SEBA Class 7 Science Important Chapter 1 উদ্ভিদৰ পৰিপুষ্টি

SEBA Class 7 Science Important Chapter 1 উদ্ভিদৰ পৰিপুষ্টি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 1 উদ্ভিদৰ পৰিপুষ্টি Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 1 উদ্ভিদৰ পৰিপুষ্টি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 1

IMPORTANT QUESTION AND ANSWER

১। উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ কাৰখানা কাক কোৱা হয়?

উত্তৰঃ উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ কাৰখানা পাতক কোৱা হয়।

২। কোষ কাক বোলে?

উত্তৰঃ প্ৰাণী বা উদ্ভিদৰ জীৱন ক্রিয়া সম্পন্নৰ ক্ষুদ্রতম একক কোষ বোলে৷

৩। এটা কোষৰ প্ৰধান অংশসমূহৰ নাম লিখা। 

উত্তৰঃ উদ্ভিদ কোষৰ প্ৰধান অংশসমূহ হ’ল–

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) কোষবেৰ।

(ii) কোষপ্রৰস।

(iii) কোষকেন্দ্র।

(iv) প্লট ‘প্লাজম।

(v) ৰসধানী।

(vi) মাইট কন্ডিয়া।

(vii) ক্রম জন্ম আমি।

৪। এটা উদ্ভিদ কোষৰ চিহ্নিত চিত্ৰ অংকন কৰা।

উত্তৰঃ

৫। পত্ৰৰন্ধ কি? পত্ৰবন্ধ এটাৰ চিত্ৰ অংকন কৰা।

উত্তৰঃ পত্ৰৰন্ধ উদ্ভিদৰ পাতত থকা ক্ষুদ্র ছিদ্ৰবোৰক যাৰ সহায়েৰে বাষ্পীভৱন আৰু বায়ুৰ কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় হয়, তাকে পত্রবন্ধ বা ৪ মাটা বোলে।

৬। পাত এটাৰ পৃষ্ঠৰ মাইক্ৰ’স্কপ (অণুবীক্ষণ যন্ত্ৰ)) নিৰীক্ষণ কৰি পোৱা চিত্ৰ অংকন কৰা।

উত্তৰঃ

৭। কিছুমান উদ্ভিদৰ পাত সেউজীয়া নহয়। এইবোৰ পাতৰ ৰং বিভিন্ন। এপাতত ক্লৰ’ফিল থাকেনে? ইয়াৰ সালোক সংশ্লেষণ ঘটেনে? 

উত্তৰঃ হয়, সেউজীয়া নহ’লেও পাতত ক্লৰ কিল থাকে। কিন্তু অন্য যেনে- কেহ ফিল আদি বেছিকৈ থাকে। এনে পাততো সালোক সংশ্লেষণ ঘটে।

৮। উদ্ভিদে প্ৰ’টিন প্ৰস্তুত কৰিবলৈ কি দৰে নাইট্ৰ’জেন আহৰণ কৰে লিখা।

উত্তৰঃ উদ্ভিদে কাৰ্ব হাইড্ৰেটৰ লগত নাইট্ৰ’জেনৰ অণু সংশ্লেষিত কৰি তাক প্ৰটিনলৈ ৰূপান্তৰ কৰে। এই নাইট্ৰ’জেন উদ্ভিদে পোনে পোনে বায়ুমণ্ডলৰ পৰা কৰিব নুৱাৰে। মাটিত থকা বেক্টেৰিয়াবোৰে গেছীয় নাইট্ৰ’জেন ব্যৱহাৰপযোগী কৰি মাটিত এৰি দিয়া। মাটিত পানীত এই নাইট্ৰ’জেন দ্ৰৱীভূত কৰে আৰু গছে পানীৰ লগতে ইয়াক শোষণ কৰে।

৯। পতংগভোজী উদ্ভিদ দুবিধৰ নাম লিখা। তাৰে এবিধৰ পতংগ স্বীকাৰ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top