰক প্রয়োজনীয়া শক্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰে। কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বীজাতীয় খাদ্যৰ জটিল অণুবোৰ যি প্ৰক্ৰিয়াৰে ভাঙি সৰল অনুত পৰিণত হয়; তাকে পাচন বোলে।

resppost2025

২। শৰীৰত শক্তি যোগান পোৱাৰ বাবে জীৱদেহৰ প্ৰধান জীৱন প্ৰক্ৰিয়া দুটা কি কি?

উত্তৰঃ শৰীৰত শক্তি যোগান পোৱাৰ বাবে জীৱদেহৰ সংঘটিত প্ৰধান জীৱন প্ৰক্ৰিয়া দুটা হ’ল–

(i) পুষ্টি। আৰু

sqare

(ii) শ্বসন।

৩। পুষ্টিৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো জীৱই খাদ্য খোৱা সেই খাদ্য আৰু শৰীৰে ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়াকে পুষ্টি বোলে।

৪। মানুহৰ পাচন তন্ত্ৰৰ বিভিন্ন উপাংগবোৰৰ নাম লিখা আৰু প্ৰতিটোৰ কাৰ্য উল্লেখ কৰা।

sqare

উত্তৰঃ মানুহৰ পাচন তন্ত্ৰৰ বিভিন্ন উপাংগবোৰৰ আৰু কাৰ্যবোৰ হ’ল—

(i) মুখগহৰঃ খাদ্য গ্ৰহণ আৰু লালটিৰ দ্বাৰা কাৰ্ব’হাইড্ৰেত জাতীয় খাদ্যৰ পাচন।

(ii) ইছ’ফেগাছ বা খাদ্যনলীঃ ইয়াৰ মাজেৰে খাদ্য মুখগহৰৰ পৰা পাকস্থলী পায়।

sidebar2026

(iii) পাকস্থলীঃ মুখগহৰৰ পৰা অহা খাদ্য জমা কৰি ৰাখে আৰু খাদ্যৰ লগত পাকস্থলী ৰস (এছিড) মিশ্ৰিত হয়।

(iv) ক্ষদান্ত্ৰঃ পাকস্থলী পৰা অহা খাদ্য সম্পূৰ্ণৰূপে হজম হয় আৰু শোষণ হয়।

2026

(v) বৃহদান্ত্রঃ পাকস্থলীৰ পৰা অহা খাদ্য জমা কৰি ৰাখে। ইয়াত পাচিত খাদ্যৰ পানী আৰু কিছুমান লৱণ শোষিত হয়।

(vi) পায়ুঃ এই অংশৰে হজম নোহোৱা খাদ্য ভাগ শৰীৰৰ পৰা বাহিৰলৈ বিষ্টা হিচাপে নিৰ্গত হয়।

৫। খাদ্যৰ উপৰত লালটিৰ ক্ৰিয়াৰ এটি পৰীক্ষা কৰা।

উত্তৰঃ 

দুটা পৰীক্ষা নলী (টেষ্টটিউব) লোৱা হ’ল। এটা (A) ত ৰন্ধা ভাত এচামূচ আৰু আনটোত (B) ত এচামূচ লোৱা হ’ল। দুয়োটাতে 2-3 টোপালকৈ আয়’ডিন দ্ৰৱ যোগ কৰা হ’ল। A নলীটোত থকা ভাতৰ বৰণ ক’লা নীলা হ’ব। B নলীটোৰ ভাতৰ বৰণ কলা নীলা নহ’ল। A নলীত থকা শ্বেতসাৰৰ ওপৰত আয়’ডিনৰ বিক্ৰিয়াৰ ফলত এই বৰণৰ সৃষ্টি হয়। আনহাতে চুবোৱাৰ লগে লগে লালটি গ্ৰন্তিৰ লালটি ৰসে (এমাইলেজ) খাদ্যৰ ওপৰত ক্ৰিয়া কৰা বাবে ভাতত থকা শ্বেতসাৰ অণুবোৰ ভাঙি গ্লুকজত পৰিণত হয়। আয়’ডিনৰ দ্ৰবই গ্লুক’জৰ অনুৰ লগত বিক্ৰিয়া কৰি B নলীত থকা খাদ্যৰ বৰণ A নলীৰ বৰণৰ দৰে কৰিব নোৱাৰিলে।

sidebar2026

৬। মানুহৰ মুখত থকা বিভিন্ন প্ৰকাৰৰ দাঁতবোৰৰ নাম আৰু চিত্ৰ দিয়া।

উত্তৰঃ

৭। দাঁত পোকে খোৱা বা দাঁতৰ পচন কিদৰে ঘটে লিখা।

উত্তৰঃ আমি খাদ্য খাই উঠাৰ পাছত (বিশেষকৈ ৰাতি) দাঁতবোৰ ভালকৈ চাফা নকৰাকৈ শুলে বা থৈ দিলে দাঁতত লাগি থকা খাদ্যত থকা শৰ্কৰা (চেনী)ৰ বেক্টেৰিয়াৰ দ্বাৰা পচন ঘটি এছিড উৎপন্ন হয়। এই এছিডে দাঁতৰ এনামেলৰ ক্ৰমান্দয়ে ক্ষয় নিয়ায়। দিন যোৱাৰ লগে লগে দাঁতবোৰত ফুটাৰ সৃষ্টি হয়। সেই কাৰণে চকলেট, কেডবেৰিছ, চফট ড্ৰিংক, (পানীয়) আদি যিমান পাৰি সিমানে নিয়ন্ত্ৰণ কৰিব লাগে।

৮। মানুহৰ জিভাই খোৱা খাদ্যৰ বিভিন্ন স্বাদ দিয়ে। বিভিন্ন স্বাদ দিয়া জিভাৰ বিভিন্ন অংশসমূহ দেখুৱাই এটি চিত্ৰ অংকণ কৰা।

উত্তৰঃ

2026

৯। পাচক গ্ৰন্তি আৰু পাচক ৰস কাক বোলে? তিনিটা এনে গ্ৰন্থি আৰু ইহঁতে ক্ষৰণ কৰা পাচক ৰসৰ নাম লিখা।

উত্তৰঃ পাচক গ্ৰহিন্তসমুহৰ পৰা স্বয়ংক্ৰিয়ভাবে কিছুমান ৰস নিঃসৰণ হয়। এই ৰসে খাদ্যৰ লগত বিক্ৰিয়া কৰি খাদ্যৰ জটিল অণুবোৰক সৰল অনুলৈ (গ্লুক’জ) পৰিণত কৰে। এই ৰসকে পাচক ৰস বোলে।

তিনবিধ পাচন আৰু ই ক্ষৰণ কৰা পাচক ৰস সমূহ হ’ল–

(i) লালটি গ্ৰন্থি — লালটি ৰস।

(ii) যকৃত — পিত্তৰস।

(iii) অগন্যশয় — অগন্যশয় ৰস।

১০। মানুহৰ পাচন তন্ত্ৰৰ ইছ’ফেগাছৰ মাজেৰে খাদ্যৰ পৰিচলন তলৰ চিত্ৰত দেখুওৱা।

উত্তৰঃ মানুহৰ পাচন তন্ত্ৰৰ ইছ’ফেগাছৰ মাজেৰে খাদ্যৰ পৰিচলন তলৰ চিত্ৰত দেখুওৱা হ’ল—

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top